Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

আৰক্ষীৰ আইনী ক্ষমতা প্ৰয়োগৰ স্বাধীনতা আছে, ট্ৰেক্টৰ ৰেলী সন্দৰ্ভত উচ্চতম ন্যায়ালয়

publisher by publisher
January 18, 2021
in India, News
Reading Time: 1 min read
0
আৰক্ষীৰ আইনী ক্ষমতা প্ৰয়োগৰ স্বাধীনতা আছে, ট্ৰেক্টৰ ৰেলী সন্দৰ্ভত উচ্চতম ন্যায়ালয়
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

Two Accused Arrested for Abusing Arunachali Women:অৰুণাচলৰ তিনি যুৱতীক দিল্লীত পুনৰ জাত-পাতত ধৰি অপমান কৰা দুই পুৰুষ-মহিলাক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

IYC President Arrested in Delhi:যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয় ভানু চিবকক গ্ৰেপ্তাৰ

নতুন কৃষি আইনৰ প্ৰতিবাদত বিক্ষোভত নমা কৃষকসকলৰ ট্ৰেক্টৰ ৰেলী দিল্লীত প্ৰৱেশৰ অনুমতি পাব নে নাই সেইটো আইন শৃংখলাৰ বিষয় । এই বিষয়ত প্ৰথম সিদ্ধান্ত গ্ৰহণ কৰিব দিল্লী আৰক্ষীয়ে । এই নিৰ্দেশ দিল্লী উচ্চতম ন্যায়ালয়ৰ ।

ADVERTISEMENT

গণৰাজ্য দিৱসত দেশৰ ৰাজধানীত কৃষকসকলৰ ট্ৰেক্টৰ ৰেলীৰ ওপৰত নিষেধাজ্ঞা বিচাৰি ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল দিল্লী আৰক্ষী । আজি এই বিষয়ৰ শুনানিত মুখ্য ন্যায়াধীশ এছ এ ব’বডে আৰক্ষীক উদ্দেশ্যি কয়, ‘আপোনালোকৰ সম্পূৰ্ণ আইনী ক্ষমতা প্ৰয়োগ কৰাৰ স্বাধীনতা আছে ।’

ন্যায়ালয়ৰ পৰ্যৱেক্ষণ, দিল্লীত প্ৰৱেশৰ প্ৰশ্ন আইন শৃংখলাৰ বিষয় সেয়ে ইয়াক লৈ দিল্লী আৰক্ষীয়ে সিদ্ধান্ত গ্ৰহণ কৰিব । ব’বডেই লগতে কয় যে, ‘আমি এটৰ্ণি জেনেৰেলক কৈছো, কাক দিল্লীত প্ৰৱেশৰ অধিকাৰ দিয়া হ’ব, কাক প্ৰৱেশৰ অধিকাৰ দিয়া নহ’ব আৰু কেইজনক প্ৰৱেশৰ অধিকাৰ দিয়া হ’ব – এই সকলোবোৰ বিষয়ত প্ৰাথমিক সিদ্ধান্ত ল’ব দিল্লী আৰক্ষীয়ে । আমি প্ৰাথমিক সিদ্ধান্ত ল’বলৈ কোনো নহয় ।’

এটৰ্ণি জেনেৰেলে শুনানিৰ সময়ত নিৰ্দেশ দিবৰ বাবে মুখ্য ন্যায়াধীশক অনুৰোধ কৰিছিল । তেওঁৰ মতে, ‘এই নিৰ্দেশে আমাক অধিক শক্তিশালী কৰিব ।’ ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্য ন্যায়াধীশে কয়, ‘কেন্দ্ৰীয় চৰকাৰে কি বিচাৰে, তেওঁলোকৰ আইনী ক্ষমতাৰ কথা ন্যায়ালয়ক মনত পেলাই দিব লাগিব ?’ এই সন্দৰ্ভত পুনৰ এটৰ্ণি জেনেৰেলে কয়, ‘আমি অভূতপূৰ্ব পৰিস্থিতিৰ সন্মুখীন হৈছো ।’ ব’বডে জনায় যে, ন্যায়ালয়ৰ হস্তক্ষেপে ‘ভুল বুজাবুজি’ৰ সৃষ্টি কৰিব পাৰে ।

ন্যায়ালয়ত দিল্লী আৰক্ষীয়ে আবেদন কৰিছিল, তেওঁলোকে নিৰাপত্তা সংস্থাবোৰৰ পৰা সূত্ৰ পাইছে যে, ‘প্ৰতিবাদকাৰীসকলৰ এটা ক্ষুদ্ৰ দলে’ গণৰাজ্য দিৱসত দিল্লীত ট্ৰেক্টৰ ৰেলীৰ পৰিকল্পনা কৰিছে । ফলত আইন শৃংখলা পৰিস্থিতিৰ অৱনতি হোৱাৰ আশংকা কৰিছে দিল্লী আৰক্ষীয়ে । উচ্চতম ন্যায়ালয়ক কৰা আবেদনত কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ অধীনস্থ দিল্লী আৰক্ষীয়ে উল্লেখ কৰে যে, এই ৰেলী সমগ্ৰ দেশৰ বাবে অস্বস্তিৰ কাৰণ হৈ পৰিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Delhi High CourtDelhi PoliceFarmers Protesttractor rally
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d