কৰ’নাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাৰ পাছতে যোৰহাটত জাৰি কৰা হৈছে সম্পূৰ্ণ তলাবন্ধ । ন জুলাইৰ পৰা ১৫ জুলাইলৈ যোৰহাটত জাৰি কৰা এই তলাবন্ধ সন্ধিয়া সাত বজাৰ পৰা বলবৎ হ’ব। যোৰহাট পৌৰসভা অধীনৰ অঞ্চলতহে প্ৰযোজ্য হ’ব এই সৰ্বাত্মক তলাবন্ধ।
ADVERTISEMENT