Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বনবিভাগৰ চকুত ধূলি দি বোকাজানত নীতি বহিৰ্ভূত ভাৱে বালিৰ ব্যৱসায়

publisher by publisher
July 10, 2020
in Assam, News
Reading Time: 1 min read
0
বনবিভাগৰ চকুত ধূলি দি বোকাজানত নীতি বহিৰ্ভূত ভাৱে বালিৰ ব্যৱসায়
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

সংৰক্ষিত বনাঞ্চলৰ মাজতো চলিছে বালিৰ অবৈধ খনন

ADVERTISEMENT

কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ বিভিন্ন স্থানত বনবিভাগৰ নীতি নিয়মক জলাঞ্জলি দি বালিৰ ব্যৱসায়ৰ নামত চলি আহিছে একাংশ দালালৰ দপদপনি ৷ উল্লেখযোগ্য যে বোকাজান মহকুমাৰ মাজেৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দৈনিক শতাধিক বালি সৰবৰাহকাৰী ট্ৰাক বিভিন্ন স্থানৰ লগতে চুবুৰীয়া নগালেণ্ডৰ ডিমাপুৰলৈও চলাচল কৰে ৷ অত্যাধিক চাহিদা থকা ডিমাপুৰৰ এই বালিৰ বজাৰখনক লৈয়ে কাৰ্বি আংলঙত গঢ়ি উঠিছে সংশ্লিষ্ট প্ৰশাসনৰ নিয়ন্ত্ৰণহীন একাংশ বালি সৰবৰাহকাৰী স্বয়ম্ভু ব্যৱসায়ী ৷ বালিৰ এই নিয়ন্ত্ৰণহীন ব্যৱসায়ত মুখ্য ভূমিকা পালন কৰাৰ অভিযোগ উঠিছে বালি মহলৰ মহলদাৰ সকলৰ প্ৰতি ৷ বোকাজান মহকুমাৰ কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ অধীনত আছে কে’বাটাও বালিৰ মহল ৷

এই মহল কেইটা হ’ল ক্ৰমে বালিপথাৰ, দেওপানী, চিলনীজান আৰু কয়লামাটি ৷ এই আটাইকেইটা মহলকেই পৰিষদে একো একোজন মহলদাৰক অনুজ্ঞাপত্ৰ প্ৰদান কৰে, কিন্ত অনুজ্ঞাপ্ৰাপ্ত থকা এইসকল মহলদাৰে বিভিন্ন উপায়েৰে মইমতালি দেখুৱাই বালিৰ ব্যৱসায় কৰাৰ অভিযোগ তুলিছে মহলত কৰ্মৰত খোদ শ্ৰমিক সকলেই ৷ এই সম্পৰ্কত শ্ৰমিক সকলে কাৰ্বি আংলঙৰ ষ্টুডেণ্ট এণ্ড য়ুথ ফ’ৰ জাষ্টিছ নামৰ এক সংগঠনৰ ওচৰত নিজৰ অভিযোগ দাখিল কৰি মহলদাৰৰ শোষণৰ বলি হৈছে বুলি উল্লেখ কৰে ৷ এই সম্পৰ্কত সংগঠনটোৱে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে বালি সংগ্ৰহৰ পৰা ট্ৰাকত বালি বোজাই কৰালৈকে সকলো শ্ৰমিক সকলেই কৰিব লাগে, আনকি বিক্ৰীও কৰিব লাগে শ্ৰমিক সকলেই ৷

নিয়ম মতে মহলদাৰ সকলে টিপি বা চালান দি প্ৰতিখন ট্ৰাকত নিজ মহলৰ পৰা বালি উঠাবলৈ দিব লাগে য’ত শ্ৰমিক সকলক প্ৰাপ্য মজুৰি প্ৰদান কৰিলেই হয় ৷ কিন্ত ইয়াৰ বিপৰীতে শ্ৰমিক সকলে অভিযোগ তোলে যে মহলদাৰ সকলে মাথো ট্ৰাক পঠিয়াই দিয়ে যাৰ কোনো টিপি নাথাকে ৷ বালি সংগ্ৰহ কৰি ট্ৰাকত বোজাই কৰাৰ বিনিময়ত প্ৰতিখন ট্ৰাকৰ পৰা শ্ৰমিক সকলে পায় বাৰ হজাৰ টকা ৷ কিন্তু ইয়াৰ সৰহভাগেই দাবী কৰে মহলদাৰ সকলে ৷ ভূক্তভোগী শ্ৰমিক সকলে জনোৱা মতে দীৰ্ঘদিনৰ পৰাই তেওঁলোকে মহলদাৰ সকলক তিনিহাজাৰ টকাকৈ দি আহিছিল ৷

কিন্তু কিছু দিনৰ আগতে কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ এগৰাকী কাৰ্যবাহী সদস্যৰ ভ্ৰাতৃ জয়বাবু ইংতিৰ নেতৃত্বত মহলদাৰ সকলক লৈ চেণ্ড এণ্ড ষ্টন মহলদাৰছ ৱেলফেয়াৰ এছচিয়েচন নামৰ এক সংগঠন গঠন কৰাৰ পাছতেই মহলদাৰ সকলে উক্ত শ্ৰমিক সকলৰ পৰা উচ্চ হাৰত ধন সংগ্ৰহত নামি পৰাত ক্ষুদ্ধ হৈ পৰিছে শ্ৰমিক সকল৷ তেওঁ লোকে জনোৱামতে তলাবন্ধৰ সময়ছোৱাতে প্ৰথমে তিনিহাজাৰ পাঁচশ টকা, তাৰ পাছত চাৰিহাজাৰ পাঁচশ টকা আৰু অতি সম্প্ৰতি পাঁচহাজাৰ পাঁচশ টকাকৈ মহলদাৰসকলক শ্ৰমিক সকলে দিব লাগে যিটো তেওঁলোকৰ বাবে সম্ভৱ নহয় ৷ এইক্ষেত্ৰত বনবিভাগৰ কাষ চাপিও কোনো সুফল পোৱা নাই শ্ৰমিক সকলে ৷ উল্লেখযোগ্য যে বহু সময়ত এই বালিৰ মহল সমূহত বালি পৰ্যাপ্ত নোহোৱাত শ্ৰমিক সকলে পাৰ্শ্বৱৰ্তী আন অঞ্চলৰ পৰাও বালি সংগ্ৰহ কৰে, যিটো নিয়মবহিভূৰ্ত ৷

মহলদাৰ আৰু বন বিভাগৰ মাজত থকা সুসম্পৰ্কৰ বাবেই এনেদৰে অবাধ হাৰত অবৈধভাৱে বালি খনন কৰাৰ অভিযোগ সততে উঠি আহিছে পাহাৰীয়া জিলাখনত ৷ ইপিনে বালিৰ মহলসমূহ আগুৰি আছে দেওপানী আৰু নামবৰ সংৰক্ষিত বনাঞ্চলে ৷ কিন্তু বহু সময়ত এই সংৰক্ষিত বনাঞ্চল সমূহৰ মাজতো অবৈধ ভাৱে বালি খনন কৰি জৈৱ বৈচিত্ৰ্য বিনষ্ট কৰি আহিছে মুনাফালোভী ব্যৱসায়ী চক্ৰই য’ত বন বিভাগৰ বোকাজান আৰু চিলনীজানস্থিত কাৰ্যালয়ে ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন কৰি আহিছে ৷ ইপিনে আন এক অভিযোগ মতে মাথো এখন টিপিৰ জৰিয়তেই এখন ট্ৰাকে কে’বাবাৰো দিনটোত বালি সৰবৰাহ কৰি আহিছে ৷ ইয়াৰ বিনিময়ত বনবিভাগক ব্যৱসায়ী সকলে প্ৰদান কৰি আহিছে মোটা অংকৰ ধন ৷

আনহাতে ৰাতি বালিৰ ট্ৰাক চলাচলত বিভাগীয় নিষেধাজ্ঞা আছে যদিও একে অসৎ উপায়েৰেই ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ৰাতি ৰাতি চুবুৰীয়া নাগালেণ্ডলৈ অতিৰিক্ত বোজাই দি সৰবৰাহ হয় বালিৰ ট্ৰাক ৷ সীমান্তৰ খটখটীত বনবিভাগৰ লাহৰীজান বীট অফিচৰ তালাচী গেট আছে যদিও কোনো ধৰণৰ নথি-পত্ৰ পৰীক্ষা নকৰাকৈ মুকলিভাৱে ধন দি নিৰ্বিঘ্নে পাৰ হৈ যায় ট্ৰাক সমূহ যাৰ বাবে কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদে হেৰুৱাই আহিছে বৃহৎ পৰিমাণৰ ৰাজহ ৷ পৰৱৰ্তী সময়ত বালিৰ এই অবৈধ ব্যৱসায়ত বনবিভাগে কেনদৰে নাকী লগাব সেয়া লক্ষ্যণীয় হ’ব৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamKARBI ANGLONG
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d