Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Bye Election Property of the candidate:নগাঁও লোকসভাৰ উপ- নিৰ্বাচনত অৱতীৰ্ণ তিনি হাই প্ৰফাইল প্ৰাৰ্থীৰ সম্পত্তি কিমান ?

    জুবিনবিহীন এটা বছৰ, আজিও শূন্য অসমবাসীৰ হৃদয়

    Zubeen Studio:জুবিন দিৱসৰ প্ৰথম দিনটোত জুবিন গাৰ্গৰ জোনালী ষ্টুডিঅ’ত উপস্থিত বলীউডৰ সংগীত শিল্পী ছেলিম মার্চেন্ট

    আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়াই লক্ষ্য, ‘ছেমিকন ইণ্ডিয়া ২০২৬’ৰ মঞ্চত প্ৰধানমন্ত্ৰী মোদী

    এতিয়াৰে পৰা ঔষধৰ দোকানতো বাধ্যতামূলক হ’ব CCTV? কেন্দ্ৰৰ নতুন প্ৰস্তাৱ

    ৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!

    ৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

আগন্তুক দুৰ্গাপূজাৰ উপলক্ষে কামৰূপ মহানগৰ জিলাৰ  প্ৰশাসনৰ নিৰ্দেশনা জাৰি

publisher by publisher
October 15, 2020
in Assam, Culture, News
Reading Time: 1 min read
0
আগন্তুক দুৰ্গাপূজাৰ উপলক্ষে কামৰূপ মহানগৰ জিলাৰ  প্ৰশাসনৰ নিৰ্দেশনা জাৰি
4
SHARES
37
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

আগন্তুক দুৰ্গাপূজাৰ পৰিপ্ৰেক্ষিতত আজি গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা প্ৰশাসন,গুৱাহাটী আৰক্ষী,গুৱাহাটী পৌৰ নিগম,ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ,এপিডিচিএল ,দুৰ্যোগ প্ৰশমণ আদি বিভাগৰ শীৰ্ষ বিষয়াসকলৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়।

ADVERTISEMENT

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ সভাপতিত্বৰ অনুষ্ঠিত এই সভাত জিলা আৰু আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা ক’ভিড১৯ পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি দুৰ্গা পূজা অনুষ্ঠিত কৰিব লগীয়া কমিটিসমূহক কিছুমান নীতি নিৰ্দেশনা জাৰি কৰিছে। তাৰ ভিতৰত

পূজা উদযাপন কমিটিসমূহে নিজ নিজ অঞ্চলৰ উপ আৰক্ষীৰ আয়ুক্তৰ পৰা অনুমতি ল’ব লাগিব।

চৰকাৰৰ নিৰ্দেশ অনুসৰি পূজা কমিটিসমূহে পেণ্ডেলসমূহ আহল বহল কৈ নিৰ্মাণ কৰিব লাগিব।

পূজা পেণ্ডলসমূহত একে সময়তে ৩০ জনতকৈ অধিক লোকৰ সমাগম হ’ব নোৱাৰিব।

পেণ্ডলসমূহৰ প্ৰবেশ আৰু প্ৰস্থানৰ পথ সুকীয়া হ’ব লাগিব।

পূজা কমিটিসমূহৰ প্ৰতিগৰাকী সদস্য আৰু স্বেচ্ছাসেৱকসকলে ষষ্ঠীৰ আগদিনা আৰু দশমীৰ পিছদিনা ক’ভিড ১৯ ৰ পৰীক্ষা কৰিব লাগিব ।

পূজাৰ বাবে কৰা আবেদনৰ সময়ত পূজা কমিটিসমূহে কমিটীৰ সদস্য আৰু স্বেচ্ছাসেৱকসকলৰ নামৰ তালিকা আৰক্ষীৰ ওচৰত দাখিল কৰিব লাগিব।

শাৰদীয় দুৰ্গোৎসৱৰ স’তে সংগতি ৰাখি এইবাৰ কোনো সাংস্কৃতিক কাৰ্যসূচী আৰু মেলাৰ আয়োজন কৰিব নোৱাৰিব ।

তদুপৰি পূজাৰ কেইদিন পূজাৰ মণ্ডপৰ আশে পাশে কোনো অস্থায়ী দোকান পোহাৰ আদি দিব নোৱাৰিব ৷

জিলা উপায়ুক্ত পেগুৱে কয় যে ক’ভিড ১৯ ৰোধৰ কাৰণে সকলোৱে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব।

দেৱী বিসৰ্জনৰ সময়ত কোনো সমদল উলিয়াব নোৱাৰিব। সংশ্লিষ্ট পূজা কমিটিৰ ১০ গৰাকী ব্যক্তিহে উপস্থিতিহে থাকিব পাৰিব।

উল্লেখযোগ্য যে চৰকাৰী নিৰ্দেশনা অনুযায়ী পূজাৰ কেইদিন দুচকীয়া বাহনত দুজন লোক উঠিব নোৱাৰিব ।অৱশ্যে মহিলা আৰু ১৫ বছৰৰ তলৰ শিশুৰ কাৰণে শিথিলতা থাকিব।

ইপিনে গুৱাহাটী আৰক্ষীৰ যুটীয়া আয়ুক্ত দেৱৰাজ উপাধ্যায়ে সভাত পূজা কমিটিসমূহক সাম্প্ৰতিক সময়ত ক’ভিড ১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰ আৰু স্বাস্থ্য বিভাগে দিয়া নীতি নিয়মসমূহ মানি চলিবলৈ আহ্বান জনায় ।

উপাধ্যায়ে কয় যে আৰক্ষীৰ পৰা অনুমোদন লোৱাৰ সময়ত প্ৰতিখন পূজা কমিটিকে জিলা প্ৰশাসনৰ নীতি নিৰ্দেশনাসমূহৰ লগতে আৰক্ষী বিভাগৰ নিৰ্দেশনাসমূহো অৱগত কৰোৱা হ’ব ।আনহাতে দেৱী বিসৰ্জনৰ সময়ত সকলো নীতি নিয়মক মানিবলৈ আহ্বান কৰে।

লগতে পূজা কমিটিসমূহে যাতে পূজা পেণ্ডেলত পৰ্যাপ্ত ’পৰিমাণে স্বেচ্ছাসেৱক নিয়োগ কৰাৰ লগতে চি চি টিভি কেমেৰা স্থাপন কৰিবলৈ পূজা কমিটিসমূহক আহ্বান জনায় দেৱৰাজ উপাধ্যায়ে ।

পূজাৰ উপলক্ষে অনুষ্ঠিত কৰা বৈঠকখনত পৌৰ নিগমৰ আয়ুক্ত ঘনশ্যাম দাস,কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথ,অগ্নি নিৰ্বাপন আৰু জৰুৰীকালীন সেৱা বিভাগৰ উপ সঞ্চালক জয়শ্ৰী খেৰছাৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত আছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBiswajit PeguDurga Puja 2020
publisher

publisher

Related Posts

Nagaon Bye Election Property of the candidate:নগাঁও লোকসভাৰ উপ- নিৰ্বাচনত অৱতীৰ্ণ তিনি হাই প্ৰফাইল প্ৰাৰ্থীৰ সম্পত্তি কিমান ?
Assam

September 17, 2026
জুবিনবিহীন এটা বছৰ, আজিও শূন্য অসমবাসীৰ হৃদয়
Assam

জুবিনবিহীন এটা বছৰ, আজিও শূন্য অসমবাসীৰ হৃদয়

September 17, 2026
Zubeen Studio:জুবিন দিৱসৰ প্ৰথম দিনটোত জুবিন গাৰ্গৰ জোনালী ষ্টুডিঅ’ত উপস্থিত বলীউডৰ সংগীত শিল্পী ছেলিম মার্চেন্ট
Assam

Zubeen Studio:জুবিন দিৱসৰ প্ৰথম দিনটোত জুবিন গাৰ্গৰ জোনালী ষ্টুডিঅ’ত উপস্থিত বলীউডৰ সংগীত শিল্পী ছেলিম মার্চেন্ট

September 17, 2026
আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়াই লক্ষ্য, ‘ছেমিকন ইণ্ডিয়া ২০২৬’ৰ মঞ্চত প্ৰধানমন্ত্ৰী মোদী
India

আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়াই লক্ষ্য, ‘ছেমিকন ইণ্ডিয়া ২০২৬’ৰ মঞ্চত প্ৰধানমন্ত্ৰী মোদী

September 17, 2026
এতিয়াৰে পৰা ঔষধৰ দোকানতো বাধ্যতামূলক হ’ব CCTV? কেন্দ্ৰৰ নতুন প্ৰস্তাৱ
India

এতিয়াৰে পৰা ঔষধৰ দোকানতো বাধ্যতামূলক হ’ব CCTV? কেন্দ্ৰৰ নতুন প্ৰস্তাৱ

September 17, 2026
৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!
International

৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!

September 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d