Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

    Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

    Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

    Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

গণ সংক্ৰমণৰ দিশে ঢেকিয়াজুলিঃ পুনৰ ১২জন ক’ভিড-১৯ত আক্ৰান্ত

publisher by publisher
July 20, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
গোলাঘাটত কোৱাৰেন্টাইনত থকা ২১ জনৰ শৰীৰত ক’ভিড১৯
1
SHARES
13
VIEWS
ShareShareShareShare

ঢেকিয়াজুলি চহৰৰ ৪নং ৱাৰ্ডত কিছুদিন পূৰ্বে অনুষ্ঠিত হোৱা এক বিবাহ আৰু অভ্যৰ্থনা অনুষ্ঠানত অংশ গ্ৰহণ কৰা ১২ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পিছত স্থানীয় ৰাইজ শংকিত হৈ পৰাৰ সময়তে এই অভ্যাৰ্থনা অনুষ্ঠানত অংশ লোৱা আন ১০ জন লোক মাৰাত্মক ক’ভিড-১৯ত আক্ৰান্ত হৈছে ৷ যোৱা ২ জুলাইত ৰতন দাস নামৰ লোকজনৰ ঘৰত তেওঁৰ পুত্ৰৰ বিবাহ আৰু অভ্যৰ্থনা অনুষ্ঠান সম্পন্ন হৈছিল ৷ পৰিয়ালটোৰ মুৰব্বী ৰতন দাসৰ লগতে তেওঁৰ পৰিয়ালৰ ১২জন লোকৰ শৰীৰত কৰ’নাৰ উপস্থিতি ধৰাৰ পিছত ৪নং ৱাৰ্ডৰ আন ১০জন লোকৰ শৰীৰত ক’ৰনাৰ উপস্থিতি ধৰা পৰে ৷ এই লোকসকলেও ৰতন দাসৰ ঘৰৰ বিবাহ অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল ৷ লেলাউটি পৰীক্ষাৰ ফলাফলত এই লোক সকল ক’ভিড-১৯ত আক্ৰান্ত হোৱাটো নিশ্চিত হয় ৷

ADVERTISEMENT

ইপিনে এই বিবাহ অনুষ্ঠানৰ লগত সম্পৰ্ক নথকা ঢেকিয়াজুলি চহৰৰ ৬নং ৱাৰ্ডৰ আৰু ৮নং ৱাৰ্ডৰ দুজন লোকৰ শৰীৰত কৰ’নাৰ উপস্থিতি ধৰা পৰে ৷ ইয়াৰে এগৰাকী হ’ল ব’ৰোদা বেংকৰ এটিএমৰ কৰ্মচাৰী বুলি জনা গৈছে ৷ মাত্ৰ তিনিদিনত একাধিক ব্যক্তি ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ তথ্যই ৰাইজক শংকিত কৰি তুলিছে ৷ ইপিনে ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহলৰ এছকৰ্ট গাড়ীৰ চালকৰ দেহত ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰাত বিধায়কগৰাকীৰ সমৰ্থক সকলৰ লগতে বিজেপিৰ দলীয় নেতা-কৰ্মী সকল উদ্বিগ্ন হৈ পৰিছে ৷ ইপিনে এই ১২জন ব্যক্তিক লৈ ঢেকিয়াজুলিত কৰ’না আক্ৰান্তৰ সংখ্যা ২৪ জনলৈ অতিক্ৰম কৰিছে ৷ ক’ভিড আক্ৰান্ত লোক সকলক স্বাস্থ্য বিভাগে ইতিমধ্যে হস্পিতালত ভৰ্ত্তি কৰোৱাইছে ৷

RelatedPosts

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

HSLC Result 2026:প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ ফলাফল

কৰ’নাত আক্ৰান্ত সকলৰ বাসগৃহসমূহৰ লগতে নিৰ্দিষ্ট এলেকাক প্ৰশাসনে কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে আৰু ইয়াত মানুহৰ অহা-যোৱা নিষিদ্ধ কৰা হৈছে ৷ ঢেকিয়াজুলি অৱস্থিত অগ্নি নিৰ্বাপক বাহিনীয়ে অঞ্চলটোত চেনিটাইজ কৰাৰ লগতে ঢেকিয়াজুলি পৌৰসভাৰ প্ৰাক্তন উপ-পৌৰপতি অভিজিত দাসৰ নেতৃত্বত স্থানীয় সচেতন ব্যক্তিসকলে ৰাইজক সজাগ কৰাৰ চেষ্টা কৰিছে ৷ ৰতন দাসৰ ঘৰত বিবাহ আৰু অভ্যৰ্থনা অনুষ্ঠানত অংশ লোৱা ব্যক্তি সকলক স্ব-ইচ্ছাই লেলাউটি পৰীক্ষা কৰোৱাবলৈ ঢেকিয়াজুলিৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা ৰাজহুৱা জাননী জাৰি কৰিছে ৷ আনহাতে, ঢেকিয়াজুলি গণ সংক্ৰমণৰ দিশে গতি কৰা বুলি বিভিন্ন জনে মত প্ৰকাশ কৰে ৷ স্থানীয় সচেতন ৰাইজে ইয়াত অঞ্চল ভিত্তিক তলাবন্ধৰ দিয়াৰ বাবে জিলা প্ৰশাসনক দাবী জনাইছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamCORONAVIRUSCovid-19Dhekiajuli
publisher

publisher

Related Posts

Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ
News

April 26, 2026
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
News

Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
News

Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
News

Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

April 26, 2026
Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d