Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ড্ৰেগন ফলৰ নাম সলাই ৰাখিলে কমলম

publisher by publisher
January 22, 2021
in India, News, Politics
Reading Time: 1 min read
0
ড্ৰেগন ফলৰ নাম সলাই ৰাখিলে কমলম
2
SHARES
19
VIEWS
ShareShareShareShare

সম্প্ৰতি ভাৰতত জনপ্ৰিয় হ’বলৈ ধৰিছে ড্ৰেগন ফ্ৰুইট বা ড্ৰেগন ফল । ক্ৰমে জনপ্ৰিয় হৈ উঠাৰ সময়তে এই বিশেষ প্ৰকৃতিৰ স্বাদিষ্ট ফলবিধত চীনৰ সংযোগ বিচাৰি পালে চৰকাৰে । সেয়ে এইবিধ ফলৰ নাম সলনি কৰি ‘কমলম’ ৰখাৰ প্ৰস্তাৱ দিলে ভাৰত চৰকাৰে ।

ADVERTISEMENT

সংস্কৃত শব্দ ‘কমলম’ৰ অৰ্থ হৈছে পদ্ম বা পদুম । এই ফুল বিজেপিৰ প্ৰতীকো । গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপামীয়ে এই প্ৰস্তাৱ দিয়াৰ পাছতে সামাজিক মাধ্যমত বিৰোধী নেতাসকলৰ কটাক্ষও আৰম্ভ হয় । সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ৰূপানীয়ে কয়, ‘ড্ৰেগন ফ্ৰুইটৰ নতুন নাম দিয়াৰ সিদ্ধান্ত লৈছে গুজৰাট চৰকাৰে । এই ফলৰ বাহিৰৰ অংশ পদুমৰ দৰে, সেয়ে গুজৰাটত এই ফলক কমলম বুলি কোৱা হ’ব ।’ এই প্ৰসংগত মুখ্যমন্ত্ৰীজনে যুক্ত প্ৰদৰ্শন কৰি কয়, ‘ড্ৰেগন ফ্ৰুইটৰ নামৰ স’তে চীনৰ সংযোগ আছে । ফলত এই নাম সলনি কৰিবই লাগিব ।’

RelatedPosts

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

BJP-ৰ IT Cell আৰু একাংশ নেতাৰ বিৰুদ্ধে গোচৰ

গুৱাহাটীত যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্য, Gen-Z ভোটাৰ লক্ষ্যত বিজেপিৰ জোৰদাৰ প্ৰচাৰ

উল্লেখ্য যে ড্ৰেগন নামৰ কাল্পনিক হিংস্ৰ প্ৰাণীবিধক চীনত বিশেষ স্থান দিয়া হয় । অৱশ্যে ড্ৰেগন ফল চীন মূলৰ নহয়, বৰঞ্চ থাইলেণ্ডৰহে খিলঞ্জীয়া ফল । এইবিধ ফল সম্প্ৰতি বিশ্বৰ বিভিন্ন স্থানলৈ ৰপ্তানি কৰাৰ ওপৰি বহু দেশত খেতিও কৰা হয় । গুজৰাটৰ মুখ্যমন্ত্ৰীজনে লগতে জনায় যে কমলম নামটোৰ পেটেণ্ট পোৱাৰ বাবে ইতিমধ্যেই প্ৰস্তাৱ প্ৰেৰণ কৰিছে তেওঁৰ চৰকাৰে ।

উল্লেখ্য যে অতি স্বাদিষ্ট হোৱাৰ বাবেই অন্যান্য দেশৰ লগতে ভাৰততো ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে । বিগত কিছু বছৰত প্ৰচুৰ পৰিমাণে ড্ৰেগন ফল ভাৰতে আমদানি কৰি আহিছে । এই আমদানি নিৰ্ভৰতা হ্ৰাস কৰাৰ বাবেই এতিয়া দেশৰ বিভিন্ন প্ৰান্তত এইবিধ ফলৰ খেতিও আৰম্ভ হৈছে । আৰ্থিক দিশৰ পৰা অধিক লাভৰ সম্ভাৱনা থকাৰ বাবেই দেখিবলৈ আচহুৱা ফলবিধক খেতিৰ বাবে বাছি লৈছে বহু কৃষকে । গুজৰাটৰ ভুজ, গান্ধীধাম, মাণ্ডভি, অঞ্চলৰ কৃষকসকলে সম্প্ৰতি ড্ৰেগন ফলৰ খেতিত জোৰ দিছে ।

বিগত বছৰৰ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কি বাত’ অনুষ্ঠানত এইবিধ ফলৰ খেতিৰ স’তে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ সংযোগ থকাৰ কথা কৈছিল । কচ্ছ অঞ্চলৰ ড্ৰেগন ফল কৃষকসকলৰ নতুন উদ্যোগৰ কথা প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ আগত তুলি ধৰিছিল । ইয়াৰ পাছতে নতুন উৎসাহেৰে নাম সলনিৰ যুক্তি লৈ আগবাঢ়ি আহিছে গুজৰাট চৰকাৰ । মন কৰিবলগীয়া যে গুজযাটৰ বিজেপিৰ মুখ্য কাৰ্যালয়ৰ নামো হৈছে কমলম । ফলত ৰাজ্য চৰকাৰখনে অধিক উৎসাহ পাইছে ।

ইপিনে, সামাজিক মাধ্যমত বহুতে ইয়াক লৈ কটাক্ষও কৰিছে । একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে যে ইয়াৰ পাছত হয়তো অন্যান্য ফলৰো নাম সলনি হ’ব । নাম পৰিৱৰ্তনত সিদ্ধহস্ত উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰসংগ টানি আনি কংগ্ৰেছ সাংসদ শশী থাৰুৱে টুইটত লিখিছে, ‘গুজৰাটৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ স’তে প্ৰতিযোগিতাত নামিছে নে তেওঁক উপহাস কৰিছে ? এই মুখ্যমন্ত্ৰীসকলক ব‌্যস্ত ৰাখিবলৈ বিজেপিয়ে যদি নেচনেল ৰিনেমিং কাউন্সিল গঢ়ি তোলে, তেন্তে ভাল হ’ব । প্ৰশাসন চলোৱাত ব্যৰ্থ হ’লেও যাতে এই বিষয়বোৰত তেওঁলোকে ভাল কাম কৰিব পাৰে ।’

কংগ্ৰেছৰ আন এজন সাংসদ কাৰ্তি চিদাম্বৰমৰ কটাক্ষ, ‘ড্ৰেগনক হত্যা কৰা হ’ল ।’ এনচিপিৰ মুখপাত্ৰ মহেশ তাপাচেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘অদূৰ ভৱিষ্যতে হয়তো বিজেপিয়ে হিন্দুস্তানক কমলাস্তান বুলি ক’বলৈ আৰম্ভ কৰিব । সেই কথা ভাবিলেই ভয় লাগে ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BJPDragon FruitGujaratKamalamvijay Rupani
publisher

publisher

Related Posts

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d