Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

    ‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

    চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বটদ্রৱা থানত ব্যাপক উলহ-মালহৰে শ্রীমন্ত শংকৰদেৱৰ ৪৫২ তম তিৰোভাৱ তিথি উদযাপন

publisher by publisher
August 20, 2020
in Assam, News
Reading Time: 1 min read
0
বটদ্রৱা থানত ব্যাপক উলহ-মালহৰে শ্রীমন্ত শংকৰদেৱৰ ৪৫২ তম তিৰোভাৱ তিথি উদযাপন
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

কৰ’না মহামাৰীৰ বাবে প্ৰথম বাৰলৈ ভংগ হ’ল ঐতিহ্যময় পৰম্পৰাৰ “ভোজন বেহাৰ” ভাওনা

ADVERTISEMENT

জন্মৰ পৰা যৌৱনলৈ এক সুদীর্ঘ সময়ৰ কৰ্মভূমি হিচাপে পৰিগণিত হৈ অহা গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানত আজি সামাজিক দূৰত্ব বৰ্তাই ৰাখি ব্যাপক উলহ-মালহৰে উদযাপন কৰা হয় গুৰুজনাৰ ৪৫২ সংখ্যক তিৰোভাৱ তিথি । গুৰুজনাৰ এই তিৰোভাৱ তিথিত ভাগ লোৱাৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৰা বটদ্ৰৱা থানলৈ আগমন ঘটা অগণন ভকত-বৈষ্ণৱৰ হৰিনামৰ ধ্বনিয়ে মুখৰিত হ’ল বটদ্ৰৱাৰ আকাশ-বতাহ । এই সকল ভকত-বৈষ্ণৱৰ হৰিনামে অমৃত ৰসৰ নিজৰা বোৱাই দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত কৰিলে বটদ্ৰৱা থানক । সকলোৰে মুখত বিৰাজ মান কেৱল ৰাম নাম ।

উল্লেখ্য যে, গুৰু কীৰ্তন উপলক্ষে আজি পুৱা তাল কোবোৱা প্রসঙ্গ, মঞ্জীৰা নামৰ পিছতেই আইসকলৰ পুৱা নাম প্রসঙ্গত ‘ৰুক্মিণী হৰণৰ’ দিহানাম গোৱা হয় । কাহিলি পুৱাতে অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কে’বাটাও দিহানামৰ দল উষাকীৰ্তনৰ নামতি দলে ভক্তিৰ নিজৰা বোৱাই ভক্তিময় পৰিৱেশৰ সূচনা কৰে ।

গায়ন-বায়নে পুৱাৰ গীতত ‘পৰভাতে শ্যাম কানু ধেনু লৈয়া সংগে’ শীৰ্ষক গীত পৰিবেশন কৰে । দুপৰীয়া কীৰ্তনঘৰৰ নাম প্রসঙ্গত ‘ৰাম নিৰঞ্জন’, ‘এ হৰি ৰাম নিৰঞ্জন’আৰু ‘কৃষ্ণ সূৰ্য ভৈলন্ত উদিত’ শীৰ্ষক কীৰ্তন পৰিবেশন কৰাৰ পিছত “মাধৱ মাধৱ মধু ৰিপু /গোবিন্দ কৃষ্ণ হৰি হৰি ৰাম” ঘোষা গোৱা হয় ।

দুপৰীয়া কীৰ্তনঘৰ, দৌলমন্দিৰ আৰু পদশিলাৰ নামত সমবেত ভকত বৈষ্ণৱ আইমাতৃ সকলোৱেই ছেনিতাইজাৰ ব্যৱহাৰ কৰি, মুখত মাস্ক আৰু সামাজিকভাৱে ব্যৱধান ৰক্ষা কৰি নাম প্ৰসঙ্গত অংশ লয় আৰু নৈবদ্য প্ৰসাদ গ্ৰহণ কৰে । উল্লেখ্য যে, ঐতিহ্যময় পৰম্পৰাৰ ধাৰাবাহিকতা ৰক্ষা কৰি গুৰুকীৰ্তনৰ দিনা বিয়লিৰ ভাগত নাটঘৰ প্রাঙ্গনত অনুষ্ঠিত হৈ থকা ‘ভোজন বেহাৰ’ নাটৰ অভিনয় অনুষ্ঠান কৰ’নাৰ মহামাৰীৰ বাবে পোন প্ৰথমবাৰৰ বাবে বাতিল কৰা হয় ।

জাতীয় জীৱনৰ মণিকূট স্বৰূপ বটদ্ৰৱাত পোনপ্ৰথমবাৰৰ বাবে গুৰুকীৰ্তনৰ ঐতিহ্যময় পৰম্পৰা “ভোজন বেহাৰ” নাটৰ অভিনয় শিল্পৰ গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠান বাতিল হোৱাক লৈ সত্ৰীয়া সাংস্কৃতিক পৰম্পৰাৰ লগত জড়িত সকলৰ মনত বেদনা বিঢ়ৌত পৰিৱেশ দেখিবলৈ পোৱা গ’ল । গুৰু কীৰ্তন উপলক্ষে পুৱাৰে পৰা অসমৰ বিভিন্ন ঠাইৰ পৰা ভক্তপ্রাণ ৰাইজৰ আগমন ঘটে । কীৰ্তনঘৰ, পদশিলা, পাটশিলা, দৌল মন্দিৰ আদি পূণ্যস্থান সমূহত তীৰ্থযাত্রী সকলে শৰাই, বন্তি, নৈবদ্য আদি প্রদান কৰি ঈশ্বৰৰ আশীষ নিৰ্মালী গ্রহন কৰে ।

তলাবন্ধৰ পিছৰে পৰা বহুদিনৰ বিৰতিৰ পিছত দুপৰীয়া কীৰ্তন ঘৰত প্ৰসাদ গ্ৰহণ কৰি তপোবনৰ সুষমাৰে সুশোভিত “আকাশী গঙ্গা”ৰ তীৰত নিৰামিষ ব্যঞ্জনেৰে এসাজ পৰিয়ালৰ লগত অন্ন গ্ৰহণ কৰাটোও আজিৰ দৃষ্টি নন্দন আছিল। পুৱাতে কীৰ্তনঘৰৰ পিৰালিত বহি “কৃষ্ণ হৰি এ, ৰাম ৰাম। অ হৰি মোৰ বান্ধৱ” শীৰ্ষক নিৰক্ষৰী ঘোষাৰে নামৰ কাৰ্য্যসূচীৰে ভকত বৈষ্ণৱ সকলে ঘোষা পৰিৱেশনৰে বটদ্ৰৱাৰ আকাশ বতাহ মুখৰিত কৰি তোলে।

পুৱা তাল কোবোৱা প্ৰসংগৰে আৰম্ভ হোৱাৰ পিছত পৰম্পৰাগত ঐতিহ্যক সাৰোগত কৰি নিশা শেষ পাল গোৱা প্ৰসংগৰে গুৰুকীৰ্তনৰ কাৰ্যসূচীৰ অন্ত পৰিল। ইফালে যোৱা কালি বিয়লি গুৰু কীৰ্তনৰ গন্ধ গোৱা হয় আৰু সন্ধিয়া ভোজন বেহাৰৰ বেহাৰৰ নাচৰ গোৱা-বোৱা সম্পন্ন হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBatadrava ThanBordowa
publisher

publisher

Related Posts

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং
International

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

October 17, 2026
‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা
India

‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

October 17, 2026
চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d