Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ঠেলামৰাত সংঘৰ্ষ: উপায়ুক্তৰ বাহনত আক্ৰমণ

publisher by publisher
August 5, 2020
in Assam, News
Reading Time: 1 min read
0
ঠেলামৰাত সংঘৰ্ষ: উপায়ুক্তৰ বাহনত আক্ৰমণ
2
SHARES
19
VIEWS
ShareShareShareShare

শোণিতপুৰৰ ঠেলামৰাত আৰক্ষী থানাৰ অন্তৰ্গত ভৰাশিঙৰি শিৱ মন্দিৰলৈ বজৰং দলৰ একাংশ সদস্যই কৰি যোৱা মটৰচাইকেলৰ সমদলকাৰী আৰু গৰুডোবা অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু লোকৰ মাজত হোৱা সংঘৰ্ষৰ সন্দৰ্ভত শোণিতপুৰৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ তেজপুৰত আজি নিশা প্ৰায় আঠ বজাত উপায়ুক্ত গৰাকীয়ে কয় যে এটা দলে কোনোধৰণৰ প্ৰশাসনীয় অনুমতি নোলোৱাকৈ ভৰা শিমলুৰ ধৰ্মীয় উপাসনাস্হলীলৈ যোৱাৰ পথত প্ৰথমে মটৰচাইকেল সংঘৰ্ষ হোৱাক লৈ বিবাদৰ সূত্ৰপাত ঘটে ৷

ADVERTISEMENT

এই বিবাদেই পাছত সাম্প্ৰদায়িক সংঘৰ্ষৰ দিশত গতি কৰে বুলি মন্তব্য কৰি উপায়ুক্ত গৰাকীয়ে আৰু কয় যে দুয়োটা পক্ষই পাছত সংঘৰ্ষত লিপ্ত হয় ৷ উপায়ুক্ত গৰাকীয়ে কয় যে এই সময়ত সংঘৰ্ষত লিপ্ত হোৱা সকলে তিনি চাৰিখন মটৰচাইকেল, এখন মেজিক জ্বলাই দিয়ে ৷ উল্লেখযোগ্য যে, শোণিতপুৰৰ আৰক্ষী অধীক্ষক সহ উচ্চপদস্থ বিষয়া বৰ্গৰ উপস্থিতিত নিৰাপত্তা বাহিনীয়ে পৰিস্থিতি কথমপি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় যদিও উত্তেজনা বৰ্তমানেও অব্যাহত আছে ৷

RelatedPosts

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

Deer found in Balipara:শোণিতপুৰৰ বালিপৰাত আঘাতপ্রাপ্ত ফুটুকী হৰিণ উদ্ধাৰ

ইপিনে ঘটনাস্থলীত উপস্হিত হোৱা শোণিতপুৰৰ উপায়ুক্ত গৰাকীৰ লগতে ঢেকিয়াজুলি ৰাজহ চক্ৰ বিষয়াৰ বাহনত ঘটনাস্হলীৰ পৰা উভটি অহাৰ সময়ত গৰুডোবাত নিশা প্ৰায় সাত বজাত তেওঁলোকৰ বাহনৰ ওপৰতো আক্ৰমণ চলায় ৷ বাঁহ, শিল নিক্ষেপৰ এই ঘটনাত প্ৰশাসনীয় বিষয়া দুগৰাকীৰ ক্ষতি নহ’ল যদিও উপায়ুক্তৰ বাহনৰ লগতে তেওঁৰ নিৰাপত্তাৰক্ষীৰ বাহনৰ ক্ষতি সাধন হয় ৷ এই ঘটনা নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে ৷

উপায়ুক্ত সিঙে সংবাদমাধ্যমৰ আগত তেজপুৰত কয় যে, আন্ধাৰৰ বাবে এইসকল আক্ৰমণকাৰী কোন সেয়া নিশ্চিত নহয় যদিও দোষী শীঘ্ৰেই কৰায়ত্ত হ’ব ৷ উপায়ুক্ত গৰাকীয়ে এই সমগ্ৰ ঘটনা ব্যক্তিগত পৰ্যায়ত আৰম্ভ হৈ পিছত সাম্প্ৰদায়িক ৰূপ লোৱা বুলি মন্তব্য কৰি কয় যে ৰামন্দিৰৰ ভূমি পূজনৰ স’তে সংগতি ৰাখি মটৰচাইকেলৰে যোৱা যুৱক সকল ভৰা শিঙৰিৰ মন্দিৰলৈ যোৱাৰ সময়ত ধৰ্মীয় সংখ্যালঘু অঞ্চলত ধ্বনি দিয়াৰ বাবেই ঘটনাৰ সূত্ৰপাত ঘটে বুলি একাংশই কোৱা শুনিছে যদিও ইয়াৰ আঁৰৰ কাৰণ এতিয়ালৈকে নিশ্চিত নহয় ৷

উপায়ুক্ত গৰাকীয়ে তদন্তৰ পাছতহে প্ৰকৃত কাৰণ পোহৰলৈ আহিব বুলি উল্লেখ কৰি জগৰীয়া সকলো পক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয় ৷ উপায়ুক্ত গৰাকীয়ে সকলো পক্ষকে শান্তি সম্প্ৰীতি অটুত ৰখাৰ আহ্বান জনাইছে ৷ ইপিনে স্হানীয় লোকৰ মতে, বজৰং দলৰ ঢেকীয়াজুলি বিশ জনীয়া সদস্যৰ দল এটা ভৰা শিঙৰীৰ চুটিপাহাৰ অৱস্থিত হৰগৌৰী দেৱালয় দৰ্শন কৰিবলৈ যায় ৷

দুপৰীয়া হৰগৌৰী দেৱালয় দৰ্শন কৰাৰ পিছত যুৱককেইজন চুটিপাহাৰৰ পৰা তললৈ নামি আহে আৰু গৰুডুৱা কেন্দ্ৰৰ দিশে ৰাওনা হয় ৷ এনে সময়তে ভৰা শিঙৰী চেন্টাৰত এই আক্ৰমণৰ ঘটনা সংঘটিত কৰে ৷ প্ৰাপ্ত তথ্য মতে, দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণত বনমালী নন্দ, স্বৰ্ভন তাতী, বিশ্বজিত সৰকাৰ, দীপেন পৰাজুলি, চন্দন ভণ্ডাৰী, ফনীন্দ্ৰ চামলাগাই, বিনোদ তাতী, ক্ষিৰোদ নাগ, কৰণ সাগৰ, নিলম বাগ আদি কম-বেছি পৰিমাণে আহত হয় ৷ এই ঘটনাৰ খবৰ পোৱাৰ পিছতেই ঠেলামৰা আৰক্ষী থানাৰ আৰক্ষীৰ লগতে অৰ্ধ সামৰিক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ আহত যুৱক কেইজনক উদ্ধাৰ কৰে ৷

ইপিনে, এই ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে গৰুডুৱা কেন্দ্ৰত আবেলি পৰত একাংশ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ আবেলি পৰত গৰুডুৱা কেন্দ্ৰত একাংশ উত্তেজিত লোকে ভৰা শিঙৰীৰ চাৰিজন যুৱকক আটক কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে যদিও আৰক্ষীৰ দল তৎক্ষণাত উপস্থিত হৈ ভৰা শিঙৰী গাওঁৰ এই যুৱক চাৰিজনক উদ্ধাৰ কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamManvendra Pratap SinghSonitpur
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d