Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত মূখ্যমন্ত্ৰী

    কাকপথাৰত বন বিভাগৰ ৰহস্যজনক নীৰৱতাত বালি মাফিয়াৰ দৌৰাত্ম্য

    সাগৰত পহৰা দিবলৈ সাজু মাছৰ জাক

    সাগৰত পহৰা দিবলৈ সাজু মাছৰ জাক

    পেলনীয়া প্লাষ্টিকৰ বটলৰেই নিৰ্মাণ হৈছে বাসগৃহ

    Robbers arrested in Dalgaon:দৰঙৰ দলগাঁৱত অস্ত্র-শস্ত্রসহ ৬ ডকাইত আৰক্ষীৰ জালত

    Accident in Narayanpur:নাৰায়নপুৰৰ ভোগপুৰত পুৱাই সংঘটিত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল এজনৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰম্পৰাগত খাদ্যৰ মেলা মুকলি

publisher by publisher
December 27, 2020
in Assam, India, News
Reading Time: 1 min read
0
মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰম্পৰাগত খাদ্যৰ মেলা মুকলি
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

ৰাজ্যৰ অন্যান্য পৰ্যটনস্থলী সমুহৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈও প্ৰতিদিনে সোঁত বৈছে অগণন পৰ্যটকৰ ৷ এই সময়তে মানাহৰ দাঁতিকাষৰীয়া গাঁওৰ উদ্যমী মহিলাসকলক লৈ গঠিত “চোমখোৰ মিথিংগা অনছাই আফাদ” আৰু “চোমাইনা” নামৰ দুটিকৈ আত্মসহায়ক গোটে মানাহলৈ অহা পৰ্যটকক আদৰ আপ্যায়নৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷

ADVERTISEMENT

উক্ত মহিলা আত্মসহায়ক গোট দুটিয়ে ৰাষ্ট্ৰীয় উদ্যানখনলৈ অহা পৰ্যটকক বড়ো সংস্কৃতিৰ পৰম্পৰাগত খাদ্যসম্ভাৰ তথা ৰীতিনীতি,সাংস্কৃতিক উপজীব্যৰে আদৰ আপ্যায়নৰ বাবে আজিৰেপৰা পৰম্পৰাগত খাদ্যৰ মেলা আৰম্ভ কৰিছে ৷ উল্লেখযোগ্য যে এফ এছ এম ফুড ট্ৰেইলছ,গুৱাহাটীৰ প্ৰতিষ্ঠাপক তথা ৰন্ধন প্ৰকৰণ বিষয়ৰ বিশেষজ্ঞা মিতালী জী. দত্তই বিগত ২০১৭ বৰ্ষতে উক্ত আত্মসহায়ক গোট দুটাক পৰম্পৰাগত খাদ্য সামগ্ৰীসমুহ সোৱাদযুক্তভাবে ৰন্ধাৰ উপৰি অতিথিৰ ওচৰত পৰিপাটিকৈ পৰিবেশন কৰাৰ ক্ষেত্ৰত প্ৰশিক্ষণ দিয়াৰ লগতে উক্ত বৰ্ষতে এই প্ৰক্ৰিয়াৰ শুভাৰম্ভণি কৰিছিল ৷

আজিৰে পৰা আৰম্ভ কৰা এই পৰম্পৰাগত খাদ্য পৰিবেশনৰ ব্যৱস্থা সমগ্ৰ পৰ্যটনবৰ্ষজুৰি অব্যাহত থাকিব ৷ উক্ত গোট দুটাৰ ভিতৰত “চোমখোৰ মিথিংগা অনছাই আফাদ” গোটে খাদ্যসম্ভাৰ পৰিবেশৰ ব্যৱস্থা কৰাৰ বিপৰীতে “চোমাইনা” গোটটোৱে পৰ্যটকক বাগুৰুম্বা,খেৰাই আদি বড়ো সংস্কৃতিৰ নৃত্য পৰিবেশনৰ দ্বায়িত্ব গ্ৰহণ কৰিছে৷ মানাহৰ বাঁহবাৰী ৰেঞ্জৰ মূল প্ৰবেশদ্বাৰৰ পৰা পূৱদিশে নাতিদূৰৈত অৱস্থিত “এণ্টি পোচিং কেম্প”ৰ বাকৰিত মুকলি কৰা আত্মসহায়ক গোট দুটাৰ এই ব্যৱস্থাক সহযোগ কৰিছে এফ এছ এম ফুড ট্ৰেইলছ,ডব্লিউ ডব্লিউ এফ ইণ্ডিয়া আৰু বন বিভাগে ৷

উল্লেখযোগ্য যে আত্মসহায়ক গোট দুটাৰ এই প্ৰচেষ্টাই সমুহীয়াভাবে পৰ্যটন উদ্যোগক বিকশিত কৰাৰ লগতে প্ৰত্যেককে আৰ্থিকভাবেও স্বাৱলম্বী হোৱাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে সহযোগী সংস্থাসমুহৰ বিষয়ববীয়াই ৷ আজি খাদ্যমেলা মুকলিৰ এই অনুষ্ঠানত মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মা,ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ প্ৰকল্প বিষয়া সুশান্ত বৰঠাকুৰ,বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাবুল ব্ৰহ্মকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamManas National Park
publisher

publisher

Related Posts

চীনৰ পাছত এইবাৰ কৃত্ৰিম সূৰ্য নিৰ্মাণ কৰিছে ভাৰতে
International

September 16, 2026
ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত মূখ্যমন্ত্ৰী
Assam

ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত মূখ্যমন্ত্ৰী

September 16, 2026
কাকপথাৰত বন বিভাগৰ ৰহস্যজনক নীৰৱতাত বালি মাফিয়াৰ দৌৰাত্ম্য
Assam

কাকপথাৰত বন বিভাগৰ ৰহস্যজনক নীৰৱতাত বালি মাফিয়াৰ দৌৰাত্ম্য

September 16, 2026
সাগৰত পহৰা দিবলৈ সাজু মাছৰ জাক
International

সাগৰত পহৰা দিবলৈ সাজু মাছৰ জাক

September 16, 2026
পেলনীয়া প্লাষ্টিকৰ বটলৰেই নিৰ্মাণ হৈছে বাসগৃহ
India

পেলনীয়া প্লাষ্টিকৰ বটলৰেই নিৰ্মাণ হৈছে বাসগৃহ

September 16, 2026
Robbers arrested in Dalgaon:দৰঙৰ দলগাঁৱত অস্ত্র-শস্ত্রসহ ৬ ডকাইত আৰক্ষীৰ জালত
Assam

Robbers arrested in Dalgaon:দৰঙৰ দলগাঁৱত অস্ত্র-শস্ত্রসহ ৬ ডকাইত আৰক্ষীৰ জালত

September 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d