Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

এখন চহৰত বাস কৰিলেই পাব ডেৰ লাখ

publisher by publisher
June 21, 2020
in News, Tourism
Reading Time: 1 min read
0
এখন চহৰত বাস কৰিলেই পাব ডেৰ লাখ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

কৰ’না ভাইৰাছে বিশ্বৰ অধিকাংশ চহৰকে বিপৰ্যস্ত কৰি তুলিছে । তলাবন্ধৰ প্ৰকোপ দূৰ কৰি নতুনকৈ উভতি থিয় দিয়াৰ বাবে নানা ধৰণৰ উদ্যোগ গ্ৰহণ কৰিছে বিশ্বৰ অধিকাংশ চহৰে। পৰ্যটসকলৰ আকৰ্ষণ বৃদ্ধি কৰিবলৈ কেতবোৰ চহৰে বিপুল পৰিমাণৰ ৰেহাই ঘোষণা কৰিছে । আকৌ কোনো চহৰৰ স্তব্ধ হৈ পৰা অৰ্থনীতিৰ উন্নতিৰ স্বাৰ্থত কৰ্মচাৰীলৈ ঘোষণা কৰিছে লোভনীয় পেকেজ । ইয়াৰ ভিতৰত অন্যতম হৈছে আমেৰিকাৰ ছেথাম কাউণ্টিৰ চহৰ ছাভান্ন । এই চহৰত বাস কৰিবলৈ ল’লেই কিছু লোকে লাভ কৰিব ভাৰতীয় মূল্যত প্ৰায় ডেৰ লাখ টকা । আমেৰিকাৰ দক্ষিণ-পূব উপকূলৰ কাষত অৱস্থিত এই চহৰত আছে প্ৰাচীন স্থাপত্যৰ নিদৰ্শন ।

ADVERTISEMENT

কেৱল সেয়াই নহয়, মনোমোহা প্ৰাকৃতিক পৰিবেশো এই চহৰৰ অন্যতম আকৰ্ষণ । কৰ’নাৰ প্ৰভাৱত যেতিয়া আমেৰিকাৰ বিভিন্ন চহৰৰ অৱস্থা জটিল, তেতিয়া ছাভান্না চহৰত সংক্ৰমনৰ হাৰ আছিল অনেক কম । সেয়ে চহৰখনৰ অৰ্থনৈতিক দিশটোক নতুন গতি দিয়াৰ বাবে ছাভান্না কৰ্তৃপক্ষই একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । ছাভান্না ইক’নমিক ডেভেল’পমেণ্ট অথ’ৰিটী(ছেদ)ৰ অধীনত চহৰখনত বহুতো নতুন উদ্যোগ ক্ষেত্ৰ গঢ়ি তোলা হৈছে । সেইসমূহত কাম কৰাৰ বাবে কৰ্মীসকলক আকৰ্ষিত কৰিবলৈ বিশেষ পেকেজৰ ব্যৱস্থা কৰা হৈছে । স্বাস্থ্য সেৱা, এৰ’স্পেচ, অত্যাধুনিক উৎপাদনৰ উপৰি চহৰখনত তথ্য-প্ৰযুক্তিৰ প্ৰচুৰ কাৰ্যলয়ো নতুনকৈ খুলিছে । ছাভান্নাত প্ৰায় পাঁচশ কোম্পানীৰ কাৰ্যলয় আছে ।

সেয়ে প্ৰযুক্তিৰ কৰ্মচাৰী সকলে যাতে এই চহৰত কাম কৰে, তাৰ বাবে তলাবন্ধৰ পৰৱৰ্তী সময়ত পেকেজৰ কথা ঘোষণা কৰিছে ছেডাই।সংস্থাটোৰ তৰফৰ পৰা জনোৱা হৈছে যে তলাবন্ধৰ পৰৱৰ্তী সময়ত আন চহৰ ত্যাগ কৰি যিসকল প্ৰযুক্তি ক্ষেত্ৰৰ কৰ্মচাৰীয়ে ছাভান্নাত কাম কৰিবলৈ আহিব, তেওঁলোকৰ প্ৰতেককে দুহেজাৰ আমেৰিকান ডলাৰ পৰ্য্যন্ত দিয়া হ’ব । ভাৰতীয় মূল্যত ডেৰ লক্ষ টকাৰো অধিক । এখন চহৰৰ পৰা আন এখন চহৰলৈ বাসস্থান সলনি কৰাৰ সময়ত কিছু প্ৰাথমিক খৰছ থাকে।ছাভান্নালৈ অহাৰ বিষয়ত উৎসাহিত কৰিবলৈ বাসস্থান সলনিৰ ব্যয় ৰূপে এই ধন প্ৰদান কৰা হ’ব বুলিও ছেডাই জনাইছে । ছেডাৰ উপ সভাপতি জেন বনেটে কয়, “বসবাসৰ বাবে ছাভান্না অন্যতম শ্ৰেষ্ঠ স্থান। এই ঐতিহাসিক চহৰত সোন্দৰ্য্যৰ সমান্তৰালকৈ উদ্যোগৰ উন্নতি ঘটোৱাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: SavannahSavannah Economic Development AuthoritySEDA
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d