Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল

    সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!

    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম জ্যেষ্ঠ নেতা যশৱন্ত সিঙৰ ৮২বছৰ বয়সত মৃত্যু

publisher by publisher
September 27, 2020
in COVID-19, India, News
Reading Time: 1 min read
0
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম জ্যেষ্ঠ নেতা যশৱন্ত সিঙৰ ৮২বছৰ বয়সত মৃত্যু
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম জ্যেষ্ঠ নেতা যশৱন্ত সিঙৰ আজি পৰলোকপ্ৰাপ্তি ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ ৷ প্ৰয়াত নেতাগৰাকীৰ মৃত্যুত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শোক প্ৰকাশ কৰিছে ৷ ১৯৩৮ৰ ৩জানুৱাৰিত ৰাজস্থানৰ বাৰমেৰ জিলাৰ জসোল গাঁৱৰ এক ৰাজপুত পৰিয়ালত যশৱন্ত সিঙৰ জন্ম হৈছিল ৷ সুদীৰ্ঘ দিন সেনাবাহিনীত চাকৰি কৰাৰ পাছত তেওঁ ৰাজনীতিত যোগদান কৰিছিল । ১৯৮০ চনৰ পৰা ২০১৪ চনলৈকে সংসদত সক্ৰিয় হৈ আছিল যশৱন্ত সিং ৷

ADVERTISEMENT

কিন্তু ২০১৪ ৰ ৭ আগষ্টত এক দুৰ্ঘটনাত জ্ঞান হেৰুৱাইছিল বৰ্ষীয়ান নেতাগৰাকীয়ে । ইয়াৰ পাছত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও তেওঁ ক’মাত গুচি গৈছিল । ৰাজনৈতিক জীৱনৰ ভিতৰত যশৱন্ত সিং প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ী মন্ত্ৰীসভাত একাধিক গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব লাভ কৰিছিল । তাৰ ভিতৰত বিত্ত, বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ দায়িত্ব আছিল অন্যতম ।

১৯৯৮-৯৯লৈ তেওঁ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । ২০০৪চনত বিজেপিৰ হাতৰ পৰা কেন্দ্ৰৰ ক্ষমতা গুচি যোৱাৰ পাছত তেওঁ ৰাজ্যসভাত বিৰোধী দলৰ নেতা হিচাপে দায়িত্ব পালন কৰিছিল । ২০১৪ৰ লোকসভা নিৰ্বাচনত তেওঁক বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়া নাছিল । কিন্তু তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বাৰমেৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছিল । আজি এই দ্বিগজ নেতা গৰাকীৰ মৃত্যুত ৰাজনৈতিক নেতাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ লোকসকলে শোক প্ৰকাশ কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19Jaswant Singh
publisher

publisher

Related Posts

ভাষাৰ পৰিধি ভাঙি সংগীতৰ যাদুঃ এঘণ্টা ১৫ মিনিটত ৩০টা ভাষাত সুৰ তুলিলে কণমানি মাহদিয়াই
Assam

August 23, 2026
অৱশেষত হোৱাইট হাউছতে ট্রাম্পৰ বিলাসী বলৰূম নিৰ্মাণ আৰম্ভ
International

অৱশেষত হোৱাইট হাউছতে ট্রাম্পৰ বিলাসী বলৰূম নিৰ্মাণ আৰম্ভ

August 23, 2026
তেজপুৰৰ নগেন চন্দ্ৰ বৰাই গৰকিলে শতায়ু
Assam

তেজপুৰৰ নগেন চন্দ্ৰ বৰাই গৰকিলে শতায়ু

August 23, 2026
ছেৱাগুৰিৰ ধনশিৰি নদীৰ পাৰত মাজনিশা অবৈধ বালি-পলস খননক লৈ উত্তেজনা

নগালেণ্ডত খনিজ সম্পদৰ খনন-সৰবৰাহ অসমৰ লোকৰ দ্বাৰা হয়

ইথানলযুক্ত পেট্র’ল উৎপাদনৰ বাবে দেশত প্রতিদিনে চেনিৰ মূল্যবৃদ্ধি!
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d