- গুৱাহাটী মেডিকেল কলেজ চিকিৎসালয়ত পোনপ্ৰথমবাৰৰ বাবে EYE Bank মুকলি।
- স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰে ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতে ৰাইজৰ বাবে এই EYE Bank মুকলি কৰে
- এতিয়াৰে পৰা সকলো লোকে নিজৰ চকু মৃত্যুৰ পাছত দৃষ্টিহীন সকলৰ বাবে দান কৰিব পাৰিব।
ADVERTISEMENT