Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কংগ্ৰেছৰ ১০ টা সমষ্টিত দৃষ্টি আজমলৰ

publisher by publisher
November 16, 2020
in Assam, India, News, Politics
Reading Time: 1 min read
0
কংগ্ৰেছৰ ১০ টা সমষ্টিত দৃষ্টি আজমলৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Assam Election:শাৰদীয় দুর্গোৎসৱৰ পাছতে শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন

Dhubri:ধুবুৰী সমষ্টিত নিৰ্বাচন কেন্দ্ৰিক সংঘাত

ৰাজ্যৰ সমাগত বিধানসভা নির্বাচনত ৩০ খন আসন দখলৰ লক্ষ্যৰে সাংসদ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফে বৃদ্ধি কৰিছে সাংগঠনিক তৎপৰতা। আনকি শেহতীয়াকৈ আজমলে এখন দলীয় সভাত ৰাজ্যত এইবাৰ কংগ্ৰেছ আৰু অন্যান্য দলৰ স’তে মহাজোটবন্ধন হ’বই বুলি উল্লেখ কৰি ৩০খন আসন দলৰ বাবে সংৰক্ষিত হৈ আছে বুলি মন্তব্য কৰাৰ পাছতে দলৰ নেতা-কর্মীয়ে নিজ নিজ অঞ্চলত সাংগঠনিক ভেটি সূদৃঢ় কৰাৰ অভিযানত নামি পৰিছে।

ADVERTISEMENT

সমান্তৰালভাৱে আজমলেও এখনৰ পাছত আন এখন সভাত অংশ লৈ আগন্তুক ৰাজনৈতিক যুঁজৰ ৰণশিঙা বজাবলৈ আৰম্ভ কৰিছে। উল্লেখ্য যে বিগত ২০১৬ নির্বাচনত অকলশৰে ৭৪ খন আসনত প্রতিদ্বন্দ্বিতা কৰি আজমলৰ দলে ১৩ খন আসন দখল কৰিছিল যদিও এইবাৰ কংগ্ৰেছৰ স’তে মহাজোঁটৰ অংশীদাৰ হৈ অধিক আসন লাভৰ অংকত ব্যস্ত হৈ পৰিছে। দলৰ এক শীর্ষ সূত্রই সদৰী কৰা অনুসৰি, সম্প্রতি দলে ৩০ টা সমষ্টিৰ ওপৰতে অধিক গুৰুত্ব আৰােপ কৰিছে যদিও এই সংক্রান্তত কংগ্ৰেছৰ স’তে আলােচনা কৰিবলৈ বাকী আছে বুলি উল্লেখ কৰি প্রতিদ্বন্দ্বিতা কৰা আসনৰ সংখ্যা বৃদ্ধি পােৱাৰ সম্ভাৱনা আছে। এটা কথা ঠিক যে এই ৩০ টা সমষ্টিত আমাৰ দলে প্রতিদ্বন্দ্বিতা কৰিব।

ইয়াৰে ১৩ টা বর্তমান আমাৰ দখলতে আছে আৰু আন ১৭ টা সমষ্টিত বিগত নির্বাচনত কম ভােটৰ ব্যৱধানত আমাৰ প্ৰাৰ্থীয়ে পৰাজয়বৰণ কৰিছিল। বিগত নির্বাচনত জোঁটবন্ধন নােহােৱা বাবেই বিজেপিয়ে অধিক আসন লাভ কৰিছিল। এইদৰে মন্তব্য কৰি এ আই ইউ ডি এফৰ সূত্ৰটোৱে এইবাৰ দলে সেই ভুল নকৰে বুলি কয়। উল্লেখ্য যে ২০১৬ৰ বিধানসভা নির্বাচনত ১২২ খন আসনত প্রতিদ্বন্দ্বিতা কৰি ২৬ খন আসনত জয়লাভ কৰিবলৈ সক্ষম হােৱা কংগ্ৰছৰ স’তে ১৪ টা সমষ্টিত এ আই ইউ ডি এফৰ পােনপটীয়া প্রতিদ্বন্দ্বিতা হৈছিল।

ইয়াৰে তিনিটা সমষ্টি ক্রমে চাৰি নম্বৰ দক্ষিণ কৰিমগঞ্জ (৪,৪১৬ টা ভােটত), সাত নম্বৰ কাটলিচেৰা (১৫,০৮৪), ৩৫ নম্বৰ দক্ষিণ অভয়াপুৰী (১৯১) আৰু ৮৩ ধিং সমষ্টি (২৪,৫৫৩)ত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে পৰাজয়বৰণ কৰিছিল যদিও ১০ টা সমষ্টিত এ আই ইউ ডি এফৰ প্রার্থী কংগ্ৰেছ প্রার্থীৰ হাতত পৰাজিত হৈছিল। কংগ্ৰেছে দখল কৰা সেই সমষ্টিকেইটা ক্রমে পাঁচ নম্বৰ সমষ্টি বদৰপুৰ (২০৮৮ টা ভােটত), ২১ নম্বৰ মানকাচৰ (৪৩১৩ ভােট), দক্ষিণ শালমাৰা (১৬,৭২৩), ৩৮ নম্বৰ পশ্চিম গােৱালপাৰা (২৪,৩৯৯), ৪৪ নম্বৰ জনীয়া (২৯,৭৩৬), ৪৫ নম্বৰ বাঘবৰ (৪৩,৪৩৩), ৪৭ নম্বৰ চেঙা (২৩,৩৫৭), ৬৮ নম্বৰ দলগাঁও (২,৩২০), ৮১ নম্বৰ লাহৰীঘাট (৫,৮০৬) আৰু ৮৫ নম্বৰ ৰূপহীহাট সমষ্টি (২১,৮৪৪)ত ইউ ডি এফৰ প্রার্থী পৰাজিত হৈছিল।

আগন্তুক নির্বাচনত এই সমষ্টিকেইটা নিজৰ দখললৈ আনিবলৈ অধিক তৎপৰতা অৱলম্বন কৰিছে এ আই ইউ ডি এফে। যােৱা ১০ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত এক দলীয় সভাত এই সমষ্টিকেইটাত ব্যাপক সমর্থন থকাৰ পাছতাে কর্মী সক্রিয় নােহােৱা বাবেই কংগ্রেছৰ দখললৈ যায় বুলি আজমলে উল্লেখ কৰি অহা ছমাহত দলে সর্বাধিক আসন দখলৰ লক্ষ্যৰে কাম কৰিব লাগিব দলীয় নেতা-কর্মীক উদ্দেশ্যি আহ্বান জনায়। তদুপৰি তেওঁ কংগ্রেছৰ নেতৃত্বত মহাজোঁটবন্ধন হ’বই বুলি দাবী কৰাৰ পাছতে এই ৩০ টা সমষ্টিত যে আজমলৰ দলে প্রতিদ্বন্দ্বিতা কৰিব সেই কথা স্পষ্ট হৈছে।

ইফালে, শাসনাধিষ্ঠিত বিজেপিৰ স’তে ছটা সমষ্টিত মূল প্রতিদ্বন্দ্বিতা হৈছিল এ আই ইউ ডি এফৰ আৰু তিনিটাকৈ সমষ্টি উভয় দলে লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰে দুই নম্বৰ পাথৰকান্দি সমষ্টিত ৯,২৬৮ টা ভােটত, ১৫ নম্বৰ কাটিগড়া সমষ্টিত ৮,৮০৮ টা ভােটত আৰু ৯১ নম্বৰ হােজাই সমষ্টিত ৫৫,৮৫৯ টা ভােটত বিজেপিৰ হাতত এ আই ইউ ডি এফ প্রার্থী পৰাজিত হােৱাৰ বিপৰীতে ছয় নম্বৰ হাইলাকান্দি, আঠ নম্বৰ আলগাপুৰ আৰু ১১০ নম্বৰ নাওবৈছা সমষ্টি এ আই ইউ ডি এফে দখল কৰিবলৈ সক্ষম হৈছিল।

সমান্তৰালভাৱে বিপিএফৰ স’তে এ আই ইউ ডি এফৰ পাঁচটা সমষ্টিত মূল প্রতিদ্বন্দ্বিতা হৈছিল আৰু ইয়াৰে চাৰিটা সমষ্টিত বিপিএফে দখল কৰাৰ বিপৰীতে গৌৰীপুৰ সমষ্টি এ আই ইউ ডি এফৰ দখললৈ আহিছিল। বিপিএফে দখল কৰা চাৰি সমষ্টি ক্রমে ১৮ নম্বৰ গােসাইগাঁও সমষ্টিত ৬,০৪১ টা ভােটত, ২৯ নম্বৰ পশ্চিম কোকৰাঝাৰত ১৭,৩৪০ টা ভােটত, ৬৫ নম্বৰ কলাইগাঁও সমষ্টিত ১৭,৬২১ টা ভােটত আৰু ৭০ নম্বৰ মাজবাট সমষ্টিত ২৬,২১৮ টা ভােটত এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ পৰাজিত হৈছিল।

এ আই ইউ ডি এফৰ শীর্ষ সূত্রই সদৰী কৰা অনুসৰি মহাজোঁটবন্ধন হলেও বিজেপি আৰু বিপিএফৰ লগত মূল প্রতিদ্বন্দ্বিতা হােৱা তথা দ্বিতীয় স্থানত থকা সাতটা সমষ্টিতাে এইবাৰ দলে প্রার্থী প্রক্ষেপ কৰিব। এই পর্যন্ত কংগ্ৰেছৰ লগত আসনৰ সম্পৰ্কত কোনােধৰণৰ আলােচনা হােৱা নাই বুলি প্ৰকাশ কৰি পূৰ্বতে দলৰ দখলত থকা তথা এইবাৰ কম ভােটত কংগ্ৰেছে দখল কৰা সমষ্টি ইউ ডি এফে বিচৰাৰ পূর্ণ সম্ভাৱনা আছে বুলিও সূত্ৰটোৱে ব্যক্ত কৰে।

উল্লেখ্য যে কংগ্রেছৰ নেতৃত্বত মহাজোট হলে বিগত নির্বাচনত শাসকীয় পক্ষৰ স’তে যুঁজত পৰাজিত হােৱা সাতখন আসন এ আই ইউ ডি এফে জয়লাভ কৰাটো প্রায় নিশ্চিত বুলিও দাবী কৰে। কিয়নাে এই সমষ্টি কেইটাত কংগ্ৰেছে কেবা ল হেজাৰাে ভােট লাভ কৰিবলৈ সক্ষম হৈছিল আৰু ভােট বিভাজন হৈ বিজেপি-বিপিএফে জয়লাভ কৰিবলৈ সক্ষম হৈছিল।

এ আই ইউ ডি এফে দ্বিতীয় স্থানত থকা এই সমষ্টিসমূহৰ ভিতৰত পাথাৰকান্দিত কংগ্ৰেছে ৩২,০৪৮ টা ভােট, কাটিগড়াত ১৬,৪১৮ টা, হােজাইত ৩৫,২০৭ টা, গােসাঁইগাঁৱত ৩২,১৮৭ টা, কলাইগাঁৱত ১০,৩৬৭ টা আৰু মাজবাট সমষ্টিত ২০,৫৭৭ টা ভােট লাভ কৰাৰ বাবেই এ আই ইউ ডি এফে এই আসনসমূহত পৰাজিত হৈছিল। এইবাৰ যাতে দলৰ সেই ভুল নহয় তাৰ বাবে তৎপৰতা গ্রহণ কৰি দলৰ মুৰব্বী আজমলে মহাজোঁটবন্ধনৰ অংশীদাৰিত্ব লৈ দলটোৰ আসন বৃদ্ধি কৰাৰ ৰণকৌশলত নামি পৰিছে। সেই অংকৰেই তেওঁ সদম্ভে ৩০ খন আসন এ আই ইউ ডি এফৰ বাবে সংৰক্ষিত হৈ আছে বুলি দাবী কৰি আহিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AIUDFAssam electionBadruddin Ajmal
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d