Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিটিএডিত এতিয়াও হাজাৰতকৈ বেছি অবৈধ অস্ত্ৰ আছে

publisher by publisher
December 5, 2020
in Assam, India, News
Reading Time: 1 min read
0
বিটিএডিত এতিয়াও হাজাৰতকৈ বেছি অবৈধ অস্ত্ৰ আছে
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

২১ নং শালবাৰী সমষ্টিৰ অনাবড়ো সমৰ্থিত গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী চক্ৰধৰ দাসৰ হৈ আজি সমষ্টিটোত এক বৃহৎ বাইক ৰেলী উলিওৱা হয় ৷ আনন্দ বজাৰৰ পৰা আৰম্ভ হোৱা বাইক ৰেলীটোৱে সমষ্টিটোৰ সৰ্বদিশ পৰিভ্ৰমণ কৰে ৷ৰেলী উদ্বোধন কৰাৰ প্ৰাক মুহূৰ্তত সাংসদ নৱ কুমাৰ শৰণীয়াই সংবাদমাধ্যমৰ আগত কয়-“আমাৰ হাতত অস্ত্ৰ শস্ত্ৰ নাথাকিলেও খালী হাতেৰে হ’লেও যুঁজিম ৷সব পাৰ্টিৰেই টাৰ্গেট গণ সুৰক্ষা পাৰ্টি৷বিটিচিত এতিয়াও হাজাৰতকৈ বেছি অবৈধ অস্ত্ৰ আছে ৷

ADVERTISEMENT

আমি ৰাজনৈতিক ক্ষমতা ল’ব পাৰিলে বিটিএডিত অস্ত্ৰৰ খেলা বন্ধ কৰিব পাৰিম ৷ আমাৰ বিৰোধী সকলৰ বাবেহে আমি সন্ত্ৰাসবাদী,উগ্ৰপন্থী৷কিন্তু আমাৰ মুক্তিকামী জনসাধাৰণৰ বাবে আমি পৰিয়ালৰ এজন বা ৰক্ষাকাৰী৷” শৰণীয়াই কয়-“আমি যি ভাল কৰিলেও এচামে ভাল বুলি নকয় ৷ আজিৰ দিনত সকলোৱে গম পাইছে যে এইবাৰ গণ সুৰক্ষা পাৰ্টিয়ে বিটিচিত চৰকাৰ গঠন কৰিব ৷ অনাবড়ো মানুহে কোনো ধৰণৰ ভয় কৰাৰ কথা নাই ৷ এই খেল আমি আগতেও খেলি আহিছোঁ ৷

আমি যদি আমাৰ ভেঁটি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ তেতিয়াহ’লে বিগত পাঁচটা দশক ধৰি ভয়,শংকা,সংঘৰ্ষৰ মাজত জীৱন অতাবাহিত কৰি অহা অনাবড়ো সকলে অনাগত দিনত ভাল দিন এটা উপহাৰ পাবলৈ সক্ষম হ’ব ৷ এনডিএফবি সকলে যদিও মাত্ৰ ১৪৯ টা অস্ত্ৰ চৰকাৰক জমা দিছিল কিন্তু তেওঁলোকৰ কেডাৰ দেৰ হাজাৰতকৈও অধিক থকাত এইটো সন্দেহ হয় যে বিটিএডিত বৰ্তমানো অবৈধ অস্ত্ৰ মজুত আছে৷বিটিএডিত এনেকুৱাও বহু লোক আছে যি গঁড় হত্যাত জড়িত,হত্যা,অপহৰণ আদিত জড়িত ৷ এইলোক সকলৰ হাততো অবৈধ অস্ত্ৰ মজুত থকাৰ সন্দেহ আছে৷” উল্লেখ্য যে আজি গণ সুৰক্ষা পাৰ্টিৰ উপৰিও সমষ্টিটোত বিপিএফৰ প্ৰাৰ্থী জয় মুছাহাৰীয়েও বৃহৎ সংখ্যক কৰ্মী সমৰ্থকক লগত লৈ বাইক ৰেলী কাৰ্যসূচী হাতত লয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assambike rallyindiaNaba Kumar SaraniyaSalbari
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d