Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰাইজৰ বাবে জনপ্ৰতিনিধি হৈছো, ৰাইজৰ অভাৱ-সমস্যা দূৰ কৰিমঃ মঙ্গলছিং তিমুং

publisher by publisher
December 7, 2020
in Assam, India, News
Reading Time: 1 min read
0
ৰাইজৰ বাবে জনপ্ৰতিনিধি হৈছো, ৰাইজৰ অভাৱ-সমস্যা দূৰ কৰিমঃ মঙ্গলছিং তিমুং
2
SHARES
15
VIEWS
ShareShareShareShare

বিজেপিত ব্যাপক যোগদানৰ ঢৌ পশ্চিম কাৰ্বি আংলঙৰ হামৰেণত। যিমানেই বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই বিজেপিত যোগদান তীব্ৰ গতিত বৃদ্ধি পাবলৈ ধৰিছে। আজিও তেনে এক বিজেপিৰ যোগদান সভা অনুষ্ঠিত হোৱা পৰিলক্ষিত হ’ল হামৰেণৰ পৰ্বতত। আয়োজিত সভাত কংগ্ৰেছ-এ এছডিচি ৰাজনৈতিক দলৰ মুঠ ৫৩ পৰিয়ালে নিজ নিজ দল ত্যাগ কৰি অনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। উল্লেখযোগ্য যে বিজেপিত যোগদান কৰা পৰিয়ালক কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে উষ্ম আদৰণি জনায়।

ADVERTISEMENT

সভাত উপস্থিত থকা সকলোকে সম্বোধন কৰি মঙ্গলছিং তিমুঙে কয়, ‘সব কা সাথ, সব কা বিকাশ আৰু সব কা বিশ্বাস’ মন্ত্ৰেৰে মুগ্ধ হৈ কাৰ্বি পৰিষদৰ পৰিষদীয় হামৰেন সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ অৰ্থে তথা ৰাইজৰ বাবে জনপ্ৰতিনিধি হৈছো, সেয়েহে ৰাইজৰ স্বাৰ্থ পূৰণ, অভাৱ দূৰ আৰু সমস্যা সমাধান কৰিম, এইয়াই মোৰ প্ৰধান লক্ষ্য ।’ বিৰোধী পক্ষই যিমানেই অভিসন্ধি ৰচনা নকৰক কিয়, যিমানেই বিজেপিক সমালোচনা নকৰক কিয়, সেয়া সম্পূৰ্ণ ভিত্তিহীন তথা মূল্যহীন বুলি উল্লেখ কৰি বিজেপিয়ে সদায় ৰাইজৰ অথবা জনতাৰ প্ৰতি সমদৃষ্টি ৰাখি সমউন্নয়ন কৰি আহিছে বুলি প্ৰকাশ কৰে তিমুঙে।

RelatedPosts

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

HSLC Result 2026:প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ ফলাফল

WhatsApp Image 2020 12 07 at 6.12.16 PM 1 WhatsApp Image 2020 12 07 at 6.12.17 PM

বিশ্বৰ ভিতৰতে অন্যতম শক্তিশালী দল হিচাপে বিবেচিত হোৱা বিজেপিৰ কৰ্মৰাজি, ৰাইজৰ সমস্যা সমাধানৰ ব্যৱস্থা, অভাৱ পূৰণ, আঁচনি ৰূপায়ন আদি দিশসমূহৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি সমাগত ২১ৰ বিধানসভা নিৰ্বাচনত বিজেপিক ভোট দি বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ শেহতীয়াকৈ উপস্থিত ৰাইজক আহ্বান জনায় মঙ্গলছিং তিমুঙে। আনহাতে একেটা দিনতে এছঅপিডি আঁচনিৰ অধীনত ‘লাংমিনছ-নকটেৰাং’ আৰু আৰআইডিএফ আঁচনিৰ অধীনত ‘নকটেৰাং–হামৰেন’ সংযোগী চলিত পথ নিৰ্মাণ কাৰ্য্যৰ পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ গুণ, মান আদি পৰ্য্যবেক্ষণও কৰে তিমুঙে।

অনুষ্ঠিত সভাত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙৰ বিপৰীতে কাৰ্বি পৰিষদৰ বিভাগীয় ব’ৰ্ড অধ্যক্ষ ক্ৰমে ৰঞ্জিত টেৰণ, বিদ্যাছিং টেৰণ, হামৰেণ নগৰ সমিতিৰ অধ্যক্ষ বীৰেনছিং তিচ্ছ, হামৰেণ মণ্ডল কিষাণ মৰ্চাৰ সভাপতি আৰচঙ ৰংহাং, মহিলা মৰ্চাৰ সভানেত্ৰী কাৱন ইংতিপি, পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সমিতিৰ কাৰ্যালয় সম্পাদক হাৰমন বে, হামৰেণ মণ্ডল যুৱ মৰ্চাৰ সভাপতি মোহন ৰংফাৰ, বিজেপি হামৰেণ মণ্ডল কমিটিৰ সভাপতি বীৰেনছিং তিচ্ছ’, গ্ৰাম্য উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংচ, হাৰলঙচৰা সমবায় সমিতিৰ অধ্যক্ষ পিটৰ তিমুং, বিজেপি নেতা লংছিং ৰংফাৰ, চৱীয় বে, বীৰেন ৰংহা আৰু কে’বা শতাধিক লোক উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamBJPmangalsing timungWest karbi Anglong
publisher

publisher

Related Posts

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d