Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

    দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

    যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

    যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মঙলদৈত গভীৰ সংকটত মোৱামাৰী পঞ্চায়তৰ সভানেত্ৰী 

publisher by publisher
November 2, 2020
in Assam, News
Reading Time: 1 min read
0
মঙলদৈত গভীৰ সংকটত মোৱামাৰী পঞ্চায়তৰ সভানেত্ৰী 
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

পূব মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত দহটা খণ্ডৰে গঠিত মোৱামাৰী গাওঁ পঞ্চায়তৰ  বিজেপি দলৰ ৯ জনকৈ সদস্যই  সভানেত্ৰীলৈ  অনাস্থা প্ৰকাশ কৰা ঘটনাই গভীৰ সংকটত পেলাইছে সভানেত্ৰী গৰাকীক । আনহাতে, বিজেপিৰ সভানেত্ৰীৰ ওপৰত একে দলৰে সদস্যই  অনাস্থা প্ৰকাশ কৰা কাৰ্যই  ৰাইজৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে ৷ পঞ্চায়ত সদস্য-সদস্যা সকলে  নিজ দলৰে সভানেত্ৰী  ৰেখা বিশ্বাসক  পঞ্চায়ত এলেকাৰ সম-উন্নয়ন আৰু সম- বিতৰণ নকৰাৰ অভিযোগ তুলি  অনাস্থা প্ৰস্তাৱ দাখিল কৰে বুলি জানিব পৰা গৈছে ।

ADVERTISEMENT

উল্লেখযোগ্য যে, যোৱা ২৭ অক্টোবৰত  পঞ্চায়তৰ ১০ গৰাকী সদস্যৰ ভিতৰত ৯ জন সদস্যৰ উপস্থিতিত সভা অনুষ্ঠিত কৰি এই অনাস্থা প্ৰস্তাৱ যুগুত কৰি বিশেষ সভা অনুষ্ঠিত কৰিবলৈ আহ্বান জনাই মোৱামাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী  ৰেখা বিশ্বাস আৰু মোৱামাৰী গাঁও পঞ্চায়তৰ সচিবলৈ পত্ৰ  প্ৰেৰণ কৰে ।

সভানেত্ৰীৰ প্ৰতি অনাস্হা আগবঢ়োৱা মোৱামাৰী গাওঁ পঞ্চায়তৰ সদস্য-সদস্যা সকল ক্ৰমে ভাষাণ চন্দ্ৰ চৰকাৰ, সোমা সন্ন্যাসী মণ্ডল, আনন্দ মণ্ডল, অৰ্পনা দাস, কবিতা শইকীয়া, অধৰ মণ্ডল, ৰীতা মণ্ডল, হেমাংগী চহৰীয়া আৰু স্বপ্না চৰকাৰ । উল্লেখ্য যে অসম পঞ্চায়ত আইন ১৯৯৪ ধাৰা ১৫৩ উল্লেখিত অধিনিয়ম অনুযায়ী সভানেত্ৰীৰ ওপৰত অনাস্হা প্ৰস্তাৱ আলোচনা আৰু প্ৰস্তাৱ গ্ৰহণৰ বিশেষ সভা অনুষ্ঠিত কৰিবৰ বাবে পঞ্চায়ত খনৰ ৯ গৰাকী সদস্য-সদস্যাই স্বাক্ষৰ কৰি সভানেত্ৰী ৰেখা বিশ্বাসলৈ উক্ত জাননী প্ৰেৰণ কৰে ।

ইয়াৰ প্ৰতিলিপি দৰং জিলাৰ উপায়ুক্ত আৰু পূৱ মঙলদৈ আঞ্চলিক পঞ্চায়তৰ সভাপতিলৈ প্ৰেৰণ কৰা হয় । পঞ্চায়ত আইন অনুসৰি সভানেত্ৰীয়ে উক্ত আবেদন লাভ কৰাৰ ১৫ দিনৰ ভিতৰত বিশেষ সভা অনুষ্ঠিত কৰি উক্ত অনাস্হা প্ৰস্তাৱ গৃহীত কৰিব লাগে । যদি ১৫ দিনৰ ভিতৰতো সভানেত্ৰীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰে তেন্তে বিষয়টো সংশ্লিষ্ট উন্নয়ন খণ্ডলৈ প্ৰেৰণ কৰা হ’ব বুলি বিভাগীয় সূত্ৰত প্ৰকাশ । এইক্ষেত্ৰত মোৱামাৰী গাঁও পঞ্চায়তৰ সচিব আৰু পূৱ মঙলদৈ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJPMangaldoi
publisher

publisher

Related Posts

বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব
India

October 14, 2026
কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত
India

কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

October 14, 2026
মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু
Assam

মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

October 14, 2026
দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি
India

দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

October 14, 2026
যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা
India

যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

October 14, 2026
যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি
India

যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d