Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অৰুণোদয় সুফলৰ পৰা দিব্যাংগসকল বঞ্চিত হোৱাৰ আশংকা

publisher by publisher
September 10, 2020
in Assam, News
Reading Time: 1 min read
0
অৰুণোদয় সুফলৰ পৰা দিব্যাংগসকল বঞ্চিত হোৱাৰ আশংকা
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

অৰুণোদয় আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত স্পষ্ট নীতি নাই ৰাজ্য চৰকাৰৰ ৷ ফলত এই অভিলাষী আঁচনিখনৰ সুফল লাভৰ পৰা বঞ্চিত হ’ব ৰাজ্যৰ দিব্যাংগসকল । এই অভিযোগ প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰৰ ৷

ADVERTISEMENT

এক সংবাদমেলত এই অভিযোগ কৰি মালাকাৰে কয় ৰাজ্যৰ ৰাজকোষৰ ধনেৰে গ্ৰহণ কৰা অৰণোদয় শীৰ্ষক আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত কোনো সংলগ্ন বিভাগকে জড়িত কৰা নাই বিত্ত বিভাগে । ইয়াৰ বিপৰীতে শাসকীয় বিজেপিৰ নেতা-পালিনেতাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিতৰণ কৰিছে এই আঁচনিৰ হিতাধিকাৰী প্ৰপত্ৰ ।

শাসকীয় বিজেপিৰ দলীয় নেতা কৰ্মীয়ে যদি হিতাধিকাৰী বাছনি কৰে , তেন্তে এই আঁচনিৰ সুফল লাভৰ পৰা বঞ্চিত হ’ব ৰাজ্যৰ দিব্যাংগসকল । অৰুণোদয় আঁচনি ৰূপায়ণৰ নামত ৰাজ্য চৰকাৰে দিব্যাংগৰ মাজত পুৰুষ-মহিলাৰ প্ৰভেদ সৃষ্টি কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰচলিত বিধি অনুসৰি দিব্যাংগসকল দিব্যাংগ হিচাপে পৰিচিত ৷

সংৰক্ষণ নীতি বলৱতৰ ক্ষেত্ৰত পুৰুষ-মহিলা উভয়কে দিব্যাংগ হিচাপে ধৰা হয় । তেনেস্থলত অৰুণোদয় আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দিব্যাংগসকলৰ মাজত পুৰুষ মহিলাৰ প্ৰভেদ সৃষ্টি কৰি দিব্যাংগসকলক বঞ্চিত কৰিব বিচৰা হৈছে ।

এই আঁচনিৰ ধন দলীয় পুঁজিৰ নেকি বুলি প্ৰশ্ন কৰি তেওঁ লগতে কয় “অৰুণোদয় আঁচনি নামত আবন্টিত ধনৰাশি যদি বিজেপিৰ দলীয় পুঁজিৰ তেন্তে দলীয় নেতা কৰ্মীৰ জৰিয়তে প্ৰপত্ৰ বিতৰণ তথা হিতাধিকাৰী বাছনিৰ কথাটো সম্পূৰ্ণ সুকীয়া । আৰু যদি এই আঁচনিখন ৰাজ্যৰ ৰাজকোষৰ ধনেৰে ৰূপায়ণ কৰা হৈছে । তেন্তে এই আঁচনিৰ প্ৰপত্ৰ বিতৰণৰ পৰা আৰম্ভ কৰি হিতাধিকাৰী বাছনি কৰালৈকে সকলো বিষয়ত চৰকাৰী বিষয়া কৰ্মচাৰীক জড়িত কৰিব লাগিব ৷ অন্যথা এই আঁচনিৰ হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত খেলিমেলি হোৱাৰ লগতে দিব্যাংগসকল বঞ্চিত হ’ব ৷”

লগতে ৰাজ্যৰ দিব্যাংগসকলে লাভ কৰি থকা মাহেকীয়া ভাট্টাৰ লগতে একেলগে ৮৩০ টকা যোগ কৰি প্ৰতিজন দিব্যাংগক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ বাবে তেওঁ দাবী জনায় । ইপিনে স্বাস্থ্য বিভাগত খালী হৈ থকা ৪০৩ টা পদ পূৰণৰ অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰি প্ৰকাশ কৰা বিজ্ঞাপনৰ সংশোধনীৰ প্ৰতিশ্ৰুতি দিয়ো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিলে স্বাস্থ্য, শিক্ষা সঞ্চালকালয়ে ৷

ইয়াৰ প্ৰতিবাদত শীঘ্ৰে দিছপুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দি তেওঁ কয় যে ২০১৬ ৰ প্ৰতিবন্ধী আইনৰ ৩৪ নম্বৰ দফা অনুসৰি পদ পূৰণৰ বাবে প্ৰকাশ কৰা যিকোনো বিজ্ঞাপনৰ জৰিয়তে দিব্যাংগৰ বাবে চাৰি শতাংশ পদ সংৰক্ষণ কৰাটো বাধ্যতামূলক । কিন্তু এই সন্দৰ্ভত স্বাস্থ্য বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

দিব্যাংগসকলক লৈ অব্যাহত ৰখা ল’ৰা ধেমালিৰ প্ৰতিবাদত কৰ’নাৰ ভয়াৱহতাকো নেওচি দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈ পৰিব বুলি তেওঁ কয়। লগতে তলাবন্ধৰ সময়ত কেন্দ্ৰীয় চৰকাৰে তিনিমাহৰ বাবে ঘোষণা কৰা তিনি হেজাৰ টকাৰ ফুটাকড়ি এটাও দিব্যাংগসকলে নোপোৱা বুলি তেওঁ উল্লেখ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Arunodoi SchemeAssamDispur
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d