Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কৰ’না ভাইৰাছৰ আতংকই উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ নামভৰ্তিত বিৰূপ প্ৰভাৱ পেলাইছে

publisher by publisher
June 12, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
কৰ’না ভাইৰাছৰ আতংকই উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ নামভৰ্তিত বিৰূপ প্ৰভাৱ পেলাইছে
5
SHARES
49
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

ভৱিষ্যতৰ অলেখ ৰঙীণ সপোন বুকুত বান্ধি লৈ ৰাজ্য খনৰ বিভিন্ন জিলাৰ পৰা প্ৰতি বছৰেই হেজাৰ হেজাৰ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে ঢাপলি মেলে কলংপাৰৰ বৌদ্ধিক চহৰ নগাঁৱলৈ । অথচ বিগত ১০-১৫ বছৰৰ আগলৈকে ৰাজ্যৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ সপোনৰ শিক্ষানুষ্ঠান খন আছিল গুৱাহাটী মহানগৰীৰ শিক্ষানুষ্ঠান। অৱশ্যে সময়ৰ আহ্বানত বিগত কেইটামান বছৰৰ পৰা ৰাজ্যৰ অগণন মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক শ্ৰেণীত অধ্যয়ণৰ বাবে নগাঁও চহৰৰ একাংশ জুনিয়ৰ কলেজকহে বাচনি কৰি অহা পৰিলক্ষিত হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পূৰ্বেই অনেক ছাত্ৰ-ছাত্ৰীয়ে নগাঁও চহৰৰ সেই বিশেষ শিক্ষানুষ্ঠান সমূহত নামভৰ্তিৰ সপোন দেখে। মেধাৱী ছাত্র-ছাত্ৰীৰ লক্ষ্য নগাঁও হৈ পৰাৰ অন্যতম কাৰণ নগাঁৱস্থ সপোনৰ শিক্ষানুষ্ঠান সমূহৰ ঈৰ্ষণীয় ফলাফল, স্হান লাভৰ ধাৰাবাহিকতা।

ADVERTISEMENT

ৰাজ্য খনৰ ভিন্ন প্ৰান্তৰ যি সকল মেধাৱী ছাত্র-ছাত্ৰীয়ে নগাঁও চহৰত থাকি চহৰ খনৰ শিক্ষানুষ্ঠানত উচ্চতৰ মাধ্যমিক শ্ৰেণীত পঢ়াৰ সপোন পুহি ৰাখিছে সেই মেধাৱী ছাত্র-ছাত্ৰী সকলৰ মুখে মুখে উচ্চাৰিত হৈ আহিছে ৰামানুজন জুনিয়ৰ কলেজ, কনচেপ্ট জুনিয়ৰ কলেজ, মেট্ৰিক্স জুনিয়ৰ কলেজ, ৰেণেছাঁ জুনিয়ৰ কলেজ, গীতাঞ্জলী জুনিয়ৰ কলেজ, আলফা বিটা জুনিয়ৰ কলেজ, দ্ৰোণাচাৰ্য জুনিয়ৰ কলেজ, কলংপাৰ জুনিয়ৰ কলেজ, ভাৰতী বিদ্যাপীঠ, কলং কপিলী জুনিয়ৰ কলেজ আদিৰ নাম । উল্লেখ্য যে, নগাঁৱত দুকুৰি খনৰো জুনিয়ৰ কলেজ আছে বিগত বৰ্ষ সমূহৰ নিচিনাকৈ এইবাৰ নগাঁও চহৰৰ জুনিয়ৰ কলেজলৈ উচ্চতৰ মাধ্যমিক শ্ৰেণীত নাম ভৰ্তিৰ বাবে অগণন মেধাৱী ছাত্ৰ-ছাত্ৰীৰ ঢল বোৱা পৰিলক্ষিত হোৱা নাই। প্ৰধানতঃ অতিমাৰী কৰ’না ভাইৰাছৰ আতংকৰ পৰিপ্ৰেক্ষিততেই নগাঁও চহৰলৈ অন্য জিলাৰ পৰা উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ নামভৰ্তি কৰিবলৈ জুনিয়ৰ কলেজ সমূহলৈ ছাত্ৰ-ছাত্ৰীৰ বোৱা সোঁতৰ ধাৰ এইবাৰ যথেষ্ট খিনি হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।

অধিকাংশ অভিভাৱকেই নিজৰ সন্তানক ঘৰৰ পৰা বহু নিলগত ৰাখি পঢ়াবলৈ আগ্ৰহী নহয়। যাৰ ফলত এইবাৰ নগাঁও চহৰৰ নামজ্বলা জুনিয়ৰ কলেজ সমূহলৈ বহিঃ জিলাৰ পৰা আগৰ দৰে বিদ্যাৰ্থী অহাৰ সম্ভাৱনাও ক্ষীণ হৈ পৰিছে। আনহাতে,ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা সাত জুনত এক সংবাদমেলত এইবাৰ উচ্চতৰ মাধ্যমিকৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ চৰকাৰী খণ্ডৰ যিকোনো শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বিনামূলীয়া কৰাৰ কথা ঘোষণা কৰা বিষয়টোৱেও নগাঁৱৰ একাংশ জুনিয়ৰ কলেজত সমস্যাৰ সৃষ্টি কৰিছে। দুখীয়া পৰিয়ালৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীয়েই এইবাৰ নগাঁও কলেজত নামভৰ্তি কৰিবলৈ আগ্ৰহী হৈ পৰা বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, নগাঁও কলেজত উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ কলা শাখাত মুঠ আসনৰ সংখ্যা ৫৫০ আৰু বিজ্ঞান শাখাত ৩০০। এই পৰ্যন্ত মহাবিদ্যালয় খনত নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই।

ইপিনে, সাম্প্ৰতিক পৰিস্থিতিত চহৰ খনৰ একাংশ জুনিয়ৰ কলেজত এই পৰ্যন্ত নামভৰ্তিয়েই আৰম্ভ হোৱা নাই। আনকি একাংশ জুনিয়ৰ কলেজৰ কৰ্তৃপক্ষই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা একাংশ ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ গৈ নাম ভৰ্তিৰ বাবে অনুৰোধ জনাবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে । নিজৰ কলেজত নাম ভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰী আনিবৰ বাবে একাংশ জুনিয়ৰ কলেজে এজেন্টক কমিচন দি নিয়োগ কৰা বুলিও জানিব পৰা গৈছে। অৱশ্যে চহৰ খনৰ ৰামানুজন জুনিয়ৰ কলেজ, মেট্ৰিক্স জুনিয়ৰ কলেজ, কনচেপ্ট জুনিয়ৰ কলেজ, ৰেণেছাঁ জুনিয়ৰ কলেজ, গীতাঞ্জলি জুনিয়ৰ কলেজ প্ৰমুখ্যে স্থান লাভৰ কৃতিত্ব দেখুওৱা একাংশ জুনিয়ৰ কলেজত চৰকাৰী ঘোষণাৰ কোনো ধৰণৰ বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হোৱা নাই। অৱশ্যে এই নামজ্বলা জুনিয়ৰ কলেজ কেইখনৰ লগতে আন বহু জুনিয়ৰ কলেজে কৰ’না ভাইৰাছৰ আতংক, দীঘলীয়া তলাবন্ধ, শিক্ষানুষ্ঠান সমূহ খোলাৰ সন্দৰ্ভত চৰকাৰৰ অস্পষ্ট ভূমিকাৰ দুৰ্ভোগ ভুগিব লগা হোৱা বুলি জানিব পৰা গৈছে । নগাঁও চহৰৰ ৰামানুজন জুনিয়ৰ কলেজৰ অনলাইন ব্যৱস্থাৰে উচ্চতৰ মাধ্যমিক শ্ৰেণীত নাম ভৰ্তি চলি আছে।

আনহাতে, অতি মেধাৱী ছাত্ৰ ছাত্ৰী সকলক ষ্পট এডমিচন দিয়াৰ ব্যৱস্থা কৰা হৈছে। জুনিয়ৰ কলেজখনত উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক বিজ্ঞান আৰু কলা শাখাৰ নাম ভৰ্তি অহা ১৫ জুনত সম্পন্ন হ’ব। জুনিয়ৰ কলেজ খনৰ অধ্যক্ষ দিলীপ বৰাই প্ৰকাশ কৰা মতে, ৰামানুজন জুনিয়ৰ কলেজৰ কলা শাখাত আসনৰ সংখ্যা ৩০০আৰু বিজ্ঞান শাখাত ৫০০। কলা শাখাত নাম ভৰ্তি মাছুল ১৫হেজাৰ টকা আৰু বিজ্ঞান শাখাত ২৫ হেজাৰ টকা নিৰ্ধাৰণ কৰা হৈছে। জুনিয়ৰ কলেজ খনত নামভৰ্তিৰ ক্ষেত্ৰত কৰ’না ভাইৰাছৰ আতংকৰ বাবে কেৱল কলা শাখাতহে কিছু প্ৰভাৱ পৰিছে যদিও বিজ্ঞান শাখাত কোনো বিৰূপ প্ৰভাৱ পৰা নাই। জুনিয়ৰ কলেজ খনে এইবাৰ আৰ্থিক ভাৱে দুর্বল পৰিয়ালৰ দহ গৰাকী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ নামভৰ্তি কৰাৰ সুবিধা দিব বুলিও তেওঁ জনায়। আনহাতে কনচেপ্ট জুনিয়ৰ কলেজৰ অধ্যক্ষ মৃণাল বেজবৰুৱাৰ পৰা জানিব পৰা মতে, কৰ’না ভাইৰাছৰ আতংকৰ পৰিপ্ৰেক্ষিতত এইবাৰ শিক্ষানুষ্ঠানত খনৰ নামভৰ্তিত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে।

জুনিয়ৰ কলেজ খনত উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক কলা শাখাত দুশ আসন আৰু বিজ্ঞান শাখাত ২৫০খন আসন আছে। কলা শাখাত নামভৰ্তিৰ মাছুল দহ হেজাৰ টকা আৰু বিজ্ঞান শাখাত ২০হেজাৰ টকা ধাৰ্য কৰা হৈছে। জুনিয়ৰ কলেজ খনত অনলাইন আৰু ষ্পট এডমিচন চলি আছে যদিও নামভৰ্তি হ’ব ১১, ১২ আৰু ১৩ জুনত। আনহাতে,চহৰখনৰ ৰেণেছাঁ জুনিয়ৰ কলেজৰ অধ্যক্ষ পাৰ্থজিৎ বৰুৱাই প্ৰকাশ কৰা মতে, জুনিয়ৰ কলেজ খনত নামভৰ্তিৰ বাবে প্ৰ-পত্ৰ দি থকা হৈছে যদিও নামভৰ্তিৰ তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই। কলা শাখাত ১৫০খন আসন আৰু বিজ্ঞান আৰু বাণিজ্য উভয় শাখাত ১০০খন আসন সমৃদ্ধ জুনিয়ৰ কলেজ খনত কলা শাখাত নামভৰ্তিৰ বাবে ১৪হেজাৰ টকা, বিজ্ঞান শাখাত ১৬হেজাৰ টকা আৰু বাণিজ্য শাখাত ১৪হেজাৰ টকা ধাৰ্য কৰা হৈছে।

কৰ’নাৰ আতংকৰ পৰিপ্ৰেক্ষিতত জুনিয়ৰ কলেজ খনত নামভৰ্তিৰ ক্ষেত্ৰত বিশেষ ভাৱে সমস্যাৰ সৃষ্টি হোৱা বুলিও বৰুৱাই কয়। চহৰ খনৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ জুনিয়ৰ কলেজৰ অধ্যক্ষ জাকিৰ হুচেইনে প্ৰকাশ কৰা মতে, কৰ’নাতংকৰ বিৰূপ প্ৰভাৱ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শ্ৰেণীৰ নামভৰ্তিত পৰিছে।পূৰ্বৰ দৰে এইবাৰ নামভৰ্তিৰ হাৰ আশাব্যঞ্জক নহয় বুলি তেওঁ কয় । কলা শাখাত ১৪০ আৰু বাণিজ্য শাখাত ৬০খন আসন থকা জুনিয়ৰ কলেজ খনৰ নামভৰ্তিৰ মাছুল সাত হেজাৰ টকালৈ হ্ৰাস কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19Nagaon
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d