Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অপছন্দৰ বাতৰি প্ৰচাৰ কৰা সংবাদগোষ্ঠীক চৰকাৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: পাঠক

    পাথৰিঘাটত বিধ্বস্ত কাঠৰ দলং, লোকনির্মাণ বিভাগৰ গাফিলতিত দুৰ্ঘটনাৰ আশংকা

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    প্রতি ১০ চিকিৎসকৰ ছজন কৰ্মক্ষেত্ৰত হিংসাৰ বলি: অর্ধেকাংশ ঘটনাৰ অভিযোগ দাখিল নহয়

    শুৱালকুছি-বংশৰৰ পাহাৰত ভূ-মাফিয়াৰ খনন

    শুৱালকুছি-বংশৰৰ পাহাৰত ভূ-মাফিয়াৰ খনন

    Guripur:পত্নীহন্তা ৰামানুজৰ নিথৰ দেহ চমজি ল’ব পিতৃয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু ওদালগুৰিৰ প্ৰথমগৰাকী লোক

publisher by publisher
July 8, 2020
in Assam, COVID-19, India, News
Reading Time: 1 min read
0
কভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু ওদালগুৰিৰ প্ৰথমগৰাকী লোক
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

কভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুক সাৱতিলে ওদালগুৰি জিলাৰ প্ৰথমগৰাকী লোক। ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত ২ নম্বৰ নাহৰবাৰী গাওঁৰ জিতেন্দ্ৰ প্ৰসাদ(৩০) নামৰ লোকজনৰ আজি পুৱা প্ৰায় ৫-৩০ বজাত মৃত্যু ঘটে। প্ৰাপ্ত খবৰ অনুসৰি বিগত কিছুদিন ধৰি অসুস্থ হৈ থকা লোকজনে নিজাকৈ ঔষধ সেৱন কৰি আছিল। কিন্তু মঙলবাৰে লোকজনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেখেতক তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায়।

ADVERTISEMENT

কিন্তু চিকিৎসালয়খনে লোকজনৰ ক’ভিড-১৯ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু চিকিৎসা মহাবিদ্যালয়খনত কৰা লোকজনৰ স্বাৱ পৰীক্ষাত তেওঁৰ শৰীৰত ক’ভিড-১৯ ভাইৰাছৰ অৱস্থিতি ধৰা পৰে। ইফালে লোকজনৰ স্বাস্থ্য ক্ৰমে অধিক অৱনতি ঘটাত তেখেতক মঙলবাৰে সন্ধিয়া প্ৰায় ৭ বজাত চিকিৎসা মহাবিদ্যালয়খনৰ ক’ভিড-১৯ ৱাৰ্ডৰ আই‌চিইউত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি পুৱা প্ৰায় ৫-৩০ বজাত চিকিৎসা মহাবিদ্যালয়খনত লোকজনৰ মৃত্যু ঘটে।

ইয়াৰ পাছত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইটাৰত প্ৰকাশ কৰি জিতেন্দ্ৰ প্ৰসাদ নামৰ লোকজন চেপ্তিছেমিয়াত আক্ৰান্ত হৈ থকাৰ কথা অৱগত কৰে। ইফালে মৃত জিতেন্দ্ৰ প্ৰসাদে নিজাবৱীয়াকৈ চিকিৎসা গ্ৰহণ কৰি অহা মাজবাটৰ এখন ফাৰ্মাচীক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে স্বাস্থ্য বিভাগে। সমান্তৰালভাৱে নাহৰবাৰী গাওঁৰো এটা অংশ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে প্ৰশাসনে। লোকজনৰ কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত নোহোৱালৈ লক্ষ কৰি সংক্ৰমণৰ উৎসক লৈ আতংকিত হৈ পৰিছে মাজবাটবাসী। ইয়াৰ পাছত আজি বিয়লি লোকজনৰ মৃতদেহ ধনশ্ৰীঘাটস্থিত ক’ভিড-১৯ৰ আছুতীয়া শ্মসানত অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব বুলি প্ৰশাসনে জানিবলৈ দিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamAssam covid19Corona Viruscovid19
publisher

publisher

Related Posts

অপছন্দৰ বাতৰি প্ৰচাৰ কৰা সংবাদগোষ্ঠীক চৰকাৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: পাঠক
Assam

September 14, 2026
পাথৰিঘাটত বিধ্বস্ত কাঠৰ দলং, লোকনির্মাণ বিভাগৰ গাফিলতিত দুৰ্ঘটনাৰ আশংকা
Assam

পাথৰিঘাটত বিধ্বস্ত কাঠৰ দলং, লোকনির্মাণ বিভাগৰ গাফিলতিত দুৰ্ঘটনাৰ আশংকা

September 14, 2026
মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল
Entertainment

মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

September 14, 2026
প্রতি ১০ চিকিৎসকৰ ছজন কৰ্মক্ষেত্ৰত হিংসাৰ বলি: অর্ধেকাংশ ঘটনাৰ অভিযোগ দাখিল নহয়
India

প্রতি ১০ চিকিৎসকৰ ছজন কৰ্মক্ষেত্ৰত হিংসাৰ বলি: অর্ধেকাংশ ঘটনাৰ অভিযোগ দাখিল নহয়

September 14, 2026
শুৱালকুছি-বংশৰৰ পাহাৰত ভূ-মাফিয়াৰ খনন
Assam

শুৱালকুছি-বংশৰৰ পাহাৰত ভূ-মাফিয়াৰ খনন

September 14, 2026
Guripur:পত্নীহন্তা ৰামানুজৰ নিথৰ দেহ চমজি ল’ব পিতৃয়ে
Assam

Guripur:পত্নীহন্তা ৰামানুজৰ নিথৰ দেহ চমজি ল’ব পিতৃয়ে

September 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d