Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

    Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ

    ২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত

    Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ

    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 পৰিনীতাৰ ৰহস্য জনক মৃত্যুৰ ঘটনাৰ নতুন মূৰ

publisher by publisher
August 13, 2020
in Assam, Crime, News
Reading Time: 1 min read
0
বাংগালুৰুত ৰহস্যজনক মৃত্যু নগাঁৱৰ যুৱতী পৰিনীতাৰ
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

বিশাল ভূঞাক গ্ৰেপ্তাৰ বাংগালুৰু আৰক্ষীৰ

ADVERTISEMENT

বাংগালুৰুত নিজৰ ভাড়াঘৰৰ কোঠাৰ ভিতৰত অতি ৰহস্যজনক ভাৱে মৃত্যু হোৱা নগাঁও চহৰৰ পানীগাঁও ছয়আলিৰ যুৱতী তথা এয়াৰ এছিয়াৰ বিমান সেৱিকা পৰিণীতা বৰা(২৫)ৰ মৃত্যুৰ ৰহস্যই সম্প্ৰতি নতুন মূৰ লৈছে । ইয়াৰ লগে লগে যুৱতী গৰাকীৰ জীৱনৰ সন্দৰ্ভতো কেতবোৰ ন ন তথ্য উদ্ঘাটন হৈছে ।

উল্লেখ্য যে, বাংগালুৰুত “এয়াৰ এছিয়া” নামৰ বিমান পৰিবহন সংস্থাটোত এগৰাকী বিমান সেৱিকা (এয়াৰ হোষ্টেজ) হিচাপে কৰ্মৰত অৱস্থাতে পৰিনীতাৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে নগাঁও চহৰৰে যুৱক বিশাল ভূঞাৰ লগত । তেওঁ নগাঁও গড়কাপ্তানী বিভাগৰ অধীক্ষক অভিযন্তা কাৰ্যালয়ৰ এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ একমাত্ৰ পুত্ৰ । বিশালে বাংগালুৰুতে ৰিলায়েন্স ট্ৰেণ্ড নামৰ প্ৰতিষ্ঠান এটাত কাম কৰিছিল।

যোৱা তিনি বছৰ ধৰি পৰিণীতা আৰু বিশালে নৰ্থ বাগাংলুৰুৰ হেব্বাল কেম্পাপুৰা (Hebbal Campapura)ৰ এটা ফ্লেট ভাড়ালৈ লৈ তাতে দুয়ো স্বামী-স্ত্ৰীৰ দৰেই সহবাস কৰিছিল। আনকি এবছৰ পূৰ্বে পৰিণীতাৰ এটি পুত্ৰ সন্তানো জন্ম হয় । বিশালে বাংগালুৰু আৰক্ষীক দুয়ো তিনি বছৰ পূৰ্বে বিবাহ হোৱা বুলি সদৰী কৰিছে যদিও পৰিণীতাৰ আত্মীয়ই তেওঁলোকৰ বিয়াৰ সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰে। বাংগালুৰু আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, পৰিণীতা বৰাই এয়াৰ এছিয়াত বিমান সেৱিকা আৰু বিশাল বৰাই এটি পাইকাৰী গ্ৰচাৰী শ্ব’পৰ চুপাৰ ভাইজাৰ হিচাপে কাম কৰিছিল যদিও দেশজুৰি বলবৎ হোৱা তলাবন্ধৰ সময়ছোৱাত দুয়ো চাকৰি হেৰুৱাই নিবনুৱা হ’বলগীয়া হয়।

তেওঁলোক দুয়ো জীৱিকা হেৰুওৱাৰ ফলত তীব্ৰ আৰ্থিক সংকটত ভুগিছিল । প্ৰাপ্ত তথ্য অনুসৰি অস্থিৰ হৈ পৰা পৰিণীতা আৰু বিশালে প্ৰায়েই কাজিয়াত লিপ্ত হৈছিল । যোৱা ১১আগষ্টৰ নিশা দুয়োৰে মাজত প্ৰচণ্ড কাজিয়াৰ সূত্ৰপাত হয় । কাজিয়াৰ পাছতে খঙত নিশা প্ৰায় দুই বজাত বিশালে কণমানি পুত্ৰ সন্তানক কোলাত লৈ ভাড়াঘৰৰ পৰা ওলাই যায়। কিন্তু পুৱতি নিশা প্ৰায় তিনি মান বজাত তেঁও পুনৰ ভাড়াঘৰটোলৈ উভটি আহি পৰিণীতাক কোঠাৰ ভিতৰত ৰছীৰে সৈতে ওলমি থকা প্ৰত্যক্ষ কৰে ।

পাছত আৰক্ষীৰ দল গৈ পৰিণীতাৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। স্মৰ্তব্য যে, পৰিণীতা বৰা আৰু বিশাল ভূঞাই দশম শ্ৰেণী পৰ্যন্ত নগাঁও কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়ণ কৰিছিল। পৰিণীতাই এয়াৰ এছিয়াত কৰ্মৰত হৈ থকাৰ বিপৰীতে বিশাল ভূঞাই বাংগালুৰুতে শিক্ষা গ্ৰহণ কৰি প্ৰথমাৱস্থাত ৰিলায়েন্স ট্ৰেণ্ড নামৰ এক ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিছিল ।

২০১৬ চনৰ ২২ জুনত বিশালে ইউনিক কুকিজ্ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত যোগদান কৰিছিল যদিও ২০১৮ চনৰ ২৫ জুনত তেওঁ ৰিলায়েন্স ট্ৰেণ্ডত যোগদান কৰে । দীঘলীয়া তলাবন্ধৰ সময়ত চাকৰি হেৰুৱাই দুয়ো বিপৰ্যস্ত হৈ পৰিছিল। অৱশ্যে এই বিষয়ে তেওঁলোক দুয়ো নগাঁৱৰ আত্মীয়ক জনোৱা নাছিল। ইপিনে, পৰিণীতাৰ ৰহস্যজনক মৃত্যুৰ খবৰ লাভ কৰাৰ পাছত নগাঁও চহৰত বাস কৰা তেওঁৰ মাতৃ পৰিয়ালৰ আত্মীয়ই কালি নিশা বাংগালুৰুত গৈ উপস্থিত হয়। পৰিণীতাৰ পৰিয়ালৰ লোকে ইয়াক এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে ।

বাংগালুৰুৰ আমৰুথলী আৰক্ষীয়ে পৰিণীতাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত ২৭/২০২০নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে আজি বিশাল ভূঞাক গ্ৰেপ্তাৰ কৰি সোধপোছ আৰম্ভ কৰিছে।আজি আৰক্ষী থানাত গৈ পৰিণীতাৰ আত্মীয় গৈ উপস্থিত হঁওতেই বিশালে তেওঁলোকক অসভ্য আচৰণ কৰে বুলি পৰিণীতাৰ আত্মীয়ই অভিযোগ কৰিছে ।

পৰিণীতা বৰাৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাক পৰিণীতাৰ পৰিয়ালৰ দৰেই বাংগালুৰু আৰক্ষীয়ে সহজ ভাৱে গ্ৰহণ কৰিব পৰা নাই। সমগ্ৰ ঘটনাটোত যথেষ্ট সন্দেহৰ অৱকাশ আছে । আজি পৰিণীতা বৰাৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত ইয়াৰ প্ৰতিবেদন খনে নিশ্চিত ভাৱে নিৰ্ধাৰণ কৰিব ই প্ৰকৃততে হত্যাকাণ্ড নে আত্মহত্যা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBengaluruNagaonSuicide
publisher

publisher

Related Posts

জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী
India

September 25, 2026
Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান
Assam

Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

September 25, 2026
Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ
Assam

Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ

September 25, 2026
২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত
India

২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত

September 25, 2026
Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d