Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসমবাসীলৈ সুখবৰ

publisher by publisher
December 9, 2020
in Assam, India, News
Reading Time: 1 min read
0
অসমবাসীলৈ সুখবৰ
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

আঠশ কিলোমিটাৰ বাট খোজকাঢ়ি অৰণ্যত প্ৰৱেশ ঢেঁকীয়াপতীয়া বাঘৰ

Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

সংৰক্ষণ কাৰ্যত গাঁওবাসীক সংযুক্ত কৰা, অৰণ্যৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ বিকল্প জীৱিকাৰ ব্যৱস্থা কৰা, সামাজিক সচেতনতা বৃদ্ধি, জীৱ-জন্তুৰ নিৰাপত্তা নিশ্চিত কৰা আৰু বৈজ্ঞানিক পদ্ধতিৰ ব্যৱহাৰ মূলতঃ এই পাঁচটা পদক্ষেপৰ সফল ৰূপায়নৰ বাবেই  মানাহত ন বছৰৰ ভিতৰতে বাঘৰ সংখ্যা পাঁচ গুণ বৃদ্ধি পাইছে । বন বিভাগ, বিটিচি প্ৰশাসন আৰু পশুপ্ৰেমী সংগঠনসমূহে ঐক্যবদ্ধ হৈ কাম কৰা বাবেই এয়া সম্ভৱ হৈছে ।

ADVERTISEMENT

‘কেমেৰা ট্ৰেপিঙ’ৰ কাম কৰা ফিৰোজ আহমেদে জনায় যে, ‘আজিৰ পৰা কিছু বছৰ পূৰ্বে উগ্ৰপন্থীৰ মুক্ত বিচৰণথলী যিদৰে মানাহ গঁড়বিহীন হৈ পৰিছিল থিক তেনেদৰে অন্যান্য মূল্যৱান বন্যপ্ৰাণীবোৰো নিঃশেষ হৈ পৰিছিল । পাছত যেতিয়া মানাহ লাহে লাহে সংৰক্ষণৰ আওতালৈ আহিল তেতিয়া ২০১০ৰ লোকপিয়লত মানাহ আৰু ওচৰৰ অৰণ্যত ১০-১৫টা বাঘৰ সন্ধান পোৱা যায় । কিন্তু ২০১৯ত ব্যাঘ্ৰ লোকপিয়লত দেখা যায় যে মানাহত ‘৫২টা বাঘ’ আছে ।

বিটিএডিৰ অতিৰিক্ত মুখ্য বন বিষয়া আনন্দ স্বৰ্গীয়াৰিয়ে জনায় যে, সকলোৰে যৌথ প্ৰয়াসতে ইমান কম সময়ৰ ভিতৰতে এই অসাধ্য সাধন হৈ পৰিছে । সেয়ে সম্প্ৰতি মানাহ ব্যাঘ্ৰ প্ৰকল্প আৰু জাতীয় উদ্যানৰ স’তে যি ৩৬০বৰ্গ কিলোমিটাৰ অঞ্চল সংযোজিত হৈ আছে তাতো দুটি ৰয়েল বেংগল টাইগাৰ দৃশ্যমান হৈছে ।ৰাজ্যৰ মুখ্য বন সংৰক্ষক এ এম সিঙে কয়, ‘চৰকাৰে গাঁওবাসী আৰু পশুপ্ৰেমীসকলৰ স’তে যৌথ প্ৰচেষ্টাত মানাহৰ পূৰ্বৰ গৰিমা উভতাই অনাত সক্ষম হৈছে ।

একেবাৰে নিঃশেষ হৈ পৰা অৰণ্য এখন ইমান দ্ৰুত গতিত সমৃদ্ধিশালী হৈ পৰা দেশৰ বাবেও বিৰল ।’ বিটিএডিত থকা মানাহ ১৯৭২ত ব্যাঘ্ৰ প্ৰকল্প হিচাপে চিহ্নিত হয় । ১৯৮০ৰ পৰা ২০০৩ লৈকে সন্ত্ৰাসত বিধ্বস্ত হৈ আছিল এইখন অৰণ্য । অৰণ্যত গঁড়, বাঘ, হৰিণ সকলোবোৰ শেষ হৈ গৈছিল । এই ঐতিহ্যমণ্ডিত ক্ষেত্ৰখনক ইউনেচক’ই বিপন্নপ্ৰায় তালিকাত অন্তৰ্ভুক্ত কৰি দিছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamManas National Parktiger
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
International

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d