Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ন-ভূঁ‌ই ৰুই পথাৰৰ পৰাই অখিল গগৈৰ মুক্তিৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

publisher by publisher
July 20, 2020
in Assam, News
Reading Time: 1 min read
0
ন-ভূঁ‌ই ৰুই পথাৰৰ পৰাই অখিল গগৈৰ মুক্তিৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁ‌টৰ চৰকাৰখনে কাৰাগাৰত আবদ্ধ কৰি থোৱা আৰু সম্প্ৰতি কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী জনালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে আন কেইবাটাও সংগঠনে । মৰিয়নিৰ সমীপৰ ভেলেউগুৰি কৰতিপাৰ গাঁৱৰ পথাৰত শতাধিক লোকৰ উপস্থিতিত কৃষক নেতা গৰাকীৰ মুক্তিৰ দাবীত উত্তাল হৈ পৰে সমগ্ৰ অঞ্চলটোৰ পৰিবেশ । ন-ভূঁ‌ই ৰোৱা থলীৰ পৰাই চৰকাৰ বিৰোধী শ্ল’গান আৰু অখিল গগৈৰ মুক্তিৰ দাবী উচ্চাৰিত হয় ।

ADVERTISEMENT

উল্লেখ্য যে, আজি মৰিয়নিৰ ভেলেউগুৰি অঞ্চলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মৰিয়নি আঞ্চলিক সমিতিৰ উদ্যোগত ন-ভূঁ‌ই অনুষ্ঠান পালন কৰা হয় । অঞ্চলটোৰ প্ৰায় ২৫ বিঘাৰো অধিক মাটিত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিভিন্ন ধানৰ খেতি আৰম্ভ কৰিছে । এই ন-ভূঁ‌ই ৰোৱা পথাৰৰ প্ৰতিবাদী কাৰ্য্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদি একাধিক সংগঠনৰ নেতৃত্বয়ো অংশগ্ৰহণ কৰে ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যোৰহাট জিলা সমিতিৰ যুটীয়া সম্পাদকদ্বয় অৰিন্দম গগৈ আৰু প্ৰমোদ গগৈ, তিতাবৰ মহকুমা সমিতিৰ যুটীয়া সম্পাদকদ্বয় প্ৰফুল্ল বৰা আৰু তপন ফুকন, মৰিয়নি আঞ্চলিক সমিতিৰ সভাপতি বিপ্লব বৰা, যুটীয়া সম্পাদকদ্বয় ভদ্ৰ শেনচোৱা আৰু অনন্ত নাৰায়ন হাজৰিকা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিয়নি আঞ্চলিক সমিতিৰ সম্পাদক ৰঞ্জিত গগৈ, মৰিয়নিৰ বিশিষ্ট সমাজকৰ্মী- জাতীয়তাবাদী শিবিৰৰ নেতা ৰঞ্জিত গোহাঁইবৰুৱা, ভূৱন মুক্তিয়াৰ আদি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰাৰে লগতে কৃষক নেতা অখিল গগৈৰ বিনাচৰ্তে মুক্তিৰ দাবী জনায় ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাসকলৰ লগতে প্ৰতিবাদ থলীত উপস্থিত থকা সকলোৱেই বিজেপি চৰকাৰে আক্ৰোশমূলক ভাৱে অখিল গগৈক বন্দী কৰি ৰখা বুলি উল্লেখ কৰে । কেৱল বিজেপি চৰকাৰৰ বিৰুদ্ধাচৰণ কৰি তেওঁলোকৰ দূৰ্নীতিসমূহ উদঙাই দিয়াৰ বাবেই সৰ্বানন্দ সোনোৱাল চৰকাৰখনে বিচাৰ নোহোৱাকৈ এইদৰে কৃষক নেতাজনক কাৰাগাৰত সুমুৱাই ৰখা বুলিও তেওঁলোকে উল্লেখ কৰে । কৰ’নাত আক্ৰান্ত হোৱাৰ পিছতো চৰকাৰখনে তেওঁক চিকিৎসা কৰাৰ বিপৰীতে এখন নাটক সৃষ্টি কৰা বুলি উল্লেখ কৰি তেওঁলোকে কয় এখন চৰকাৰ কিমান তললৈ নামিব পাৰে এইয়াই তাৰ নিকৃষ্ট প্ৰমান । কৃষক নেতা অখিল গগৈৰ শীঘ্ৰে সুস্থ হৈ উঠাৰ বাবেও সকলোৱে প্ৰাৰ্থনা জনায় ।

আজি প্ৰতিবাদকাৰী সকলে ‘বিজেপি চৰকাৰ হুচিয়াৰ’, ‘অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক’, ‘সৰ্বানন্দ সোনোৱাল লেই লেই ছেই ছেই’ আদি শ্ল’গান দি শাওণৰ পথাৰৰ পৰিবেশ উত্তাল কৰি তোলে । আনহাতে, তাৰ পিছতেই ন-ভূঁ‌ই ৰোৱা কাৰ্য্য শুভাৰম্ভ কৰে । কৰতিপাৰৰ প্ৰায় ২৫ বিঘা মাটিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মৰিয়নি আঞ্চলিক সমিতিয়ে ভূঁ‌ই ৰোৱাৰ বাবে সাজু কৰি তুলিছে । এইখিনি খেতিৰ পথাৰত তেওঁলোকে শালি, ৰঞ্জিত, মনচুৰি, জহা, বৰা আদি ধানৰ খেতি কৰিব । তাৰবাবে তেওঁলোকে অঞ্চলটোৰ একাধিক ব্যক্তিৰ পৰা অব্যৱহৃত মাটি আধিয়াৰ হিচাপে লৈছে ।

ইতিপূৰ্বে নিজাববীয়াকৈ তেওঁলোকে কঠিয়া পৰাৰ পিছত আজি ন-ভুঁ‌ই পালন কৰে । বহুসংখ্যক মহিলা আৰু যুৱতীয়েও অংশগ্ৰহণ কৰা এই ভুঁ‌ই ৰোৱা কৰ্মত অংশগ্ৰহনকাৰী সকলোৱে বিহু গাই , নাচি এক উৎসৱমুখৰ পৰিবেশৰো সৃষ্টি কৰে । কৃষক মুক্তিৰ সদস্যৰ লগতে অঞ্চলটোৰ লোকেও সহযোগ আগবঢ়োৱা এই কৃষি কাৰ্য্যত ট্ৰেক্টৰ, পাৱাৰ ট্ৰিলাৰ আৰু গৰু ব্যৱহাৰ কৰা বুলিও জানিবলৈ দিয়ে । তিতাবৰ মহকুমা সমিতিৰ যুটীয়া সম্পাদক প্ৰফুল্ল বৰাই কয় “এই সমগ্ৰ কাৰ্য্যসূচীৰ পৰিকল্পনা আগতেই লোৱা হৈছিল আৰু ইয়াত কৃষক নেতা অখিল গগৈও উপস্থিত থকাৰ কথা আছিল । কিন্তু দূৰ্ভাগ্যজনকভাৱে বিজেপি চৰকাৰে অখিল গগৈক কাৰাগাৰত বন্দী কৰি থোৱাত সকলো কাৰ্য্যসূচী অনুষ্টুপীয়াকৈ পালন কৰা হয় ।”

তেওঁ লগতে কয় – এই কৃষি কৰ্ম আগলৈ আৰু অধিক বহল কৰাৰ পৰিকল্পনা লোৱা হৈছে । কৃষক মুক্তি সংগ্ৰাম সমিতি এটা কেৱল ৰাজপথত আন্দোলন কৰা সংগঠন নহয় আৰু সংগঠনটোৱে প্ৰকৃততে কৃষিকৰ্মৰ দ্বাৰা যে ৰাজ্যখনক অৰ্থনৈতিক ভাৱে আগবঢ়াই নিব বিছাৰিছে সেইয়া এই কৃষিকৰ্মৰ দ্বাৰা হাতে কামে চৰকাৰক দেখুৱাই দিয়া হৈছে বুলিও লগতে উল্লেখ কৰে । ভৱিষ্যতেও এনে কাৰ্য্য হাতত লোৱা হ’ব বুলিও তেওঁ লগতে উল্লেখ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AKHIL GOGOIAssamMarianiProtest
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d