Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

আলু-পিয়াজৰ অত্যধিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যৰ জনতাক

publisher by publisher
October 29, 2020
in Assam, News
Reading Time: 1 min read
0
আলু-পিয়াজৰ অত্যধিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যৰ জনতাক
2
SHARES
22
VIEWS
ShareShareShareShare

বিগত কংগ্ৰেছ চৰকাৰৰ দিনত অত্যাৱশকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ডিঙিত পিয়াজৰ মালা পিন্ধি প্রতিবাদ সাব্যস্ত কৰা তথা মূল্যবৃদ্ধি ৰােধৰ শ্ল’গানেৰে গাদী দখল কৰা বিজেপি চৰকাৰৰ কাৰ্যকালত নিত্য প্রয়ােজনীয় সামগ্ৰীৰ অনিয়ন্ত্রণহীন মূল্যবৃদ্ধিয়ে ৰাজ্যবাসীক জুৰুলা কৰিছে।

ADVERTISEMENT

বিশেষকৈ চলিত মাহত আলু-পিয়াজৰ অত্যধিক মূল্যবৃদ্ধিয়ে তলাবন্ধৰ ফলত অৰ্থনৈতিক ভাৱে কোঙা হৈ পৰা জনতাক বিগত দিনকেইটাত বাৰুকৈয়ে জ্বলা-কলা খুৱাই আহিছে । উল্লেখ্য যে, যোৱা ১৯ অক্টোবৰত ৰাজ্যত একে নিশাই কুইন্টলত ১২শ টকাকৈ বৃদ্ধি পাইছিল পিয়াজৰ মূল্য। ৫০-৫২ টকীয়া পিয়াজ সেইদিনটোত ৬০ টকালৈ বৃদ্ধি পােৱাৰ পাছত আজিৰ দিনটোতাে সেই ধাৰা অব্যাহতআছে।

RelatedPosts

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

HSLC Result 2026:প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ ফলাফল

তাৎপর্যপূর্ণ বিষয়টো হ’ল যে তলাবন্ধৰ সময়ত তথা জুনৰ পহিলা সপ্তাহত ৰাজ্যত পিয়াজৰ পাইকাৰী মূল্য আছিল ১৭ টকা।একেদৰে সেই সময়ত আলুৰ পাইকাৰী মূল্য আছিল ২২ টকা। তাৰ পৰৱর্তী সময়ত আলু-পিয়াজৰ ব্যাপক মূল্যবৃদ্ধি অব্যাহত থাকে আৰু আজিৰ দিনটোত ৰাজ্যৰ খুচুৰা বজাৰত প্রতি কিলােগ্রাম পিয়াজ ৮০ টকাত আৰু আলু প্রতি কিলােগ্রামত ৫০ টকাৰ দৰত গ্রাহকে ক্ৰয় কৰিবলগীয়া হৈছে।

ৰাজ্যত অনিয়ন্ত্রিত হৈ পৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাই পৰিয়াল পােহপাল দিয়াত ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে। শ্রমজীৱী ৰাইজৰ ককৰ্থনাৰ সন্মুখীন হৈ খাদ্য আৰু যােগান বিভাগে মন গলে নির্ধাৰণ কৰি দিয়া মূল্যক সদায়ে অসাধু ব্যৱসায়ীয়ে ভেঙুচালি কৰি খুচুৰা বজাৰসমূহ অনিয়ন্ত্রিত কৰি আহিছে ।প্রতিবিধ খাদ্য সামগ্রীত নিজ ইচ্ছা অনুসৰি অধিকাংশ খুচুৰা ব্যৱসায়ীয়ে দাম বৃদ্ধি কৰি সাধাৰণ জনতাক মাধমাৰ সােধাইছে।

বৰষুণ গ’লে জাপি বিচৰা খাদ্য আৰু যােগান বিভাগে অসাধু ব্যৱসায়ীয়ে মুনাফা লুটি শেষ কৰাৰ পাছত কেৱল মূল্য নির্ধাৰণ কৰিয়েই দায়িত্ব সামৰাৰ ফলত বিভাগৰ নিষ্ক্ৰিয়তাৰ সুযােগ গ্ৰহণ কৰি পাইকাৰী বজাৰতকৈ ১৫-২০ টকা মূল্যৰ ব্যৱধানত আলু-পিয়াজ বিক্ৰী কৰি আহিছে অধিকাংশ খুচৰা ব্যৱসায়ীয়ে। উল্লেখ্য যে আজিৰ দিনটোত উত্তৰ-পূৰ্বৰ বাণিজ্যিক প্রাণকেন্দ্র ফাঁচী বজাৰত বগা পিয়াজৰ পাইকাৰী মূল্য ৫০-৫৫ টকা আৰু পাটনাৰ ৰঙা পিয়াজৰ মূল্য ৬০ টাকা।

কিন্তু ফাঁচীবজাৰৰ আশে-পাশে থকা খুচুৰা ব্যৱসায়ীয়ে ৰঙা পিয়াজৰ সমান্তৰালভাৱে বগা পিয়াজো ঠাই ভেদে ৭০-৭৫-৮০ টকাৰ দৰত বিক্ৰী কৰি আহিছে। একেদৰে পশ্চিমবংগৰ আলুৰ পাইকাৰী মূল্য ফাঁচীবজাৰত ৩২-৩৩ টকা আৰু আগ্ৰাৰ আলুৰ টকা। কিন্তু অসাধু ব্যৱসায়ীয়ে আগ্রাৰ আলু ৪৫-৫০-৫৫ টকাত বিক্রীৰ উপৰি পশ্চিমবংগৰ আলুৰ একে মূল্যত বিক্ৰী কৰি অধিক মুনাফা লুটি আহিছে। সমান্তৰালভাৱে দৰং জিলাত ৬০ টকীয়া পাইকাৰী মূল্যৰ পিয়াজ ৮০ টকাত, ৩৬ টকীয়া আলু ৪৫-৫০ টকাত, নগাঁও জিলাত খুচৰা বজাৰত পিয়াজ ৭০ টকা, আলু ৪৫-৫০ টকা, শােণিতপুৰ জিলাত পিয়াজ ৮০ টকাত, আলু ৫০ টকা, মৰিগাঁও জিলাত আলু ৫০, পিঁয়াজ ৭০-৭৫ টকাত বিক্ৰী হৈ আহিছে।

উল্লেখ্য যে তিনিচুকীয়া জিলাত আজিৰ দিনটোত নতুন আলুৰ খুচুৰা বজাৰ মূল্য ৭০ টকা। একেদৰে জিলাখনত ৬২-৬৩ টকীয়া পাইকাৰী মূল্যৰ পিয়াজ ৭০-৭৫ টকাত আৰু ৩৫ টকীয়া আলু ৪০ টকাত বিক্ৰী হৈ আহিছে। কিন্তু পাইকাৰী আৰু খুচুৰা মূল্যত ১৫-২০ টকাৰ ব্যৱধান থকাৰ পাছতাে আজিৰ দিনত জনতাৰ চৰকাৰ হিচাপে পৰিচয় দিয়া বিজেপি চৰকাৰৰ যােগান বিভাগে মৌনতা অৱলম্বন কৰাটো বিচার্যৰ বিষয়।

ৰাজ্যত আলু-পিয়াজৰ বৃহৎ ক’লা বজাৰ গঢ়ি উঠাৰ অভিযােগ উত্থাপন কৰিছে একাংশ খুচুৰা ব্যৱসায়ীয়ে। মহানগৰীৰ কে’বাটাও খুচুৰা ব্যৱসায়িক প্রতিষ্ঠানে প্রকাশ কৰা তথ্য অনুসৰি প্ৰতিষ্ঠানৰ পাইকাৰী ব্যৱসায়ীসকলে সংবাদ মাধ্যম আৰু চৰকাৰী বিভাগক যি মূল্যৰ তালিকা দাখিল কৰে সেই তালিকাত অধিকাংশ পাইকাৰী ব্যৱসায়ীয়ে আলু-পিয়াজ খুচুৰা ব্যৱসায়ীক যােগান নধৰে।

প্রতি কিলােগ্রাম আলু-পিয়াজত এক-দুই টকা অতিৰিক্ত মূল্য পাইকাৰী ব্যৱসায়ীয়ে নির্ধাৰণ কৰে বুলি উল্লেখ কৰি বহু সময়ত ক্ৰয় কৰা নথি প্রদান নকৰাৰাে অভিযােগ তােলে। উল্লেখ্য যে মহানগৰীত তলাবন্ধৰ সময়ৰ পৰা অসাধু ব্যৱসায়ীয়ে আলু-পিয়াজৰ কৃত্রিম নাটনি সৃষ্টি কৰি অহা বুলি এক সূত্রই সদৰী কৰি অধিকাংশ ব্যৱসায়ীয়ে পােনপটীয়া গুদামৰ পৰা বিভিন্ন ব্যৱসায়িক প্রতিষ্ঠানত আলু-পিয়াজ যােগান ধৰি আহিছে বুলি কয়।

এই চক্ৰটোৱে কোনােধৰণ কেচমেম’ নিদিয়ে বুলিও সূত্ৰটোৱে উল্লেখ কৰে। এই ক্ষেত্ৰত কুম্ভকর্ণ নিদ্ৰাত ৰাজ্যৰ যােগান বিভাগ। তলাবন্ধৰ পৰিপ্ৰেক্ষিতত অর্থনীতি নিম্নগ্রামী হৈ পৰাৰ সময়তে এইদৰে আকাশলংঘী মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলােৱা সাধাৰণ জনতাৰ মাজত বিজেপি চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্রণত চূড়ান্তভাৱে ব্যর্থ হােৱা বুলি সর্বত্রে চর্চা চলিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamAssam CongressBJP
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d