Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ভুৱা প্ৰতিশ্ৰুতিৰ বন্যা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

publisher by publisher
September 7, 2020
in Assam, News
Reading Time: 1 min read
0
ভুৱা প্ৰতিশ্ৰুতিৰ বন্যা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

কেৱল প্ৰতিশ্ৰুতি দিয়েই যোৱা চাৰি বছৰ পাৰ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ বিধানসভাৰ মজিয়াৰ পৰা আৰম্ভ কৰি সততে ইখনৰ পিছত সিখন বৈঠকত মুখ্যমন্ত্ৰীয়ে কেৱল ন ন প্ৰতিশ্ৰুতি দি আহিছে । অথবা আগতে দিয়াবোৰক নতুন ৰূপত আওৰাই আহিছে ৷

ADVERTISEMENT

কিন্তু মুখ্যমন্ত্ৰীৰ সকলো বোৰ প্ৰতিশ্ৰুতি ধোঁৱা হৈ উৰি গৈছে। ফলত ৰাইজৰ সপোন সপোন হৈয়ে ৰৈছে । সপোন ভাঙি যোৱা ৰাইজৰ দুখ দুৰ্দশাৰ মাত্ৰাহে হৈ ৰৈছে । সপোন ভাঙি যোৱা ৰাইজৰ দুখ দুৰ্দশাৰ মাত্ৰাহে চৰিছে । ৰাজ্যত চলিত বৰ্ষত অহা তিনিটা সংহৰী বানেই ইয়াৰ জলন্ত উদাহৰণ ।

বান প্ৰতিৰোধৰ বাবে যোৱা ৩০ এপ্ৰিলৰ ভিতৰত ৰাজ্যৰ সকলো ক্ষতিগ্ৰস্ত মথাউৰি মেৰামতি কৰিবলৈ মুখ্যমন্ত্ৰী দিচপুৰত বৈঠক পাতি জলসম্পদ বিভাগক নিৰ্দেশ দিছিল । কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশ হৈয়ে থাকিল। মথাউৰি মেৰামতি নোহোৱাৰ পৰিণতিত উপৰ্যুপৰি অহা বানকেইটাই ৰাজ্যত ভয়াৱহ তাণ্ডব চলালে ৷ এনেদৰেই মুখ্যমন্ত্ৰী সোনোৱালৰ ডজন মূল্যহীন প্ৰতিশ্ৰুতিত অসম এতিয়া ভাৰাক্ৰান্ত ।

সাতমাহ পাছতে ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। যোৱা চাৰে চাৰি বছৰত অসম চৰকাৰ এলাগী হৈ থকা প্ৰতিশ্ৰুতি ইমানেই বাঢ়িল যে নিৰ্বাচনী আচৰণবিধি বলৱৎ হোৱালৈ সেইবোৰ ৰূপায়ণ হোৱাটো পৰ্বতত কাছৰ কণী বিচৰাৰ দৰে হ’ব বুলি অসমবাসী নিশ্চিত হৈছে ।

মুখ্যমন্ত্ৰীয়ে সততে উচ্চাৰণ কৰি অহা এটা শ্ল’গান হ’ল দুৰ্নীতিমুক্ত, বিদেশীমুক্ত আৰু প্ৰদূষণমুক্ত অসম নিৰ্মাণ । দুৰ্নীতি উৎখাত কৰাত চৰকাৰে শূন্য সহনশীল নীতি অৱলম্বনৰ দাবী কৰি আহিছে মুখ্যমন্ত্ৰী সোনোৱালে । তাৰ বিপৰীতে ৰাজ্যৰ প্ৰতিটো চৰকাৰী বিভাগ আকণ্ঠ দুৰ্নীতিত পোত গৈছে ।

স্বয়ং ৰাজ্যৰ প্ৰশাসনৰ কেন্দ্ৰবিন্দু জনতা ভৱনৰ পৰা আৰম্ভ কৰি সকলো বিভাগৰ কাৰ্যালয়তে ধনৰ অবাধ লেন দেন অব্যাহত আছে । এই প্ৰসংগতে উল্লেখনীয় যে চৰকাৰে যিবোৰ দুৰ্নীতি কেলংকাৰিৰ তদন্ত নিৰ্দেশ দিছে সেই সকলোবোৰেই আধৰুৱা হৈ পৰি ৰৈছে।

অসম লোকসেৱা আয়োগৰ সংঘটিত কেলেংকাৰিৰ পৰা কয়লা কেলেংকাৰিলৈ সকলোতে একে অৱস্থা। কয়লা কেলংকাৰিত জড়িত চৰকাৰী বিষয়াৰ বিৰুদ্ধে গোচৰ চলাবলৈ দিছপুৰৰ অনুমতি বিচাৰি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা লেবেজান হৈ পৰিছে ৷

তলাবন্ধ আৰু সান্ধ্য আইনৰ মাজতো ৰাজ্যত অব্যাহত আছে কয়লাৰ চোৰাং ব্যৱসায়। দিহিং পাটকাইৰ সেউজ ভূমি বিদীৰ্ণ কৰি দিছপুৰৰ পৃষ্ঠপোষকতা তথা স্বয়ং শাসক দলৰ বিধায়কৰ নেতৃত্বত সংৰক্ষিত বনাঞ্চলখনত কয়লাৰ অবৈধ খনন চলি আছে ।এই কেলেংকাৰিত স্বয়ং মুখ্যমন্ত্ৰী জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।

 উল্লেখযোগ্য যে অসমক বিদেশীমুক্ত কৰাটো বিজেপি আৰু মিত্ৰদল অসম গণ পৰিষদৰ প্ৰধান নিৰ্বাচনী শ্ল’গান আছিল । সোনোৱালে মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতে চমক দি প্ৰথমতে উপস্থিত হৈছিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ মহানগৰীৰ ভঙাগড়স্থিত মুখ্য কাৰ্যালয়ত। কিন্তু আজিও এন আৰ চিৰ কাম আগ নাবাঢ়িল ।

যি ১৯ লক্ষ লক্ষাধিক লোকৰ নাম চূড়ান্ত তালিকাত বাদ পৰে তেওঁলোকক ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি আজিকোপতি কি কাৰণে নাম বাদ পৰিছে তাৰ কাৰণ দৰ্শাই জাননী প্ৰেৰণ কৰা নহ’ল । এনেদৰে এন আৰ চিৰ সমগ্ৰ প্ৰক্ৰিয়াটো সম্প্ৰতি স্থবিৰতা বিৰাজ কৰিছে । বিদেশী ন্যায়াধীকৰণতো নিযুক্তি দিয়া নহ’ল ১৬ শ কৰ্মচাৰী ৷

বিদেশীমুক্ত অসমৰ শ্ল’গানক ভ্ৰুকুটি কৰি আজিলৈকে অসম বাংলাদেশ সীমান্তত কাঁটা তাঁৰৰ বেৰ নিৰ্মাণ দিয়া নহ’ল । সীমান্ত ছীল কৰাৰ প্ৰতিশ্ৰুতিও ধোঁৱা চাঙত উঠিল ।মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি যে বাৰম্বাৰ অৰ্থহীন হৈ আহিছে তাৰ অন্যতম কাৰণ হ’ল ৰাষ্ট্ৰীয় ঘাই পথৰ মেৰামতি ।

ৰাজ্যৰ ঘাইপথৰ দূৰৱস্থা প্ৰত্যক্ষ কৰি ২৪ ঘন্টাৰ ভিতৰত মেৰামতি কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক একাধিকবাৰ নিৰ্দেশ দিছে ৷কিন্তু সেই নিৰ্দেশ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কৰ্ণপাতেই নকৰিলে ৷ অথচ তাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কোনো ব্যৱস্থা ল’বলৈ সাহস নকৰি নিজে হাঁহিয়াতৰ পাত্ৰ হ’ল ।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ ব্যৰ্থতাৰ কাৰণ হ’ল ৰাজ্যৰ বাতৰি কাকত প্ৰতিষ্ঠানসমূহে সন্মুখীন হোৱা বৃহৎ প্ৰত্যাহ্বান। কাকত প্ৰতিষ্ঠানসমূহক সময় মতে বিজ্ঞাপনৰ ধন মোকলাই দিয়া,বিজ্ঞাপনৰ নিৰিখ বৃদ্ধিৰ বাবে উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশো বিগত ডেৰ বছৰে প্ৰতিশ্ৰুতি দিও আজিলৈকে ৰূপায়ণ নকৰিলে মুখ্যমন্ত্ৰী সোনোৱালে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamSarbananda Sonowal
publisher

publisher

Related Posts

শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন
Assam

October 3, 2026
সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে
Assam

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

October 3, 2026
তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ
India

তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

October 3, 2026
১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ
India

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

October 3, 2026
মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা
India

মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

October 3, 2026
নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d