Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ULFI(I) Linkman arrested in kakapathar:কাকপথাৰত জাপানত নিৰ্মিত পিষ্টল,সক্ৰিয় গুলী সহ আলফাৰ লিংকমেন আটক

    ইলিচৰ বাবে হাহাকাৰ বাংলাদেশত, ভাৰতৰ পৰা কৰিছে আমদানি

    তেজপুৰৰ বৰপুখুৰীৰ সৌন্দর্যবর্ধন আঁচনিৰ নামত ১৫ কোটিটকীয়া কেলেংকাৰি

    দুহেজাৰ টকাতকৈ অধিক লেনদেনত শুল্ক

    দুহেজাৰ টকাতকৈ অধিক লেনদেনত শুল্ক

    আপাৰ চিয়াং জলবিদ্যুৎ প্রকল্প বিৰোধী আন্দোলনক কলিতে মষিমূৰৰ তৎপৰতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

গুদামত পৰি ৰৈছে এছ চি, এছ টি,অ’ বি চিৰ বাবে আবন্টিত সামগ্ৰী

publisher by publisher
August 24, 2020
in Assam, News
Reading Time: 1 min read
0
গুদামত পৰি ৰৈছে এছ চি, এছ টি,অ’ বি চিৰ বাবে আবন্টিত সামগ্ৰী
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

‘সবকা সাথ সবকা বিকাশ’ৰ পৰিৱৰ্তে ক্ষমতা সৰ্বস্ব ৰাজনীতিৰ বাবেই সংবিধানপ্ৰদত্ত অধিকাৰৰ পৰা বঞ্চিত হৈছে ৰাজ্যৰ অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ হিতাধিকাৰীসকল। ফলস্বৰূপে বিভিন্ন জিলাৰ গুদামত পৰি ৰৈছে বিভিন্ন চৰকাৰী আঁচনিৰ আবন্টিত সৌৰ চাকি, টিনপাত, সাৰ, ক্ৰিয়া সামগ্ৰী, ফিল্টাৰ, টেবলেট, পাৱাৰ টিলাৰ, জোতা, বহী, পেঞ্চিলকে ধৰি বিভিন্ন সামগ্ৰী । হিতাধিকাৰীয়ে এই সামগ্ৰীসমূহ লাভ নকৰিলেও সংশ্লিষ্ট আঁচনিৰ বিপৰীতে আবন্টিত ধনৰাশি অধিকাংশ ঠিকাদাৰে ইতিমধ্যে মোকলাই নিছে।

ADVERTISEMENT

দিছপুৰৰ এক সূত্ৰই সদৰী কৰি জনোৱা মতে, ৰাজ্যৰ অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলে যাতে সময়ৰ লগত খোজ মিলাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰে । সংশ্লিষ্ট আঁচনিসমূহৰ বিপৰীতে হোৱা মুঠ ব্যয়ৰ ৭০ শতাংশ কেন্দ্ৰীয় চৰকাৰে আৰু ৩০ শতাংশ ৰাজ্য চৰকাৰে বহন কৰে ।

নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে সংশ্লিষ্ট আঁচনিৰ অধীনত ক্ৰয় কৰা সামগ্ৰীসমূহ জিলা আৰু মহকুমা ভিত্তিত গঠন কৰা অনুসূচীত জাতি কল্যাণ বৰ্ড, অনুসূচীত জনজাতি কল্যাণ আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বৰ্ডে বাছনি কৰে সংশ্লিষ্ট জিলা আৰু মহকুমা হিতাধিকাৰীসকল । পাছত পৰ্যায়ক্ৰমে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে সংশ্লিষ্ট হিতাধিকাৰীৰ মাজত আচঁনিমূহৰ বিপৰীতে আবন্টিত সামগ্ৰীসমূহ বিতৰণ কৰে ।

২০১৯ ৰ ২০ ফেব্ৰুৱাৰীত ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ আয়ুক্ত সচিব ড° এম অংগমথুৱে বিভিন্ন আঁচনিৰ অধীনত আবন্টিত সামগ্ৰী হিতাধিকাৰীৰ মাজত বিতৰণ কৰিব পৰাকৈ ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু ষষ্ঠ অনুসূচীৰ অধীনস্থ জিলাৰ প্ৰধান সচিবক অধ্যক্ষ আৰু অনুসূচীত জনজাতিৰ বাবে আই টি ডি পিৰ প্ৰকল্প সঞ্চালক আৰু অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংশ্লিষ্ট মহকুমাৰ কল্যাণ বিষয়াক সদস্য হিচাপে লৈ এখনকৈ বাছনি কমিটি গঠনৰ নিৰ্দেশনাৰে এনে এক অধিসূচনা জাৰি কৰে ।

২০১৯ৰ ২০ ফেব্ৰুৱাৰীত টি/এ/ডি বি চি/৩০৩/২০১৭/৩৫-ক নম্বৰযোগে ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী বিভাগৰ আয়ুক্ত সচিবে জাৰি কৰা অধিসূচনাৰ জৰিয়তে সমষ্টিভিত্তিক এই বাছনি সমিতিত সংশ্লিষ্ট জিলাৰ তত্বাৱধায়ক মন্ত্ৰী আৰু ষষ্ঠ অনুসূচীৰ অধীনস্থ জিলাত সংশ্লিষ্ট স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যই মনোনীত কৰা দুজন সমাজকৰ্মীক সদস্যহিচাপে অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ দিয়ে।

অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ হিতাধিকাৰীৰ নামত আবন্টিত আচঁনিসমূহ স্বচ্ছতাৰে ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে সমষ্টি ভিত্তিক বাছনি সমিতিসমূহ গঠনৰ নিৰ্দেশ দিয়ে যদিও ইয়াৰ আঁৰত থকা দলীয় ৰাজনীতিৰ বাবেই হিতাধিকাৰীসকল আজিৰ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱা বুলি জনায় সূত্ৰটোৱে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamDispurOBCSCST
publisher

publisher

Related Posts

ULFI(I) Linkman arrested in kakapathar:কাকপথাৰত জাপানত নিৰ্মিত পিষ্টল,সক্ৰিয় গুলী সহ আলফাৰ লিংকমেন আটক
Assam

September 16, 2026
ইলিচৰ বাবে হাহাকাৰ বাংলাদেশত, ভাৰতৰ পৰা কৰিছে আমদানি
India

ইলিচৰ বাবে হাহাকাৰ বাংলাদেশত, ভাৰতৰ পৰা কৰিছে আমদানি

September 16, 2026
তেজপুৰৰ বৰপুখুৰীৰ সৌন্দর্যবর্ধন আঁচনিৰ নামত ১৫ কোটিটকীয়া কেলেংকাৰি
Assam

তেজপুৰৰ বৰপুখুৰীৰ সৌন্দর্যবর্ধন আঁচনিৰ নামত ১৫ কোটিটকীয়া কেলেংকাৰি

September 16, 2026
দুহেজাৰ টকাতকৈ অধিক লেনদেনত শুল্ক
India

দুহেজাৰ টকাতকৈ অধিক লেনদেনত শুল্ক

September 16, 2026
Assam

September 16, 2026
আপাৰ চিয়াং জলবিদ্যুৎ প্রকল্প বিৰোধী আন্দোলনক কলিতে মষিমূৰৰ তৎপৰতা
Assam

আপাৰ চিয়াং জলবিদ্যুৎ প্রকল্প বিৰোধী আন্দোলনক কলিতে মষিমূৰৰ তৎপৰতা

September 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d