Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Betala Murder Incident Update:বেলতলাৰ বশিষ্ঠপুৰত নৃশংসভাৱে পত্নীক হত্যা কৰা অভিযুক্ত ৰামানুজন গোস্বামীৰ হুংকাৰ

    পেলেষ্টাইনৰ মুকলি আকাশৰ তলত ‘লায়ন কিং’ উপভোগ কৰিলে এদল শিশুৱে

    পত্নীক হত্যা কৰি ছিন্নমুণ্ড ভৰাই থ’লে ফ্রীজত-কাটি টুকুৰা টুকুৰ কৰিলে আঙুলি

    Dr.Bhupen Hazarika 100th anniversary:ভাৰত ৰত্ন ড:ভূপেন হাজৰিকা জন্ম-শতবার্ষিকী উপলক্ষে জালুকবাৰীৰ সমন্বয় তীৰ্থত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী

    আৰক্ষী থানাৰ পাছত চৰকাৰী কাৰ্যালয়তো চলিব দালাল বিৰোধী অভিযান

    ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

মাৰ্চত উপলব্ধ হ’ব ক’ভিড প্ৰতিষেধকঃ আদৰ পুনাৱালা

publisher by publisher
January 4, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
মাৰ্চত উপলব্ধ হ’ব ক’ভিড প্ৰতিষেধকঃ আদৰ পুনাৱালা

In this picture taken on April 29, 2020, an engineer works at the Quality Control Laboratory on an experimental vaccine for the COVID-19 coronavirus at the Sinovac Biotech facilities in Beijing. - Sinovac Biotech, which is conducting one of the four clinical trials that have been authorised in China, has claimed great progress in its research and promising results among monkeys. (Photo by NICOLAS ASFOURI / AFP) / TO GO WITH Health-virus-China-vaccine,FOCUS by Patrick Baert (Photo by NICOLAS ASFOURI/AFP via Getty Images)

1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

ছেৰাম ইনষ্টিটিউটৰ চিইঅ’ আদৰ পোনাৱালাই জনাই যে মাৰ্চত বেচৰকাৰী চিকিৎসালয় আৰু সংস্থাসমূহত উপলব্ধ হ’ব ক’ভিড প্ৰতিষেধক । ক’ভিড প্ৰতিষেধক দিয়া আৰম্ভ কৰাৰ পাছত পাঁচ-ছয় কোটি ক’ভিশ্বিল্ড প্ৰতিষেধক চৰকাৰৰ নিৰ্দেশিকা অনুসৰি প্ৰদান কৰা হ’ব । ইয়াৰ পাছতেই মাৰ্চত বেচৰকাৰী চিকিৎসালয় আৰু সংস্থাসমূহত প্ৰতিষেধক উপলব্ধ হোৱাৰ সম্ভাৱনা আছে । ফলত সাধাৰণ লোক, যিসকল চৰকাৰী নিৰ্দেশিকা অনুসৰি প্ৰথম পৰ্যায়ত নপৰে তেওঁলোকেও এই প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব।

ADVERTISEMENT

কেন্দ্ৰীয় দৰব নিয়ন্ত্ৰক সংস্থা ডিচিজিআয়ে ছেৰাম ইনষ্টিটিউটক ইতিমধ্যে অক্সফ’ৰ্ডৰ প্ৰতিষেধকক নিয়ন্ত্ৰিত জৰুৰী প্ৰয়োগৰ বাবে অনুমোদন পত্ৰ প্ৰদান কৰিছে । সেয়েহে সংস্থাটোৱে প্ৰথমে বেচৰকাৰী সংস্থাসমূহলৈ প্ৰতিষেধক প্ৰেৰণ কৰিব নোৱাৰিব । লগতে বৈদেশিক ৰপ্তানিও কৰা সম্ভৱ নহ’ব । প্ৰাথমিকভাৱে কেৱল চৰকাৰকে দিয়া হ’ব প্ৰতিষেধক । জনসাধাৰণৰ মাজত প্ৰতিষেধকৰ বিশ্বাসযোগ্যতা আনিবলৈ অতি শীঘ্ৰে আদৰ পুনাৱালাই নিজেই প্ৰতিষেধক গ্ৰহণ কৰিব ।

চৰকাৰে ‌ইতিমধ্যে ছেৰাম ইনষ্টিটিউটক জনাইছে যে মাহে পাঁচৰ পৰা ছয় কোটি প্ৰতিষেধকৰ প্ৰয়োজন হ’ব কেন্দ্ৰীয় চৰকাৰক । চৰকাৰী সংস্থাসমূহত প্ৰতিষেধকৰ মূল্য হ’ব দুশ টকা আৰু বেচৰকাৰী বজাৰ মূল্য হ’ব এহেজাৰ টকা । বৰ্তমানেও চৰকাৰৰ পৰা প্ৰতিষেধক সন্দৰ্ভত চূড়ান্ত পত্ৰ পোৱা নাই ছেৰাম ইনষ্টিটিউটে ।  চূড়ান্ত পত্ৰ পোৱাৰ পাছতে নিৰ্দেশনা মতে প্ৰথমে জৰুৰীকালীন ক্ষেত্ৰসমূহত প্ৰতিষেধক সৰবৰাহ কৰা হ’ব । পুনাৱালাই জনাই যে,  প্ৰতিষেধকৰ কাৰ্যকৰীতা ৯০ শতাংশ হ’বলৈ হ’লে কম সময়ৰ ব্যৱধানৰ ভিতৰতে প্ৰতিষেধক গ্ৰহণ কৰিব লাগিব জনসাধাৰণে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19serum instituteVaccine
publisher

publisher

Related Posts

Betala Murder Incident Update:বেলতলাৰ বশিষ্ঠপুৰত নৃশংসভাৱে পত্নীক হত্যা কৰা অভিযুক্ত ৰামানুজন গোস্বামীৰ হুংকাৰ
Assam

September 8, 2026
পেলেষ্টাইনৰ মুকলি আকাশৰ তলত ‘লায়ন কিং’ উপভোগ কৰিলে এদল শিশুৱে
International

পেলেষ্টাইনৰ মুকলি আকাশৰ তলত ‘লায়ন কিং’ উপভোগ কৰিলে এদল শিশুৱে

September 8, 2026
পত্নীক হত্যা কৰি ছিন্নমুণ্ড ভৰাই থ’লে ফ্রীজত-কাটি টুকুৰা টুকুৰ কৰিলে আঙুলি
Assam

পত্নীক হত্যা কৰি ছিন্নমুণ্ড ভৰাই থ’লে ফ্রীজত-কাটি টুকুৰা টুকুৰ কৰিলে আঙুলি

September 8, 2026
Dr.Bhupen Hazarika 100th anniversary:ভাৰত ৰত্ন ড:ভূপেন হাজৰিকা জন্ম-শতবার্ষিকী উপলক্ষে জালুকবাৰীৰ সমন্বয় তীৰ্থত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী
Assam

Dr.Bhupen Hazarika 100th anniversary:ভাৰত ৰত্ন ড:ভূপেন হাজৰিকা জন্ম-শতবার্ষিকী উপলক্ষে জালুকবাৰীৰ সমন্বয় তীৰ্থত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী

September 8, 2026
আৰক্ষী থানাৰ পাছত চৰকাৰী কাৰ্যালয়তো চলিব দালাল বিৰোধী অভিযান
Assam

আৰক্ষী থানাৰ পাছত চৰকাৰী কাৰ্যালয়তো চলিব দালাল বিৰোধী অভিযান

September 8, 2026
Assam

ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

September 7, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d