Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্তক সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস অমিত শ্বাহৰঃ সোণোৱাল আৰু হিমন্তৰে টেলিফোনিক বাৰ্তালাপ

publisher by publisher
June 29, 2020
in Assam, Flood, News
Reading Time: 1 min read
0
প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্তক সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস অমিত শ্বাহৰঃ সোণোৱাল আৰু হিমন্তৰে টেলিফোনিক বাৰ্তালাপ
1
SHARES
10
VIEWS
ShareShareShareShare

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰে টেলিফোনযোগে বাৰ্তালাপ কৰি ৰাজ্যখনৰ বান-গঢ়াখহনীয়া আৰু ভূমিস্খলনৰ ঘটনাৰ বুজ লয়। বাৰ্তালাপৰ সময়ছোৱাত, কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে এনে পৰিস্থিতিৰ স’তে মোকাবিলা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰপৰা সকলোধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে । এটা টুইটত শ্বাহে কয়, “ব্ৰহ্মপুত্ৰ নদীৰ উদ্বেগজনক পৰিস্থিতি আৰু গুৱাহাটীৰ সমীপত সংঘটিত ভূমিস্খলনৰ ঘটনাৰ বুজ ল’বলৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে বাৰ্তালাপ কৰো। ৰাজ্যখনক সম্ভাৱ্য সকলো সহায় আগবঢ়োৱাৰ আশ্বাস দিওঁ। মোডী চৰকাৰে অসমৰ জনসাধাৰণৰ সৈতে দৃঢ়ভাৱে থিয় দিছে।”

ADVERTISEMENT

উল্লেখ্য যে ভূমিস্খলনৰ ঘটনাৰ সময়ত উদ্ধাৰ অভিযানৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে এনডিআৰএফ মোতায়েন কৰাৰ পোষকতা কৰাত মুখ্যমন্ত্ৰী সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী শৰ্মা উভয়ে তেওঁক কৃতজ্ঞতা জনায়। ইফালে, ৰাজ্য বান পৰিস্থিতি সন্দৰ্ভত ২৮ জুন, ২০২০ত অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকাৰী (ASDMA)ৰ প্ৰতিবেদন অনুসৰি ২৩ খন জিলা ক্ৰমে ধেমাজি, লখিমপুৰ, বিশ্বনাথ, ওদালগুৰি, দৰং, নলবাৰী, কোকৰাঝাৰ, বঙাইগাঁও, ধুবুৰী, হোজাই, পশ্চিম কাৰ্বি আংলং, দক্ষিণ শালমৰা, গোৱালপাৰা, কামৰূপ, মৰিগাঁও, বৰপেটা, নগাঁও, গোলাঘাট, যোৰহাট, মাজুলী, ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ জিলা বানৰ কৱলত পৰিছে।

RelatedPosts

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

HSLC Result 2026:প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ ফলাফল

মুঠ ২,০৭১ খন গাঁৱৰ ৯.২৬ লাখ লোক বানত আক্ৰান্ত হৈছে। বিভিন্ন জিলাত স্থাপন কৰা ১৩৩ টা সাহাৰ্য্য কেন্দ্ৰত ২৭,৩০৮ বানাক্ৰান্তই আশ্ৰয় গ্ৰহণ কৰিছে । ২২১ টা বাসগৃহ বানত আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে । ধেমাজি, ডিব্ৰুগড়, বঙাইগাঁও, বৰপেটা আৰু নলবাৰীত এছডিআৰএফ, এনডিআৰএফ, অসামৰিক প্ৰতিৰক্ষা আৰু ৰাজহ চক্ৰৰ কাৰ্যালয়ৰদ্বাৰা উদ্ধাৰ অভিযান অব্যাহত আছে। উদ্ধাৰ অভিযানত ৬১ খন নাও মোতায়েন কৰা হৈছে আৰু অদ্যপি ৯,৩০৩ জন লোকক উদ্ধাৰ কৰা গৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূলো বানৰ কৱলত পৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Amit ShahAssamFloodHimanta Biswa Sarma
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d