Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি

    গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান

    ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

    নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

মহাকাশলৈ ঐতিহাসিক যাত্ৰা

publisher by publisher
May 31, 2020
in News, science, world
Reading Time: 1 min read
0
মহাকাশলৈ ঐতিহাসিক যাত্ৰা
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

Plastic biskut:ক্ষুধা নিবাৰণ কৰিব প্লাষ্টিকৰ বিস্কুটে !

Elon Musk SpaceX Rocket Crashes in Moon: ইলন মাস্কৰ ৰকেটৰ আঘাতত ৬০ ফুটৰ গাঁত চন্দ্রপৃষ্ঠত

নাছাৰ দুই জ্যোতিবিজ্ঞানীক কঢ়িয়াই মহাকাশলৈ উৰা মাৰিলে ‘ফেলকন-৯’ এ

মহাকাশ যাত্ৰাৰ বাণিজ্যিক ইতিহাসত এক নতুন যুগৰ সূচনা কৰি আমেৰিকাৰ পৰা মহাকাশলৈ উৰিল স্পেচ এক্স-ৰ #SpaceX ৰকেটযান ফেলকন ৯-এ #Falcon9। বিলিয়নিয়েৰ উদ্যোগী ইলন মাস্কৰ প্ৰচেষ্টা আৰু নাছাৰ সহযোগত  এই অভিযান। আমেৰিকাই এই যাত্ৰাক ঐতিহাসিক ঘটনা বুলি অভিহিত কৰিছে।

ADVERTISEMENT

◆বাণিজ্যিক মহাকাশ যাত্ৰাত এক নতুন অধ্যায় ৰচনা কৰি যোৱা নিশা পূৰ্ব নিৰ্ধাৰিত সময় অনুযায়ী মহাকাশলৈ গতি কৰিলে ‘ফেলকন – ৯’ নামৰ ৰকেটযান। অৰ্বু্দপতি উদ্যোগী ইল’ন মাস্কৰ’ স্পেচ এক্স ‘এ নিৰ্মাণ কৰা ‘ফেলকন – ৯’ নামৰ ৰকেটযানখনে দুজন আমেৰিকানক কঢ়িয়াই যাত্ৰা আৰম্ভ কৰে।’ নেচনেল এৰ’নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন’ৰ ডগ হাৰ্লে আৰু বব বেনকেনে ‘ফেলকন – ৯’ ৰকেটযানৰ ওপৰত অৱস্থিত বুলেট আকৃতিৰ ড্ৰেগন কেপছুলত বহি মহাকাশলৈ উৰা মাৰে। মহাকাশৰ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ দিশলৈ তেওঁলোক ৰাওনা হৈছে। ‘স্পেচ এক্স’ৰ এই যাত্ৰাক ঐতিহাসিক আখ্যা দিছে আমেৰিকাই। সময় তেতিয়া নিশা এক বাজি এক মিনিট। পূৰ্ব নিৰ্ধাৰিত অনুসৰি, ‘ফেলকন – ৯’ ৰকেট উৎক্ষেপণ কৰে আমেৰিকাই।

◆মহাকাশলৈ ৰাওনা হোৱাৰ মাত্ৰ ছয় মিনিটৰ পাছতে ‘ফেলকন – ৯’ ৰকেটৰ পৰা বিছিন্ন হৈ আগুৱাই যায় ড্ৰেগন কেপছুল । গতি বৃদ্ধি কৰি এতিয়া ই আগুৱাই গৈছে পৃথিৱীৰ কক্ষপথৰ দিশলৈ। ‘স্পেচ এক্স’ৰ মহাকাশ যাত্ৰাত আমেৰিকাই ঐতিহাসিক আখ্যা দিছে কিয়নো অন্য দেশৰ সাহাৰ্য্য অবিহনে মাৰ্কিন ব্যক্তিগত গৱেষণা সংস্থা ‘স্পেচ এক্স’-এ সমগ্ৰ অভিযানৰ পৰিকল্পনা প্ৰস্তুত কৰে। অৱশ্যে এই উদোগত ‘স্পেচ এক্স’ক সহায়ৰ হাত আগবঢ়াই নাছাই। নাছাৰ মুৰব্বী জিম. ব্ৰিডেনষ্টাইনে কয়, ‘প্ৰথমবাৰৰ বাবে কোনো ব্যক্তিগত সংস্হাই অভিযানৰ এনে বৃহৎ উদ্যোগ গ্ৰহণ কৰিছে। দেশৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। সঠিকভাৱে আগবাঢ়িলে ব্ৰেনকেন আৰু হালেই প্ৰায় ১৯ ঘণ্টাত আন্তজাৰ্তিক মহাকাশ কেন্দ্ৰত উপস্থিত হ’ব।

◆তেওঁলোকে ২১০ দিন তাত কটাব পাৰিব বুলি প্ৰাথমিকভাৱে পৰিকল্পনা কৰা হৈছে। তেওঁলোকে তাত ভৰি থোৱাৰ পাছত পৰৱৰ্তী পৰিকল্পনা নিশ্চিত কৰা হ’ব। ‘

Live webcast of Crew Dragon’s test flight with @NASA astronauts @AstroBehnken and @Astro_Doug → https://t.co/bJFjLCzWdK https://t.co/qalF7oCJO6

— SpaceX (@SpaceX) May 30, 2020

This is the first time in human history @NASA_Astronauts have entered the @Space_Station from a commercially-made spacecraft. @AstroBehnken and @Astro_Doug have finally arrived to the orbiting laboratory in @SpaceX's Dragon Endeavour spacecraft. pic.twitter.com/3t9Ogtpik4

— NASA (@NASA) May 31, 2020

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Elon MuskFalcon9International Space stationNASASpaceX
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল
Assam

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

October 4, 2026
CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ
India

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

ভাৰতত ইন্ধনৰ মাধমাৰ অৱধাৰিত
India

ভাৰতত ইন্ধনৰ মাধমাৰ অৱধাৰিত

October 4, 2026
সোণৰ দামে অচিৰেই তিনি লাখৰ ঘৰ স্পৰ্শ কৰাৰ আশংকা
International

সোণৰ দামে অচিৰেই তিনি লাখৰ ঘৰ স্পৰ্শ কৰাৰ আশংকা

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d