Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত CJPৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ পূৰ্বেই ইউটিউবাৰ ধ্ৰুৱ ৰাঠীক আটক

    ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে

    হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ

    সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

publisher by publisher
September 5, 2026
in International, News
Reading Time: 1 min read
0
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

ভাৰতীয়মূলৰ দক্ষিণ আফ্ৰিকাৰ ন্যায়াধীশলৈ শান্তিৰ ন’বেল বঁটা

দিনটোৰ ৰাশিফল

Dainik Agradoot Today’s Edition : 10 Oct 2026

ChineseEntrepreneur: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : কেতিয়াবা দেহৰ কোনো অংশ খজুৱালে আপুনি আনক খজুৱাই দিবলৈ অনুৰোধ কৰে নেকি? সম্ভৱতঃ সমাজত এনে লোক থকাৰো ধাৰণা কৰি চীনৰ এজন যুৱকে আনৰ গা খজুৱাই দিয়া দুখন বিপণী খোলে।

ADVERTISEMENT

আশ্চর্যজনক যে এই বিপণী দুখনৰ পৰা তেওঁ মাহিলি এক লাখ ইউৱান অৰ্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত মাহিলি দুই লাখ টকাকৈ আয় কৰিবলৈ সক্ষম হৈছে। এই অভিনৱ ব্যৱসায়িক ধাৰণাৰে প্ৰতিষ্ঠা অৰ্জন কৰা এই যুৱকজন হ’ল শ্বেনজেনৰ জাং ক্সিআকিয়াও।

সম্প্রতি ৩২ বছৰীয়া জাঙে তেওঁৰ গা খজুৱাই দিয়া বিপণী দুখনত প্রশিক্ষিত কৰ্মচাৰীও ৰাখিছে। মাছাজ পাৰ্লাৰৰ দৰে তেওঁৰ বিপণীত গ্রাহকক বিছনাত শুৱাই কৰ্মচাৰীয়ে গা খজুৱাই দিয়ে। যোৱা মে’ত জাঙে শেনজেনৰ বাওৱান জিলাত এনে প্রথমখন বিপণী খোলে।

গ্রাহক বৃদ্ধি পোৱাত তেওঁ কিছুদিনৰ ভিতৰতে দ্বিতীয়খন বিপণী মুকলি কৰে। তেওঁৰ দ্বিতীয় বিপণীখন ফুচিয়ান জিলাত অৱস্থিত। তেওঁৰ এই বিপণী ছুমা বেও নামেৰে জনাজাত। তেওঁৰ বিপণীত গা খজুৱাবলৈ হ’লে এজন গ্রাহকে ঘণ্টাত তিনিশ ইউৱান অর্থাৎ ৪২শ টকা পৰিশোধ কৰিব লাগে।

বিপণীৰ কৰ্মচাৰীয়ে বিশেষভাৱে তৈয়াৰী নখ লৈ মিহি মিহিকৈ গ্রাহকজনৰ গা খজুৱাই দিয়ে। ইয়াৰ দ্বাৰা গ্ৰাহকে আৰাম অনুভৱ কৰি টোপনিত ঢলিও পৰে। আনকি বহু সময়ত গ্ৰাহকৰ মুখৰ পৰা প্ৰাণখোলা হাঁহিও নির্গত হয়। গতিকে বহুতে জাঙৰ বিপণীত গা খজুৱাবলৈ ইচ্ছা প্রকাশ কৰে।

ফলত তেওঁৰ দুই বিপণীত পুৱাৰে পৰা গ্ৰাহকৰ লানি নিছিগা শাৰীৰ সৃষ্টি হয়। ইয়াৰ সুবাদত তেওঁৰ মাহিলি আয় ১৪ লাখ টকা পর্যন্ত হৈছে। স্বাভাৱিকতে চীনত পূর্বে এনে অভিনৱ ধাৰণাৰ ব্যবসায় নাছিল।

গতিকে এই বিপণী খোলাৰ সময়ত জাঙে উদাহৰণৰূপে কাকো অনুকৰণ কৰিব পৰা নাছিল। গতিকে তেওঁ নিজা ধাৰণাৰে ব্যৱসায়ত আগবাঢ়িবলগীয়া হয়। আনকি তেওঁ কৰ্মচাৰীসকলকো নিজৰ মনত খেলোৱা ধাৰণাৰে প্ৰশিক্ষণ প্রদান কৰিবলগীয়া হয়।

গতিকে তেওঁ কেনেদৰে খজুৱালে আনে ভাল পায় তাৰ কৌশল উদ্ভাৱনৰ বাবে গৱেষণাও কৰিবলগীয়া হয়। এনে গৱেষণাৰ জৰিয়তে উদ্ভাৱন কৰা পদ্ধতি তেওঁ কৰ্মচাৰীসকলক শিকায়। স্বাভাৱিকতে প্ৰথম অৱস্থাত এই অগতানুগতিক সফলতাৰ মুখ দেখিবলৈ সক্ষম হয় নে নহয় তাক লৈ জাং সন্দিহান আছিল।

এই সম্পর্কত তেওঁ সাংবাদিকৰ আগত কয়, ‘দেখা যায় যে বৃহৎ মহানগৰসমূহৰ মানুহ সাধাৰণতে উচ্চ মানসিক চাপত থাকে। গতিকে আনে গা খজুৱাই দিলে এনে লোকে মনত প্রশান্তি অনুভৱ কৰে বুলি ধাৰণা হয়।’

গ্রাহকেও এনে কথা কয় বুলি উল্লেখ কৰি যুৱকজনে লগতে কয়, ‘কিছু সংখ্যক গ্রাহকে কয় যে আমি আগবঢ়োৱা সেৱাই মাছাজতকৈ মনত অধিক প্রশান্তি দিয়ে।’ গতিকে তেওঁৰ দুয়োখন বিপণীত গ্ৰাহকৰ নিতৌ ভিৰ লাগে বুলি যুৱকজনে অনুভৱ ব্যক্ত কৰিছে। অৱশ্যে জাঙে পূৰ্বৰে পৰা উদ্যমিতা খণ্ডৰ স’তে জড়িত। ৩০ বছৰ বয়সত ভৰি দিয়াৰ পূৰ্বেই তেওঁ ই-কমার্চ খণ্ডত সফলতা অর্জন কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

ভাৰতীয়মূলৰ দক্ষিণ আফ্ৰিকাৰ ন্যায়াধীশলৈ শান্তিৰ ন’বেল বঁটা
International

ভাৰতীয়মূলৰ দক্ষিণ আফ্ৰিকাৰ ন্যায়াধীশলৈ শান্তিৰ ন’বেল বঁটা

October 10, 2026
দিল্লীত CJPৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ পূৰ্বেই ইউটিউবাৰ ধ্ৰুৱ ৰাঠীক আটক
India

দিল্লীত CJPৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ পূৰ্বেই ইউটিউবাৰ ধ্ৰুৱ ৰাঠীক আটক

October 10, 2026
ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে
Assam

October 9, 2026
হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ
Assam

হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ

October 9, 2026
সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ
India

সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

October 9, 2026
মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক
Assam

মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

October 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d