■ মিনা ভৰালী নামৰ মহিলাগৰাকীৰ মৃত্যু ।
ADVERTISEMENT
■ মধুমেহ আৰু বৃক্ক জনীত ৰোগত আক্ৰান্ত মহিলাগৰাকীক জি এম চি এইচত ভৰ্তি কৰোৱা হৈছিল।
■ ২ জুলাইত স্বাৱ সংগ্ৰহ কৰিছিল জি এম চি এইচত ।
■ ৫ তাৰিখে মৃত্যু হয় মহিলাগৰাকীৰ।
■ স্বাৱ পৰীক্ষাত পজিটিভ ধৰা পৰে মহিলাগৰাকীৰ।
■ কিন্তু প্ৰশাসনে মৃত মহিলাগৰাকীৰ পৰিয়ালক নিগেটিভ বুলি জনায় ।
■ পৰৱৰ্তী সময়ত পজিটিভৰ তালিকাত অন্তৰ্ভুক্ত হয় মহিলাগৰাকীৰ নাম।
■ মহিলাগৰাকীৰ অন্তিম সৎকাৰ কৰা হয় ভূতনাথ শ্মশানত।
■ পজিটিভ, নিগেটিভক লৈ এতিয়া বিভ্ৰান্তি সৃষ্টি হৈছে পৰিয়ালৰ মাজত।