Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

এনআৰচি পেলনীয়া কাগজ

publisher by publisher
September 11, 2020
in Assam, News
Reading Time: 1 min read
0
এন আৰ চিৰ তথ্য হৰলুকি টেম্পাৰিঙক লৈ শীঘ্ৰে তদন্ত প্ৰাক্তন প্ৰকল্প প্ৰবন্ধকৰ বিৰুদ্ধে গোচৰ ৰজু
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

ৰাজ্য চৰকাৰৰ অনীহাৰ বাবেই সম্পূৰ্ণৰূপে স্থৱিৰ হৈ পৰিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বাকী থকা সকলাে কাম-কাজ। ফলত সুদীর্ঘ এবছৰে এন আৰ চিৰ পৰা নাম বাদ পৰা ১৯ লাখআবেদনকাৰীলৈ নাম বাদ পৰাৰ কাৰণ দৰ্শাইজাননী জাৰি কৰিব পৰা নাই এন আৰ চি সঞ্চালকালয়ে । এই প্রক্রিয়া আৰম্ভ কৰিবলৈগৈয়ে দিছপুৰৰ ধমকত থমকি ৰ’বলগীয়া হৈছে এন আৰ চি সঞ্চালকালয়।

ADVERTISEMENT

সঞ্চালকালয়ৰ সূত্রই  এই কথা সদৰী কৰি জনােৱা মতে, দীঘলীয়া প্রতীক্ষাৰ অৱসান ঘটাই ২০১৯ৰ ৩১আগষ্টত চূড়ান্ত এন আৰ চি প্রকাশ কৰা হয় । ২০১৫ৰ ৩১ আগষ্টৰ ভিতৰত ৰাজ্যৰ ৩, ৩০, ২৭, ৬৬১ জন লােকে এন আৰ চিত নাম অন্তর্ভুক্তিৰ বাবে নির্দিষ্ট প্রক্রিয়াৰে আবেদন কৰে । ইয়াৰ ভিত্তিতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত ৩,১১,২১,০০৪ জন আবেদনকাৰীৰ নাম অন্তর্ভুক্ত হােৱাৰ বিপৰীতে পুনৰীক্ষণৰ অন্তত ১,০২,৪৬২ জনৰ নাম কর্তন কৰা হয়।

মুঠ আবেদনকাৰীৰ ভিতৰত ১৯,০৬,৬৫৭ জন আবেদনকাৰীৰ নাম প্রয়ােজনীয় নথিৰ অভাৱৰ বাবে চূড়ান্ত এন আৰ চিৰ পৰা বাদ পৰে। সংশ্লিষ্টসকলক ভাৰতীয় হিচাপে প্রতিপন্ন কৰাৰ সুযােগ প্রদানৰ উদ্দেশ্যে উচ্চতম ন্যায়ালয়ে ৰাজ্যত অতিৰিক্ত বিদেশী ন্যায়াধিকৰণ স্থাপনৰ নির্দেশ দিয়ে।

ইয়াৰ ভিত্তিতে কেন্দ্রীয় অর্থ সাহায্যত ৰাজ্যত অতিৰিক্ত দুশখন বিদেশী ন্যায়াধিকৰণৰ স্থাপনৰ উদ্দেশ্যে বাছনিকৃত দুশজন ন্যায়াধীশকো পূর্বৰএশ বিদেশী ন্যায়াধিকৰণতে সংলগ্ন কৰে ৰাজ্য চৰকাৰে । কিন্তু চূড়ান্ত এন আৰ চিৰ পৰা বাদ পৰা লােকসকলক কাৰণ দর্শাই জাৰি কৰিবলগীয়া জাননীসমূহ এন আৰ চি সঞ্চালকালয়ে জাৰি নকৰাৰ পৰিপ্ৰেক্ষিতত সংশ্লিষ্টসকলে ন্যায় বিচাৰি দ্বাৰস্থ হ’ব পৰা নাই বিদেশী ন্যায়াধিকৰণত।

এনেবােৰ দিশ চালি-জাৰি চায়েই যােৱা দুই জুলাইত এন আৰ চি সমন্বয়ৰক্ষী সমিতিৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ আধাৰত পহিলা ছেপ্টেম্বৰৰ পৰা এন আৰ চিত নাম অন্তর্ভুক্ত নােহােৱা আবেদনকাৰী সকলৰ ক্ষেত্ৰত ডিচপ’জিং অফিচাৰ সকলে লিপিবদ্ধ কৰা টোকাসমূহৰ মান পৰীক্ষা আৰম্ভ কৰাৰ পৰিকল্পনা গ্রহণ কৰে।

ইয়াৰ ভিত্তিতে যােৱা ২১ আগষ্টত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই এছ পি এম ইউ/এন আৰ চি/চি আৰ চি আৰ কিউ চি এন আৰ/৫৫৫/২০১৮/৫৩-ক নম্বৰযােগে এই সম্পর্কত প্রয়ােজনীয় নির্দেশনাও জাৰি কৰে ।

কিন্তু দিছপুৰৰ ধমকত এন আৰু চি সঞ্চালকালয়ে নির্দেশনা জাৰি কৰিও কাম আৰম্ভ কৰিবলৈ গৈ থমকি ৰ’বলগীয়া হােৱা বুলি সূত্ৰটোৱে জনায়। ফলত নির্ধাৰিত সময় উকলি যােৱাৰ পাছতাে এন আৰ চি সঞ্চালকালয়ে এই সম্পর্কীয় কাম-কাজ আৰম্ভ কৰিব পৰা নাই বুলি সূত্ৰ টোৱে জনায়।

কি কৰিব বিচাৰিছিল এন আৰ চি সঞ্চালকালয়ে?

প্রচলিত বিধি অনুসৰি চূড়ান্ত এন আৰ চিৰ পৰা নাম বাদ পৰা আবেদনকাৰীক এন আৰ চি সঞ্চালকালয়ে নাম বাদ পৰাৰ কাৰণ দৰ্শাই জাননী কৰিব লাগে । অন্যথা সংশ্লিষ্টসকলে ন্যায় বিচাৰি বিদেশী ন্যায়াধিকৰণৰ দ্বাৰস্থ হ’ব নােৱাৰিব ।

ইয়াৰ আধাৰতে এন আৰ চি সঞ্চালকালয়ে চূড়ান্ত এন আৰ চিৰ পৰা নাম বাদ পৰা ১৯, ০৬, ৬৫৭ জন লােকৰ আবেদনৰ নথিসমূহ পৰীক্ষা কৰে । উক্ত নথি পৰীক্ষাৰ সময়তে ডিচপ’জিং অফিচাৰে শুনানিৰ সময়ত লিপিবদ্ধ কৰা টোকাসমূহক লৈ বিধিগত ব্যৱস্থা গ্ৰহণ নকৰাৰ তথ্য পােহৰলৈ আহে ।

সেয়েহে সংশ্লিষ্ট লােকসকললৈ নাম বাদ পৰাৰ কাৰণ দৰ্শাই জাননী জাৰি কৰাৰ পূর্বে ডিচপ’জিং অফিচাৰসকলৰ টোকাৰ মান নিৰূপণ কৰিবলৈ গৈ এন আৰ চি সঞ্চালকালয়ে থমকি  ৰ’বলগীয়া হৈছে বুলি সূত্ৰটোৱে জনায়।

ডিচপ’জিং অফিচাৰৰ টোকাক উলাই কৰিও অন্তর্ভুক্ত হ’ল একাংশৰ নাম

চূড়ান্ত এন আৰ চি প্রকাশৰ পূর্বে অনুষ্ঠিত শুনানিৰ সময়ত ডিচপ’জিং অফিচাৰসকলে লিপিবদ্ধ কৰা টোকাসমূহ বিনষ্ট কৰি চূড়ান্ত এন আৰ চিত যাৰ নাম যেনেকৈ আছে সেই ধৰণে নাম অন্তর্ভুক্ত কৰাৰ বাবে এন আৰ চিৰ তদানীন্তন ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই ২০১৯ৰ ১৮ ছেপ্টেম্বৰত এছ পি এম ইউ/এন আৰ চি/ডিষ্ট্রিক্ট কো-অর্ডিনেটৰ ইকুইপমেন্ট/৬৮/২০১৫/পার্ট-৭/৩৭০-ক নম্বৰযােগে প্রতিখন জিলাৰ উপায়ুক্তলৈ এক নির্দেশনা প্ৰেৰণ কৰে।

ফলত ভালেসংখ্যক আবেদনকাৰীৰ নাম ডিচপ’জিং অফিচাৰৰ টোকাক উলাই কৰি চূড়ান্ত এন আৰ চিত অন্তর্ভুক্ত হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত এন আৰ চি সঞ্চালকালয়ে সংশ্লিষ্ট টোকাসমূহৰ মান পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈয়াে মূৰকত থমকি ৰ’বলগীয়া হৈছে বুলিও সূত্ৰটোৱে জনায়।

কিয় সঁহাৰি নিদিলে দিছপুৰে?

নির্দিষ্ট প্রক্রিয়াৰে কাৰণ দর্শোৱাৰ জাননী জাৰি কৰা মাত্রেই সংশ্লিষ্ট আবেদনকাৰীসকলে দ্বাৰস্ত হ’ব বিদেশী ন্যায়াধিকৰণত । কিন্তু এই পর্যন্ত ৰাজ্যৰ প্ৰস্তাৱিত দুশখন বিদেশী ন্যায়াধিকৰণৰ আন্তঃগাঁথনি সম্পূর্ণ কৰিব পৰা নাই চৰকাৰে । কেৱল সেয়াই নহয় উচ্চতম ন্যায়ালয়ৰ নির্দেশৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে বাছনি কৰা দুশজন ন্যায়াধীশক আজি পর্যন্ত সুনির্দিষ্ট স্থানত সংস্থাপিত কৰিব পৰা নাই।

লগতে সংশ্লিষ্ট বিদেশী ন্যায়াধিকৰণৰ অন্যান্য পদৰ বাবে অসম আৰক্ষী নিযুক্তি ব’র্ডে বাছনি কৰা ১৬শ জন প্রার্থীৰ নিযুক্তি প্রক্রিয়াও সম্পন্ন কৰাটো দূৰৈৰে কথা এই সমগ্ৰ বিষয়ত স্থিতি স্পষ্টই কৰিব পৰা নাই ৰাজ্যচৰকাৰে । ইয়াৰ পৰিপ্ৰেক্ষিতত কৰ’নাৰ অজুহাত দেখুৱাই এন আৰ চিৰ বাকী থকা কাম-কাজ আৰম্ভ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ গৃহ বিভাগে এন আৰ চি সঞ্চালকালয়ক অনুমতি নিদিয়া বুলি সূত্ৰটোৱে জনায় । ফলস্বৰূপে বহুচর্চিত এন আৰ চি সম্প্রতি এখন পেলনীয়া কাগজতহে পৰিণত হৈছে বুলি চৰ্চা চলিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamNRC
publisher

publisher

Related Posts

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d