Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মহিলা সুৰক্ষাৰ বাবে মুকলি হ’ব ১১২ বিশেষ ফোন নম্বৰ

publisher by publisher
November 9, 2020
in Assam, News
Reading Time: 1 min read
0
অসম আৰক্ষীৰ DGP ভাস্কৰজ্যোতি মহন্তৰ সংবাদমেল
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি পৰীক্ষাত সংঘটিত ভয়াৱহ কেলেংকাৰিত অভিযুক্তসকলৰ
বিৰুদ্ধে শীঘ্ৰে চি আই ডিয়ে আদালতত অভিযােগনামা দাখিল কৰিব বুলি ব্যক্ত কৰে আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই। গণেশগুৰিৰ চান চিটি ল’জত অসম আৰক্ষী আৰু প্রতিশ্রুতি কেন্সাৰ এণ্ড পেলিয়েটিভ
ট্রাষ্টৰ যৌথ উদ্যোগত দেওবাৰে অনুষ্ঠিত হােৱা ‘ক’ভিড চেন্টিনেল ভলন্টিয়াছ মিট’ শীর্ষক এক অনুষ্ঠান সঞ্চালকপ্ৰধানজনে সাংবাদিকৰ আগত এই মন্তব্য কৰে।

ADVERTISEMENT

তেওঁ কয়, ‘আৰক্ষী উপ-পৰিদৰ্শক পদৰ নিযুক্তি পৰীক্ষা কেলেংকাৰিৰ অভিযােগনাম দাখিলৰ বাবে আমি বহু দূৰ আগবাঢ়িছাে আৰু শীঘ্ৰে আদালতত অভিযােগনামা দাখিল কৰা হ’ব। সমান্তৰালভাৱে অসম আৰক্ষীৰ সকলাে ক্ষেত্ৰৰ পৰিদৰ্শক আৰু উপ পৰিদৰ্শকৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ তালিকা দাখিলৰ সন্দৰ্ভত সঞ্চালক প্ৰধানজনে কয়, অসম আৰক্ষীৰ পৰিদৰ্শক আৰু উপ-পৰিদৰ্শকৰ সম্পত্তিৰ তালিকা দাখিল কৰাটো বাধ্যতামূলক কৰা হৈছে । যদি নকৰে তাৰ বিহিত ব্যৱস্থাৰ কথা উল্লেখ কৰা হৈছে। স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ তালিকা ৩১ জানুৱাৰীৰ ভিতৰত তেওঁলােকে দাখিল কৰিব লাগিব। এই নিয়ম পূর্বৰে পৰা আছিল বুলি উল্লেখ কৰি এয়া ৰূপায়ণহে হােৱা নাছিল বুলি তেওঁ কয়।

লগতে তেওঁ এই প্রচেষ্টাত সংশ্লিষ্ট বিষয়সমূহ লাভাম্বিত হ’ব বুলি উল্লেখ কৰি এই ব্যৱস্থা সকলােৱে জনা উচিত বুলি কয়। ইফালে, অনুষ্ঠানটোৰ সন্দৰ্ভত সঞ্চালকপ্ৰধান মহন্তই কয় যে চৰকাৰে বহুদিনৰ আগতে গুৱাহাটী মহানগৰীৰ প্ৰতিখন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক প্রথমে হােম কোৱাৰেন্টাইন আৰু পাছলৈ হােম আইছ’লেছনৰ সমগ্ৰ ব্যৱস্থাত সহায় হােৱাকৈ অধিনায়ক হিচাপে চিহ্নিত কৰিছিল। সেই সময়তে ধেমাজিৰ আৰক্ষী অধীক্ষক ধনঞ্জয় ঘানাৱাটে ৰূপায়ণ কৰা এনেধৰণৰ আঁচনিৰ এক ৰিপ’ৰ্ট সঞ্চালকপ্ৰধানলৈ পঠোৱাৰ পাছত এই ৰিপ’ৰ্টৰ আঁত ধৰি ৰাষ্ট্রীয় স্বাস্থ্য মিছনৰ লগত আলােচনা কৰি মহানগৰীতাে ৰূপায়ণৰ সিদ্ধান্ত গ্রহণ কৰা বুলি বিষয়াজনে উল্লেখ কৰে।

পৰৱৰ্তী সময়ত স্বাস্থ্য বিভাগৰ সহযােগত এই আঁচনি ৰূপায়ণ কৰা হয়। থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনৰ নেতৃত্বত যেতিয়া কোনাে এটা গৃহত যােৱাৰ সমান্তৰালভাৱে এটা স্বেচ্ছাসেৱক ব্যৱস্থা ৰূপায়ণ কৰাৰ কথা উল্লেখ কৰে বিষয়াজনে। সেই অনুসৰি প্রতিশ্রুতি কেন্সাৰ এণ্ড পেলিয়েটিভ ট্রাষ্ট নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ ব্যৱস্থাপনাৰ জৰিয়তে চৰকাৰী বিভাগ আৰু সাধাৰণ জনতা লগ হৈ প্রায় ৩০০ স্বেচ্ছাসেৱকে এই ক্ষেত্ৰত কাম কৰা বুলি তেওঁ কয় ।

উল্লেখ্য যে অসম আৰক্ষী আৰু ট্রাষ্টে যুটীয়াভাৱে পৰিকল্পনা আৰু সম্পাদন কৰা এই ‘ক’ভিড চেণ্টিনেল প্রকল্প’ যােৱা ৩১ অক্টোবৰত সফলভাৱে পৰিসমাপ্তি হােৱাৰ পাছত সকলােকে সম্বর্ধনা জনায় সঞ্চালকপ্রধানজনে। উল্লেখ্য যে ক’ভিডৰ সংক্রমণ ৰােধৰ কৰাৰ ক্ষেত্ৰত অগ্রণী ভূমিকা লৈ হােৱা কোৱাৰেন্টাইন আৰু হােম আইছ’লেছনত থকা লােকসকলৰ  সুবিধার্থে যােৱা ২৫ মে’ৰ পৰা আৰম্ভ হােৱা ‘ক’ভিড চেন্টিনেল প্রকল্প’ৰ জৰিয়তে মহানগৰীৰ প্ৰায় ৩৭ হেজাৰ লােকক ৰাজ্যৰ ভিন্ন প্রান্তৰ তিনি শতাধিক স্বেচ্ছাসেৱকে প্রত্যক্ষ নিৰীক্ষণ কৰে।

প্রায় ছমাহ ধৰি ৰাইজৰ সেৱা আগবঢ়োৱা এই প্ৰকল্পৰ সামৰণি মৰাৰ পাছত অনুষ্ঠানত সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্রসাদ গুপ্তা, অসম চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী অধ্যপিকা ডাঃ গায়ত্রী গগৈ, ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘানাৱাট আদিয়ে স্মৃতি ৰােমন্থন কৰি সকলােকে ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে অসম আৰক্ষীৰ হৈ এই প্রকল্পৰ নডেল বিষয়াৰ দায়িত্বত আছিল বৰুণ পুৰকায়স্থ ।

সমান্তৰালভাৱে সেই সময়ৰ কামৰূপ মহানগৰ জিলাত তিনিজনকৈ অতিৰিক্ত উপ-আৰক্ষী আয়ুক্ত ক্রমে শর্মিষ্ঠা বৰুৱা, সুপ্রতীভলাল বৰুৱা, শুভজ্যোতি বৰা, অপৰাধ শাখাৰ উপ- আয়ুক্ত নৱনীত মহন্তই এই প্রকল্প ৰূপায়ণত  সেৱা আগবঢ়াইছিল। এইসকল আৰক্ষী বিষয়াৰ লগতে প্ৰকল্পত জড়িত প্রতিজন স্বেচ্ছাসেৱকক  আৰক্ষী সঞ্চালক প্রধানজনে সকলােকে সম্বর্ধনা জ্ঞাপন কৰে। ইফালে, অনুষ্ঠানত ভাষণ প্রসংগত ৰাজ্যত নাৰী নির্যাতন সম্পর্কীয় ঘটনা ৰােধ কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে এক নতুন প্রকল্প হাতত লােৱাৰ কথা দোহাৰে সঞ্চালকপ্ৰধান মহন্তই।

তেওঁ কয়, মহিলা সুৰক্ষাৰ বাবে আৰক্ষীয়ে এক বিশেষ নম্বৰ মুকলিৰ বাবে সাজু হৈছে। ১১২ এই বিশেষ নম্বৰ শীঘ্ৰে  মুকলি কৰা হ’ব বুলি উল্লেখ কৰি এটা বিশেষ ম’বাইল এপ মুকলি কৰাৰ কথাও দোহাৰে বিষয়াজনে । এই এপ’ৰ আংশিক ব্যাখ্যা আগবঢ়াই তেওঁ কয় যে যেতিয়া এগৰাকী মহিলা বিপদৰ সন্মুখীন হ’ব, তেতিয়া ম’বাইলত যদি সেই এপ থাকে ; তেন্তে তেওঁ যদি চিঞৰ মাৰে নাইবা তিনিবাৰ চুইচ বুটাম টিপে তাৎক্ষণিকভাৱে সেই বার্তা ১১২ৰে লাভ কৰিব আৰু ক্ষিপ্রতাৰে স্থানীয় আৰক্ষীক অৱগত কৰিব। একেদৰে তেওঁ মুলাগাভৰু ব্রিগেড নামৰ নাৰী সুৰক্ষাৰ এক গােট গঠনৰ কথা উল্লেখ কৰি ইচ্ছুকসকলক তাত অংশগ্রহণ কৰিবলৈ আহ্বান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBhaskarJyoti Mahanta
publisher

publisher

Related Posts

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি
Assam

August 20, 2026
প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’
India

‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

August 20, 2026
জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে
Assam

জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d