Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

স্বাস্থ্য বিধি বলৱৎ কৰাত ব্যৰ্থ ৰাজ্য প্ৰশাসনঃ উদ্বিগ্ন উচ্চ ন্যায়ালয়

publisher by publisher
September 4, 2020
in COVID-19, News
Reading Time: 1 min read
0
স্বাস্থ্য বিধি বলৱৎ কৰাত ব্যৰ্থ ৰাজ্য প্ৰশাসনঃ উদ্বিগ্ন উচ্চ ন্যায়ালয়
2
SHARES
20
VIEWS
ShareShareShareShare

ৰাজ্যত কৰ’নাৰ সংক্ৰমণ ব্যাপকভাৱে বৃদ্ধি পাইছে ।ৰাজহুৱা স্থানত বিচৰণ কৰা লোকসকলৰ বাবে বাধ্যতামূলক কৰা মাস্ক পৰিধানৰ বিধি ৰূপায়ণত ব্যৰ্থ হৈছে চৰকাৰী সংস্থাসমূহ। ৰাজহুৱা স্থান অথবা কৰ্মস্থলীত যথোচিত সামাজিক ব্যৱধান ৰক্ষা কৰা হোৱা নাই ৷ফলত কৰ’নাৰ সংক্ৰমৃ ব্যাপকভাৱে বৃদ্ধি পাইছে ।এই সম্পৰ্কীয় আদালতত দাখিল কৰা এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ স্থিতি প্ৰদৰ্শন কৰি ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট পক্ষলৈ নিৰ্দেশ জাৰি কৰে ৷

ADVERTISEMENT

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ অজয় লাম্বা আৰু ন্যায়াধীশ মনীষ চৌধুৰীৰ যুটীয়া বিচাৰপীঠে কয় যে ৰাজহুৱা স্বাৰ্থজৰিত আবেদনখনে প্ৰতীয়মান কৰিছে যে ৰাজহুৱা স্থান আৰু কৰ্মস্থলীত মাস্কৰ ব্যৱহাৰ আৰু সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বাবে সংশ্লিষ্ট ফৰিয়াদী কৰ্তৃপক্ষক কঠোৰ আৰু যথোচিত নিৰ্দেশনা প্ৰেৰণৰ জৰুৰীকালীন প্ৰয়োজনীয়তা আছে ৷

RelatedPosts

Fast track court:জুবিন গাৰ্গৰ ছমহীয়াৰ দিনটোতে গঠন কৰা হ’ল ফাষ্টট্ৰেক আদালত

LPG Cylinder :ৰন্ধন গেছ, পেট্ৰ’ল-ডিজেলক লৈ কেন্দ্ৰৰ বৈঠক

Gaurav Gogoi:গৌৰৱ গগৈৰ সোমবাৰৰ সংবাদমেলৰ পাছতে অতিৰিক্ত নিৰাপত্তা প্ৰদান অসম আৰক্ষীৰ

অধিবক্তা তন্ময়জ্যোতি মহন্তই দাখিল কৰা এই ৰাজহুৱা স্বাৰ্থজড়িত আবেদনত ফৰিয়াদী পক্ষ কৰা হৈছে ৰাজ্য চৰকাৰ,গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত আৰু সচিব,স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত আৰু সচিব তথা অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ৷ৰাজ্য চৰকাৰৰ হৈ প্ৰতিনিধিত্ব কৰিছে মুখ্য সচিবে। আদালতৰ নিৰ্দেশত সকীয়াই দিয়া হয় যে যদি উল্লেখিত কোনো লোকে নিৰ্দেশাৱলী ভংগ কৰে তেন্তে তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱা হ’ব ৷

আমি এই কথা লিপিবদ্ধ কৰি ব্যথিত হৈছো যে ৰাজ্যৰ বজাৰসমূহ আৰু অন্যান্য স্থানতো বাসিন্দাসকলক কোনো মাস্ক পৰিধান নকৰাকৈ দেখিবলৈ পোৱা যায় ।অথবা নাকৰ তলত মাস্ক পৰিধান কৰে ৷ফলত কৰ’না ভাইৰাছ প্ৰসাৰিত হয়। আমি দেখিছো যে বজাৰত বা কৰ্মস্থলীতো মানুহে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন নহৈ জুম বান্ধি থাকে ৷

নিশ্চিতভাৱে কোনো বাসিন্দা অথবা নাগৰিকৰ নিজৰ জীৱন বিপদত পেলোৱাৰ,আনৰ জীৱন বিপদাপন্ন কৰাৰ অধিকাৰ নাই। সেই উদ্দেশ্যে বিভিন্ন আইন গ্ৰহণ কৰা হৈছে ।আৰু বিভিন্ন নিৰ্দেশ জাৰি কৰা হৈছে। এই নিৰ্দেশসমূহ অৱশ্যে আপাতদৃষ্টিত অৱজ্ঞা কৰা হৈছে ৷কিয়নো ইয়াত থকা শাস্তিমূলক কাৰ্যব্যৱস্থা চৰকাৰী নিৰ্দেশনা আৰু জাননী ভংগ কৰাসকলৰ বিৰুদ্ধে লোৱা নাই। এইদৰে ন্যায়ালয়ৰ নিৰ্দেশটোত কোৱা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam PoliceCorona Viruscovid19GAUHATI HIGH COURT
publisher

publisher

Related Posts

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d