Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

প্ৰসংগঃ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা

publisher by publisher
August 4, 2020
in India, News
Reading Time: 1 min read
0
প্ৰসংগঃ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

কৰ্মৰত অৱস্থাত মহিলা আৰক্ষীয়ে পৰিধান কৰিব নোৱাৰিব গহনা আৰু মেকআপ

ৰূপালী পৰ্দাত দেখা যাব সুশান্ত সিং ৰাজপুত-ৰিয়া চক্ৰৱৰ্তীৰ প্ৰেম! 

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি! মুম্বাইৰ পৰা গ্ৰেপ্তাৰ অভিযন্তা 

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ প্ৰসংগত চিবিআইৰ তদন্ত হোৱাটো বিচাৰিছে বিহাৰ চৰকাৰে । ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় “অভিনেতাজনৰ পৰিয়ালৰ অনুমতি পোৱাৰ পিছত সিদ্ধান্ত ল’ব লাগিছিল ৷ আমি আগতেই কৈছিলো যে পৰিয়ালে যিয়েই দাবী নকৰক কিয় আমি তাৰ ওপৰত কাম কৰিম ৷ আজি সুশান্তৰ পিতৃয়ে এই সমগ্ৰ ঘটনাটোত চিবিআইৰ হস্তক্ষেপ বিচাৰিছে ৷ তেওঁৰ এই সমগ্ৰ ঘটনাতো চি বি আইৰ তদন্ত কৰিবলৈ আহ্বান কৰিছে ৷  আনহাতে চিবিআইৰ তদন্তৰ এই বিষয়টোক লৈ বিহাৰ আৰু মুম্বাইৰ পুলিছৰ মাজত শীতল যুদ্ধ অব্যাহত আছে  ৷

ADVERTISEMENT

আনহাতে বিহাৰৰ ডিজিপি গুপ্তেশ্বৰ পাণ্ডেই টুইটাৰ যোগে কয় “আইপিএচ বিনয় তিৱাৰীৰ তত্ত্বাৱধানত আৰক্ষীৰ এটা দল অভিনেতাজনৰ আত্মহত্যাৰ তদন্ত কৰিবৰ কাৰণে মুম্বাইত উপস্থিত হয় ৷ কিন্তু বিনয় তিৱাৰীক ৰাতি ১১ বজাত জবৰদস্তি কোৱাৰেন্টাইন কৰে বিএমচিয়ে । লগতে বিনয় তিৱাৰীক আইপিএছ কোৱাৰ্টাৰৰ বিপৰীতে গেষ্ট হাউচত কোৱাৰেন্টাইন কৰে । লগতে তেওঁ কয় যে বিনয় তিৱাৰীৰ লগত অপৰাধীৰ দৰে ব্যৱহাৰ কৰিছে মুম্বাইৰ আৰক্ষীয়ে ৷ তেওঁক ঘৰৰ ভিতৰতে আৱদ্ধ কৰি ৰাখিছে । আমাৰ চাৰিজন বিষয়া মুম্বাইৰ পুলিচৰ ভয়ত ওলোৱা নাই ।

ডিজিপি পাণ্ডেই কয় যদি ৰিয়া চক্ৰৱৰ্তী নিৰ্দোষী তেন্তে আমাৰ লগত সুশান্তৰ তদন্ত কৰাত কিয় সহায় নকৰে ? ৰিয়াই কেৱল মুম্বাইৰ পুলিচক কিয় সহায় কৰে ? সুশান্তৰ মেনেজাৰ দিশা চেলিয়নৰ নাম শুনি মুম্বাইৰ পুলিচৰ কিয় খং উঠি যায়? ইপিনে বিএমচিয়ে বিহাৰৰ চাৰিজন আৰক্ষীক বিচাৰি ফুৰিছে ৷ তেওঁলোক সুশান্তৰ তদন্তৰ কাৰণে মুম্বাইত উপস্থিত হৈছিল ।

উল্লেখযোগ্য যে ,সুশান্তৰ আত্মহত্যাৰ চিবিআইৰ তদন্ত কৰাৰ সন্দৰ্ভত বোম্বে উচ্চ ন্যায়ালয়ে আজি দিবলগীয়া শুনানি বাতিল কৰে ৷ মুম্বাইত হৈ থকা ধাৰাসাৰ বৰষুণৰ কাৰণে এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে । লোক জনশক্তি দলৰ নেতা চিৰাগ পাচৱানে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক এখন পত্ৰ লিখি সুশান্তৰ আত্মহত্যাৰ তদন্ত চিবিআইৰ দ্বাৰা কৰাবলৈ আহ্বান কৰে ।

লগতে মুম্বাইৰ পুলিচে বিহাৰৰ পুলিচক কৰা ব্যৱহাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ লগত মতবিনিময় কৰিবলৈও আহ্বান কৰে নিতীশ কুমাৰক । বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই কয় যে মুম্বাইত বিহাৰৰ পুলিচক কোৱাৰেন্টাইন কৰাত সন্দেহজনক । NIA আৰু ED য়ে এই সমগ্ৰ বিষয়টো তদন্ত কৰিব লাগে ।

আনহাতে বিহাৰ পুলিচৰ এটি বিশেষ দলে সুশান্তৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীৰ লগতে তেওঁৰ কনটেণ্ট মেনেজাৰ সিদ্ধাৰ্থ পিথানীকো বিচাৰি আছে ৷ সোমবাৰে সিদ্ধাৰ্থক সোধপোচৰ কাৰণে বিচাৰিছিল যদিও তেওঁ নাহিল ৷ ইফালে দুদিন পূৰ্বে সিদ্ধাৰ্থ পিথানিয়ে মুম্বাইৰ পুলিচলৈ পত্ৰ লিখি সদৰী কৰিছিল যে সুশান্তৰ পৰিয়ালে ৰিয়া বিৰুদ্ধে ক’বলৈ তেওঁক হেঁচা প্ৰয়োগ কৰি আছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bihar PoliceMumbai PoliceSushant Singh Rajput
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d