Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচন : মহাকাশৰ পৰাই ভোটদান মহাকাশচাৰীৰ

publisher by publisher
October 27, 2020
in News, world
Reading Time: 1 min read
0
মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচন : মহাকাশৰ পৰাই ভোটদান মহাকাশচাৰীৰ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

চন্দ্ৰাভিযান সামৰি পৃথিৱীলৈ উভতিল চাৰি মহাকাশচাৰী

৫০ বছৰৰ পাছত মানৱৰ চন্দ্ৰ পৰিভ্ৰমণ; NASA-ৰ দীপ-স্পেচ অভিযানত নতুন যুগৰ সূচনা

প্ৰথমবাৰ দেখা গ’ল চন্দ্ৰৰ বিপৰীত পিঠি

মহাকাশৰ মহাশূন্যৰ পৰাই মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিছে মহাকাশচাৰীয়ে । ড’নাল্ড ট্ৰাম্প আৰু জ’ বাইডেনৰ যুঁজখনে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰাৰ সময়তে এই বাৰ্তা টুইটযোগে ৰাজহুৱা কৰিছে মাৰ্কিন গৱেষণা সংস্থা নাছাই । অহা তিনি নৱেম্বৰত সম্পন্ন হ’বলগীয়া মার্কিন ৰাষ্ট্রপতি নির্বাচনত ভােটাধিকাৰ সাব্যস্ত কৰা মহাকাশচাৰীগৰাকীৰ নাম কেট ৰবিনছন ।

ADVERTISEMENT

যােৱা সপ্তাহতেই আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানত নিজৰ ভােটাধিকাৰ সাব্যস্ত কৰিছে এইগৰাকী মহাকাশচাৰীয়ে । ভােটদান সাব্যস্ত কৰিব পৰাকৈ সকলাে নীতি-নিয়ম পালন কৰি মহাকাশ আস্থানটোত ‘বুথ’ পর্যন্ত স্থাপন কৰা হৈছিল । শূন্যত ভাহি থাকি ভােটদান কৰাৰ পাছত নিজৰ প্রতিক্রিয়াত প্ৰকাশ কৰিলে ৰবিনছনে। ছমাহৰ বাবে মহাকাশ আস্থানটোলৈ গৈছে ৰবিনছনে । লগত আছে ৰাছিয়াৰ আন দুজন মহাকাশচাৰী । অহা নৱেম্বৰৰ শেষলৈ পুনৰ পৃথিৱীলৈ উভতিব ৰবিনছনে ।

অৱশ্যে সেই সময়লৈ ৰাষ্ট্রপতি নির্বাচন সমাপ্ত হ’ব। সেয়েহে ৰাষ্ট্রপতি নির্বাচনলৈ এসপ্তাহ বাকী থকা অৱস্থাতে মার্কিন মহাকাশচাৰীগৰাকীয়ে নিজৰ ভােটাধিকাৰ সাব্যস্ত কৰে; কিন্তু ৰবিনছনৰ বাবে এই অভিজ্ঞতা নতুন নহয়। ২০১৬ৰ ৰাষ্ট্রপতি নির্বাচনতাে তেওঁ একেদৰেই ভােটদান কৰিছিল । ইতিপূর্বে মহাশূন্যৰ পৰা ভােটদান কৰিব পৰাৰ কোনাে নাগৰিক আইনৰ ব্যৱস্থা নাছিল । ১৯৯৭ত এই বিষয়ত এখন আইন সংশােধন কৰি ভােটদানৰ ব্যৱস্থা কৰা হয় আমেৰিকাত। তাৰ পাছৰ পৰাই মহাকাশ আস্থানটোৰ পৰা কৰা ভােটদান গৃহীত কৰি অহা হৈছে ।

অৱশ্যে ভােটদানৰ এই ব্যৱস্থাটোত কিছু জটিলতা আছে। ভােটদানৰ বাবে ইচ্ছুক মহাকাশচাৰীসকলে পূর্বেই লিখিত আবেদন কৰিবলগীয়া হয়। এই প্রক্রিয়াটোক ‘ফেডাৰেল পােষ্ট কার্ড’ আবেদন বুলি জনা যায়। আবেদন গ্রহণৰ পৰৱর্তী পর্যায়তহে ভােটদানৰ বিশেষ প্রক্রিয়া আৰম্ভ হয় । মহাকাশচাৰীক ভােটদানৰ বাবে নির্দিষ্ট দিন আৰু সময় পূর্বেই নির্ধাৰণ কৰি দিয়া হয় । মার্কিন মহাকাশচাৰীসকলে সাধাৰণতে টেক্সাছৰ বাসিন্দা হিচাপে ভােটদান কৰে।

নাছাৰ প্রায় সকলাে বিজ্ঞানীয়ে টেক্সাছ চৌহদতে বসবাস কৰে। ইয়াৰ বাহিৰেও দেশৰ অন্যান্য প্রদেশৰ বাসিন্দা হিচাপেও মহাকাশচাৰীসকলে ভােটদান কৰিব বিচাৰিলে তাৰাে ব্যৱস্থা কৰি দিয়া হয়। অৱশ্যে টেক্সাছৰ বাসিন্দা হলে ভােটদান প্রক্রিয়াটো কিছু সৰল হয়। দ্বিতীয়বাৰলৈ মহাকাশৰ পৰা ভােট দিয়া ৰবিনছনৰ বাবে স্বাভাৱিকতে প্রক্রিয়াটো সৰল হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Kate RubinNASAUS Election
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d