Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা

    বিহালী এতিয়া পখিলাৰ স্বৰ্গ ! দুদিনত ১৫০ বিধ বিৰল পখিলাৰ সন্ধান

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মেট্ৰিকত এজনো উত্তীৰ্ণ নোহোৱা স্কুল বন্ধ কৰাত আইনী মেৰপেচ

publisher by publisher
June 13, 2020
in Assam, News
Reading Time: 1 min read
0
মেট্ৰিকত এজনো উত্তীৰ্ণ নোহোৱা স্কুল বন্ধ কৰাত আইনী মেৰপেচ
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

Third phase of the Gunotsav starts today:আজিৰে পৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ 

Assam Gunotsav 2025:অহাবৰ্ষৰ ছয় জানুৱাৰীৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ

CM Dr. Himanta Biswa Sarma Distributed Appointment letters to 41 candidates:এক লাখ নিযুক্তিৰ ক্ষেত্ৰত আন এক পদক্ষেপ

হাইস্কুল শিক্ষান্ত পৰীক্ষাত এজনো উত্তীৰ্ণ নোহোৱা বিদ্যালয় বন্ধ কৰাৰ ক্ষেত্ৰত আইনী মেৰপেছৰ সন্মুখীন হৈছে ৰাজ্যৰ শিক্ষা বিভাগ ৷ফলত চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এজনো শিক্ষাৰ্থী উত্তীৰ্ণ নোহোৱা ৰাজ্যৰ ২৪ বিদ্যালয় বন্ধ কৰাৰ পূৰ্বে সংশ্লিষ্ট শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ বদলিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ গৈ থমকি ৰ’বলগীয়া হৈছে বিভাগ ৷

ADVERTISEMENT

শিক্ষা বিভাগৰ সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এজনো উত্তীৰ্ণ নোহোৱা ৰাজহুৱা খণ্ডৰ মুঠ ২৪ খন বিদ্যালয় আছে ৷ইয়াৰে ছখন আছে ডিমা হাচাও পাহাৰীয়া জিলাখনত থকা এই শিক্ষানুষ্ঠানসমূহ বন্ধ কৰাৰ ক্ষেত্ৰত আছে ব্যাপক জটিলতা ৷ বিশেষকৈ শিক্ষাৰ অধিকাৰ আইন অনুসৰি প্ৰতি পাঁচ কিলোমিটাৰৰ অন্তৰে অন্তৰে এখনকৈ উচ্চ মাধ্যমিক বিদ্যালয় থকাতো বাধ্যতামূলক।

কিন্তু ডিমা হাচাও আৰু কাৰ্বি আংলং জিলাত পাঁচ কিলোমিটাৰতো বাদেই,১০-১২ কিলোমিটাৰ দূৰলৈকে বৰ্তমানে কোনো শিক্ষানুষ্ঠান নাই। তেনেস্থলত এই শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি উক্ত শিক্ষানুষ্ঠানত অধ্যয়নৰত শিক্ষাৰ্থীসকলক ওচৰৰ স্কুলত নামভৰ্তি কৰোৱাৰ ক্ষেত্ৰত জটিলতা আছে। লগতে ডিমা হাছাও জিলাৰ ছখল আৰু কাৰ্বি আংলং জিলাৰ আন তিনিখন শিক্ষানুষ্ঠানৰ অধিকাংশ শিক্ষাৰ্থীয়ে অনুসূচিত জনজাতি পৰিয়ালৰ ৷তদুপৰি দুয়োখন জিলা ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত।

ইয়াৰ পৰিপেক্ষিতত পাহাৰীয়া জিলা দুখনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এজনো প্ৰাৰ্থী উত্তীৰ্ণ নোহোৱা এই নখন শিক্ষানুষ্ঠান বন্ধ কৰাক লৈ শিক্ষা বিভাগে বৰ্তমানে কোনো সিদ্ধান্ত নোলোৱা বুলি সূত্ৰটোৱে জনাইো একেদৰে সংখ্যালঘু অধ্যুষিত অঞ্চলত নাৰী শিক্ষা অধিক গতিশীল কৰাৰ স্বাৰ্থতে কামৰূপ জিলাৰ ছমৰীয়াস্থিত কস্তৰবা গান্ধী বালিকা বিদ্যালয় দুখনৰ ক্ষেত্ৰতো আইনী বাধা আছে ৷

ফলত এই শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি শিক্ষক কৰ্মচাৰীক বদলিৰ পৰিৱৰ্তে ভাল ফলাফলৰ বাবে কঠোৰ সকিয়নী দিয়াৰ যো জা চলোৱা বুলি সূত্ৰটোৱে জনায়। লগতে এজনো শিক্ষাৰ্থী নোহোৱা এই শিক্ষানুষ্ঠানসমূহৰ ভিতৰত কাছাৰৰ দুখন,ধুবুৰীৰ এখন,গোলাঘাটৰ এখন,যোৰহাটৰ চাৰিখন,কামৰূপৰ দুখন,কাৰ্বি আংলঙৰ তিনিখন,কোকৰাঝাৰৰ এখন,নগাঁৱৰ এখন,ডিমাহাচাও ছখন,শোনিতপুৰৰ দুখন আৰু কামৰূপ মহানগৰৰ এখন শিক্ষানুষ্ঠান থকা বুলি সূত্ৰটোৱে অৱগত কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Education DepartmentHigher Secondary Education CouncilSEBA
publisher

publisher

Related Posts

Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা
National

Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা

September 29, 2026
বিহালী এতিয়া পখিলাৰ স্বৰ্গ ! দুদিনত ১৫০ বিধ বিৰল পখিলাৰ সন্ধান
Assam

বিহালী এতিয়া পখিলাৰ স্বৰ্গ ! দুদিনত ১৫০ বিধ বিৰল পখিলাৰ সন্ধান

September 29, 2026
‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই
Entertainment

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

September 28, 2026
চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক
Assam

CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d