Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 বাক্সাৰ শালবাৰীত বন বিভাগৰ নৱনিযুক্ত কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ চাডেন ভিজিট

publisher by publisher
January 5, 2021
in Assam, India, News
Reading Time: 1 min read
0
 বাক্সাৰ শালবাৰীত বন বিভাগৰ নৱনিযুক্ত কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ চাডেন ভিজিট
3
SHARES
34
VIEWS
ShareShareShareShare

RelatedPosts

Protest against eviction in Salbari:উচ্ছেদৰ বিৰুদ্ধে শালবাৰীত তীব্ৰ প্ৰতিবাদ সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ 

Dhekiajuli:ঢেকিয়াজুলিৰ শলমাৰী গাঁৱৰ আয়ুব খান নামৰ অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক জন ১২ দিন ধৰি নিখোঁজ

Teacher Association Pressmeet :বাৰে বাৰে চৰকাৰৰ প্ৰতাৰণা !

ADVERTISEMENT

বিটিআৰত নতুনকৈ বন বিভাগৰ দায়িত্ব লাভ কৰিয়ে আজি বাক্সাৰ শালবাৰীৰ কালপানী,গোৱৰ্ধনা আদি অঞ্চলত আকস্মিক অভিযান চলায় একালৰ দুৰ্ধৰ্ষ এনডিএফবি নেতা তথা বৰ্তমান বিটিআৰৰ নৱনিযুক্ত কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেংগাই৷ অভিযানকালত অবৈধভাবে শিল-বালি কঢ়িওৱা কেইবাখনো ডাম্পাৰ, জেচিবি, ট্ৰেক্টৰ আদি জব্দ কৰিবলৈ সক্ষম হয় কাৰ্যবাহী সদস্য গৰাকীসহ অভিযানকাৰী দলটোৱে৷এইফালে চাডেন ভিজিটৰ বাবে বন বিভাগৰ কাৰ্যবাহী সদস্য গৰাকী আহি উপস্থিত হোৱাৰ খবৰ পোৱা মাত্ৰকে পলাই সাৰে ডাম্পাৰ,জেচিবি,ট্ৰেক্টৰৰ কেইবাজনো চালক-কৰ্মচাৰীৰ লগতে শিল বালি ব্যৱসায়ী৷

উল্লেখ্য যে দীৰ্ঘদিন ধৰি বনবিভাগৰ উচ্চপদস্থ বিষয়াক পৰিচালনা কৰি অবৈধ ভাৱে শিল বালিৰ খনন চলোৱাৰ লগতে ডাম্পাৰ আৰু ট্ৰেক্টৰৰ পৰা অবৈধ ভাৱে ধন সংগ্ৰহৰ বাবে শালবাৰী মহকুমাৰ বহু কেইটা স্থানত কেম্প বান্ধি লৈছিল চোৰাং ব্যৱসায়ীসকলে৷এই অবৈধ শিবিৰ সমুহত আজি অভিযান চলাই বিভিন্ন নথিপত্ৰ জব্দ কৰাৰ লগতে অবৈধ ভাৱে শিল বালিৰ চিণ্ডিকেট চলাই থকা অসাধু ব্যৱসায়ীক সঁকিয়নি প্ৰদান কৰে কাৰ্যবাহী সদস্য গৰাকীয়ে৷ অভিযানৰ পৰৱৰ্তী সময়ত সংবাদ মাধ্যমৰ আগত বন বিভাগৰ কাৰ্যবাহী সদস্য গৰাকীয়ে কয়-“মই ভিজিট কৰিছোঁ৷মই মোৰ দ্বায়িত্ব পালন কৰিছোঁ৷ৰাইজে আমাক মৰম কৰিছে,ৰাইজে আমাক আদৰ কৰিছে,ৰাইজে আমাক নতুন চৰকাৰ গঠন কৰিবলৈ দিছে৷ৰাইজৰ হৈ কাম কৰাটো, ৰাইজৰ সেৱা কৰাটো আমাৰ দ্বায়িত্ব৷”

”আজি দেখিছোঁ প্ৰত্যেক ঠাইতে,প্ৰত্যেক জিলাতেই বিশেষকৈ বিটিআৰৰ চাৰিওখন জিলাতেই বন বিভাগত ইমান দুৰ্নীতি হৈ আছে মই বিভাগটোৰ এগৰাকী কাৰ্যবাহী সদস্য হিচাপে মনত দুখ পাইছোঁ, নিজেই লজ্জিত হৈছোঁ৷ য’ত শিল বালি খননৰ অৰ্ডাৰ নাই তাত শিল বালি খনন কৰিবলৈ দিছে,য’ত কাঠ সৰবৰাহ কৰা অৰ্ডাৰ নাই তাত দিনে নিশাই কাঠ সৰবৰাহ চলি আছে,চুকেকোণে বহি পৰিছে শ শ অবৈধ কাঠফলা মিল,য’ত ক্ৰেছাৰ মিল দিব নালাগে তাত ক্ৰাছিং কৰিবলৈ সুবিধা কৰি দিছে, ৰাইজৰ মাজত,গাঁৱৰ মাজত,স্কুল কলেজৰ ওচৰত সেইবোৰ কৰিবলৈ সুবিধা কৰি দিছে৷”

”শ্বো মিল বহুৱাবলৈ সুবিধা কৰি দিছে৷এইবোৰ বাৰুকৈয়ে দুৰ্ভাগ্যজনক,লজ্জাজনক৷যাৰ বাবে আমি সচেতন ৰাইজৰ সহযোগত ইয়াৰ বিৰুদ্ধে কার্যব্যৱস্থা ল’বলৈ ওলাইছোঁ৷আমি সদায় ভাল কাম কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ,ৰাইজে আমাক এইক্ষেত্ৰত সহায় সহযোগ কৰিব লাগে৷আমি ৰাইজৰ বিৰুদ্ধে কেতিয়াও নাযাও৷ৰাইজে বিচাৰে আমি কাম কৰিব লাগে,উন্নয়ন হ’ব লাগে৷”

”কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে কয়-“বিটিআৰত কেইজনমান দালাল,কেইজনমান দাদাগিৰি কৰা লোক আৰু ধনী ব্যক্তিয়ে ৰাইজক ঠগ প্ৰবঞ্চনা কৰি ৰাইজৰেই সম্পত্তি শোষণ কৰি আহিছে, এইটো দুৰ্ভাগ্যজনক৷ আজি আমাৰ অভিযানৰ সময়ত বহুতেই গাড়ী এৰি পলায়ন কৰিছে,কিন্তু পলায়ন কৰিলেও কোনেও সাৰি যাব নাোৱাৰে,সকলোৰে গাড়ীৰ নম্বৰ মজুত আছে,সকলো দৃশ্য ভিডিঅ ৰেকৰ্ডিং কৰা হৈছে৷মুঠৰ ওপৰত আমি এক্সন ল’ম৷বিটিআৰত অদুৰ ভৱিষ্যতে যাতে বনবিভাগত কোনো ধৰণৰ দুৰ্নীতি সংঘটিত হ’বলৈ নোৱাৰে তাৰ ওপৰত চোকা দৃষ্টি ৰাখিম৷”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ranjit BasumatarySalbari
publisher

publisher

Related Posts

নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন
Assam

October 4, 2026
মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ
Assam

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

October 4, 2026
পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল
Assam

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

October 4, 2026
CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ
India

CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

October 4, 2026
বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

October 4, 2026
পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা
International

পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d