Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

এনআৰচিৰ পুনৰীক্ষণৰ সম্ভাৱনা ক্ষীণ

publisher by publisher
September 23, 2020
in Assam, News
Reading Time: 1 min read
0
এন আৰ চিত বাদ পৰা ১৯ লাখৰ বিপৰীতে তিনি লাখলৈহে জাননী
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

উন্নীকৰণ NRC ৰ পুনৰীক্ষণ প্ৰক্ৰিয়া সদ্যহতে আৰম্ভ হোৱাৰ কোনো সম্ভাৱনা নাই ।ভাৰত বাংলাদেশ সীমান্তৱৰ্তী জিলাৰ ২০ শতাংশ আৰু ৰাজ্যৰ আন জিলাত NRC ত নাম অন্তৰ্ভুক্ত হোৱা ১০ শতাংশ লোকৰ পুনৰীক্ষণৰ বাবে কেন্দ্ৰীয় চৰকাৰে সন্মতি প্ৰকাশ কৰিলেও পৰিস্থিতিগত কাৰণতে এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ ক্ষেত্ৰত জটিলতা আছে।

ADVERTISEMENT

তদুপৰি NRC ৰ পুনৰীক্ষণ সম্পৰ্কত এই পৰ্যন্ত চৰকাৰে জাৰি কৰা নাই কোনো নিৰ্দেশ ৷গৃহ বিভাগৰ এক উচ্চস্তৰীয় সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে তলাবন্ধৰ ক্ষেত্ৰত থকা নীতি নিৰ্দেশনাসমূহ পৰ্যায়ক্ৰমে শিথিল হ’লেও ৰাজ্যত অব্যাহত আছে কৰ’নাৰ দ্ৰুত সংক্ৰমণ ৷ফলত ভাৰত বাংলাদেশ সীমান্তৱৰ্তী জিলাকে ধৰি ৰাজ্যৰ অন্যান্য জিলাসমূহত উন্নীতকৰণ NRC পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পন্নৰ বাবে সংশ্লিষ্টসকলৰ শুনানি গ্ৰহণৰ ক্ষেত্ৰত ব্যাপক জটিলতা আছে।

তদুপৰি ৰাজ্যত অব্যাহত থকা কৰ’নাৰ সংক্ৰমণ কেতিয়ালৈ প্ৰতিৰোধ হ’ব সেই সম্পৰ্কত কোনো নিশ্চয়তা নাই ।লগতে ২০২১ৰ ফ্ৰেব্ৰুৱাৰীৰ শেষ সপ্তাহত অসম বিধানসভাৰ আসন্ন নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰাৰ সম্ভাৱনা আছে। নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ লগে লগে নিৰ্বাচনী কামত ব্যস্ত হৈ পৰিব ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰশাসন।

ফলত বিধানসভাৰ আসন্ন নিৰ্বাচন সম্পন্ন নোহোৱালৈকে NRCৰ পুনৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কোনো সম্ভাৱনা নাই বুলি সূত্ৰটোৱে স্পষ্ট কৰি দিয়ে ৷ এই সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া মন্তব্য সম্পূৰ্ণ ৰাজনৈতিক বুলি সূত্ৰটোৱে সদৰী কৰে। প্ৰস্তাৱিত দুশখন বিদেশী ন্যায়াধিকৰণৰ বাবে অসম আৰক্ষীৰ নিযুক্তি বৰ্ডে বিগত বৰ্ষতে বাছনি কৰা বিভিন্ন পদৰ ১৬ শ কৰ্মচাৰীৰ নিযুক্তি প্ৰক্ৰিয়া আজিও সম্পন্ন নকৰিলে চৰকাৰে ৷

ইয়াৰ মাজতে যোৱা ২১ আগষ্টত এছ পি এম ইউ /NRC /CRC/QCNR /৫৫৫/২০১৪/৫৩ক নম্বৰযোগে NRC ৰ শুনানিৰ সময়ত”ডিচপ’জিং অফিচাৰসকলে লিপিবদ্ধ কৰা টোকাসমূহৰ মান পৰীক্ষাৰ বাবে NRC ৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই এই সম্পৰ্কীয় কাম কাজ পহিলা ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰাৰ নিৰ্দেশ জাৰি কৰে।

লগতে উন্নীতকৰণ NEC প্ৰকাশৰ পূৰ্বে অনুষ্ঠিত শুনানিৰ পাছত ডিছপ’জিং অফিচাৰসকলে লিপিবদ্ধ কৰা টোকাসমূহৰ মান পৰীক্ষাৰ বাবে জাৰি কৰা নিৰ্দেশনা অনুসৰি ৰাজ্যৰ দুই এখন জিলাত ছেগা চোৰোকাকৈ কাম আৰম্ভ হোৱা বুলি তেওঁ কয়। সংশ্লিষ্ট জিলাৰ নিৰ্দিষ্ট ৰাজহ চক্ৰৰ ৰাজহ বিষয়াই ডিচপ’জিং অফিচাৰ”ৰ টোকাৰ মান নিৰূপণ কৰি থকা বুলিও শৰ্মাই উল্লেখ কৰে ৷কৰ’নাৰ ভয়াৱহতাৰ বাবে এই প্ৰক্ৰিয়া সদ্যহতে লেহেম গতিৰে চলি থকা বুলি তেওঁ জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Amit ShahCRCHimanta Biswa SarmaNRC
publisher

publisher

Related Posts

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d