দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : যোৰহাটৰ ভোগদৈ আৰক্ষীয়ে গুৱাহাটীৰ পৰা অভিজিৎ বৰা নামৰ এজন প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰে।
ADVERTISEMENT
গোলাঘাটৰ অভিজিৎ বৰাই নথি-পত্ৰ জালিয়াতিৰে যোৰহাটৰ মহিন্দ্ৰা ডিলাৰৰ পৰা কেবাখনো নতুন গাড়ী লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে।
ঘটনা সন্দৰ্ভত ভোগদৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।































