Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Middle east war:ইৰানৰ পৰা ‘অলৌকিক’ উপায়েৰে প্ৰাণৰক্ষা আমেৰিকান সেনা বিষয়াৰ

    Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য

    Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী

    Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

তেজপুৰত চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

publisher by publisher
August 19, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
তেজপুৰত চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Terrible road accident in Sonitpur:শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে প্ৰাণ গ’ল ৫ যুৱকৰ

18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত

আছুৰ ৰাজনৈতিক দল যদি গঠন হয় তেনেহ’লে দলটোৱে ১২শ মান ভোট লাভ কৰিব সমষ্টি বোৰত ৷ তদুপৰি নিৰ্বাচনলৈকে আছুৰ দলৰ বহুসংখ্যকে বিজেপিত যোগদানো কৰিব ৷ ২০২১ত নতুন ৰাজনৈতিক দল নিৰ্বাচনত অৱত্তীৰ্ণ হ’লে সকলো চিটতে আমানতৰ ধন হেৰুৱাব বুলি ভৱিষ্যতবাণী ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷ আজি আছুৰ নতুন ৰাজনৈতিক দলৰ প্ৰতি এনেদৰে একপ্ৰকাৰ প্ৰত্যাহ্বান জনালে মন্ত্ৰী জনে ৷

ADVERTISEMENT

তেওঁ লগতে কয় যে, কোনোবাটোত দুহেজাৰ, কোনোবাটোত ১৭শ, কোনোবাটোত ১৫শ আৰু কোনোবাটোত ১১শ কোনোবাটোত ভোট পাব ৷ বুদ্ধিজীৱিকো টানি আনি কটাক্ষ কৰি মন্ত্ৰী ড° শৰ্মাই কয় এই দলত যদি বিশিষ্ট বুদ্ধিজীৱি থাকে তেনেহ’লে দলটোৱে আৰু ভোট কম পাব ৷ আজি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে ৷ উল্লেখযোগ্য যে আজি দিনৰ প্ৰায় ১২ বজাত দেশৰ সেনাৰ দ্বাৰা ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ সহযোগত প্লাজমা দান শিবিৰত অংশ লৈছিল মন্ত্ৰীজনে ৷ সেনৰ চতুৰ্থ ক’ৰৰ জি অ চি লেফটেনেণ্ট জেনেৰেল শান্তনু দয়াল উপস্থিত থকা এই শিবিৰত ৰাজ্য চৰকাৰৰ আহ্বান মৰ্মে সেনাৰ কৰ’নাৰ পৰা সুস্থ হৈ উঠা ৪০জনৰ অধিক জোৱানে প্লাজমা দান কৰে ৷ পাছত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী ড° শৰ্মাই কয় যে ২০২১ত পুনৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে নিৰ্বাচনত অৱত্তীৰ্ণ হ’ব ৷

বিজেপিৰ ৰাজ্যিক সভাপতি অথবা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নামেই নল’লে মন্ত্ৰীজনে ৷ নিৰ্বাচনৰ পাছত কোনোবা এজন ৰাজ্যৰ মুখ্যমন্ত্ৰী হ’ব বুলি মন্তব্য কৰে। ইয়াৰ পিছত মন্ত্ৰী জনক মুখ্যমন্ত্ৰী হোৱাৰ ইচ্ছা তেওঁৰ আছেনে নাই বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শৰ্মাই কয় যে এতিয়াও তেওঁ নিৰ্বাচনত অৱত্তীৰ্ণ হোৱা নোহোৱাটো ঠিৰাং হোৱা নাই ৷ দল আৰু পৰিয়ালে তেওঁৰ নিৰ্বাচনত অৱত্তীৰ্ণ হোৱা নোহোৱাটো ঠিৰাং কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীজনে ৷

ইয়াৰ পাছতে তেজপুৰস্হিত শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত অৰুণোদয় আঁচনিৰ এখন পৰ্যবেক্ষণ সভাত অংশ লোৱা মন্ত্ৰী ড° শৰ্মাই সাংবাদিকক কয় যে এই পৰ্যন্ত ৰাজ্য চৰকাৰে ঘোষণা কৰা আঁচনি সমূহতকৈ অৰুণোদয় আঁচনিখন বৃহৎ আঁচনি ৷ এইখন আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ প্ৰতিটো বিধান সভা সমষ্টিৰ ১৫হেজাৰকৈ পৰিয়াল উপকৃত হ’ব আৰু স্বামীহীনা আৰু অবিবাহিত মহিলা আৰু দিব্যাংগ লোক থকা পৰিয়ালে এই আঁচনিৰ সুবিধা লাভৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব ৷

তদুপৰি, বিনামূলীয়া চাউল লাভ কৰা পৰিয়াল তথা গাঁও আৰু চহৰৰ দৰিদ্ৰ পৰিয়াল সমূহক এই আঁচনিৰ সুবিধা প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰি শৰ্মাই লগতে কয় যে আঁচনিখনত ৰাজ্যৰ মুঠ ১৯লাখ পৰিয়ালক সামৰি লোৱা হ’ব ৷ তেওঁ লগতে এইকথাও স্পষ্ট কৰি দিয়ে যে ১৫বিঘা মাটি থকা, ৰেফ্ৰিজাৰেটৰ তথা ৱাচিং মেচিন থকা বিধায়ক পঞ্চায়ত প্ৰতিনিধি, ৱাৰ্ড মেম্বাৰ আদিয়ে এই আঁচনিৰ সুবিধা লাভ নকৰে ৷

ইপিনে, এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে বিধান সভাত মন্ত্ৰী ড° শৰ্মাৰ সন্মুখত বহিবলৈও সাহস নকৰে বুলি মন্তব্য কৰে তেওঁ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে “হু ইজ বদৰুদ্দিন” বুলি কওঁতে কোনে পিছফালৰ পৰা হাতচাপৰি বজাইছিল সেই ভিডিঅ’ ক্লিপ গগৈক দেখুৱাব লাগে বুলিও মন্তব্য কৰা ড° শৰ্মাই আৰু কয় যে কিবা কাৰণত যি সকল ব্যক্তিয়ে আগৰ কথাবোৰ পাহৰি যায় তেওঁলোকক সেইবোৰ মনত পেলাই দিয়াতো সকলোৰে দায়িত্ব ৷

কংগ্ৰেছ আৰু এ আই ইউ ডি এফ চকুতেই পৰা নাই বুলিও কয় তেওঁ ৷ মন্ত্ৰী জনে কয় যে মোদীৰ শাসন কালত আন কোনো দলে ক্ষমতা দখল কৰিব নোৱাৰে ৷ আনহাতে, সাহিত্যিক ড° নগেন শইকীয়াক ৰাজনীতিত নোসোমাবলৈ আহ্বান জনাই মন্ত্ৰী শৰ্মাই আৰু কয় যে কা বিৰুধী আন্দোলনতে তেওঁ যথেষ্ট বিতৰ্কত সোমাইছে ৷ ড° শইকীয়া সকলোৰে এগৰাকী শ্ৰদ্ধাৰ ব্যক্তি বুলি মন্তব্য কৰি মন্ত্ৰী শৰ্মাই তেওঁক ৰাজনীতিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায় ৷

আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ বাবেহে ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ মুকলি কৰা হোৱা নাই বুলিও উল্লেখ কৰি মন্ত্ৰীজনে কয় যে অহা ২১ আগষ্টৰ পৰা সকলো শিক্ষক তথা অধ্যাপকে কৰ’নাৰ পৰীক্ষা কৰোৱাৰ পাছত পহিলা ছেপ্তেম্বৰৰ পৰা শিক্ষানুষ্ঠানসমূহত যোগদান কৰিব লাগিব আৰু পৰৱৰ্তী চৰকাৰী নিৰ্দেশলৈ তেওঁলোকে অপেক্ষা কৰিব লাগিব৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamHimanta Biswa SarmaTEZPUR
publisher

publisher

Related Posts

Middle east war:ইৰানৰ পৰা ‘অলৌকিক’ উপায়েৰে প্ৰাণৰক্ষা আমেৰিকান সেনা বিষয়াৰ
Crime

September 15, 2026
Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য
Assam

Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য

September 15, 2026
Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী
Assam

Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী

September 15, 2026
Assam

September 15, 2026
Assam

September 15, 2026
Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ
Assam

Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ

September 15, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d