Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত CJPৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ পূৰ্বেই ইউটিউবাৰ ধ্ৰুৱ ৰাঠীক আটক

    ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে

    হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ

    সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

'উপনিৱেশোত্তৰ উত্তৰ-পূব ভাৰত আৰু ড° ভূপেন হাজৰিকা' গ্ৰন্থ উন্মোচন

publisher by publisher
September 5, 2026
in Assam, News
Reading Time: 1 min read
0
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
8
SHARES
83
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Book Release in guwahati:দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: জন্ম শতবাৰ্ষিকী বৰ্ষতে উন্মোচন হ’ল সুধাকন্ঠ সম্পৰ্কীয় আন এখন অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ। গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে অসম তথা উত্তৰ-পূব ভাৰতৰ প্রথিতযশা ইতিহাসবিদ প্ৰফেছাৰ শীলা বৰা আৰু প্ৰফেছাৰ সজল নাগে উন্মোচন কৰে উপনিৱেশোত্তৰ উত্তৰ-পূব ভাৰত আৰু ড° ভূপেন হাজৰিকা শীৰ্ষক গ্ৰন্থখন।

ADVERTISEMENT

গুৱাহাটীৰ হাতীগাঁও নিবাসী তথা অসম ৰয়েল গ্লবেল ইউনিভাৰ্চিটিৰ বুৰঞ্জী বিভাগৰ সহযোগী অধ্যাপক ড° সুস্মিতা হাজৰিকা আৰু সহ লেখক কয়াকুছিৰ ড° তানিয়া বেগমে লিখি উলিওৱা গ্ৰন্থখনে সুধাকন্ঠৰ সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানক দাঙি ধৰিছে। সুধাকন্ঠৰ জীৱনৰ এছোৱা সময়ৰ বাস্তৱ দলিলস্বৰূপ গ্ৰন্থখনৰ উন্মোচনী সভাত সাহিত্যিক-গৱেষক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° সূৰ্য্য কান্ত হাজৰিকাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। ইয়াৰোপৰি সমাজৰ ভিন্ন স্তৰৰ কেইবাগৰাকীও লোক উপস্থিত থাকে অনুষ্ঠানত। উপনিবেশোত্তৰ উত্তৰ-পূব ভাৰত আৰু ড° ভূপেন হাজৰিকা গ্রন্থখনৰ বিষয়ে বক্তব্য আগবঢ়াই উন্মোচকদ্বয়ে কয় যে উপনিৱেশোত্তৰ কালছোৱা দেশৰ ইতিহাসত অতিকে গুৰুত্বপূৰ্ণ সময়। গতিকে এই সময়ৰ উত্তৰ-পূব ভাৰতৰ ইতিহাসত উত্তৰ-পূৰ্বাঞ্চলৰ মহান গণশিল্পী ড° ভূপেন হাজৰিকাৰ দৃষ্টিৰে আলোকপাত কৰি ইতিহাসত তেখেতৰ স্থান নির্ধাৰণ কৰিবলৈ এই গ্ৰন্থখনৰ যোগেদি এক আন্তৰিক প্ৰচেষ্টা চলোৱা হৈছে। অনুষ্ঠানটিত বক্তাসকলে গ্ৰন্থখনৰ অগতানুগতিক বিষয়বস্তু, সাহিত্যিক মূল্য বিশেষকৈ ইতিহাস-সাহিত্যৰ গৱেষণা ক্ষেত্ৰখনলৈ ইয়াৰ অৱদানৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। অনুষ্ঠানৰ আৰম্ভণিতে মণিদ্বীপ চুতীয়াই ড° ভূপেন হাজৰিকাৰ জনপ্ৰিয় গীত “হে’ হে’ হে’ ঢোলে ডগৰে হে’ হে’ হে’ হিয়াৰ উমেৰে” গীতটি ভায়োলিন বাদনেৰে পৰিৱেশন কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #latestnews #bookrelease #BhupenHazarika #GuwahatiPressclub #dainikagradoot
publisher

publisher

Related Posts

দিল্লীত CJPৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ পূৰ্বেই ইউটিউবাৰ ধ্ৰুৱ ৰাঠীক আটক
India

October 10, 2026
ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে
Assam

October 9, 2026
হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ
Assam

হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ

October 9, 2026
সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ
India

সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

October 9, 2026
মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক
Assam

মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

October 9, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

October 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d