কৰ্ণাটকৰ কাৰাগাৰত দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হৈ বন্দিত্বৰ জীৱন কটাই আছিল ভিকে শশীকলাই আৰু কিছুদিন পূৰ্বে তেওঁ কাৰাগাৰত জ্বৰ অনুভৱ কৰাত চিকিৎসাত ক’ভিড টেষ্ট কৰোৱাত তেওঁৰ দেহত ধৰা পৰিছিল কৰ’নাৰ উপস্থিতি বাংগালুৰৰ মেডিকেল কলেজ এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটে (বিএমচিআৰআই) জানিবলৈ দিয়া মতে নেত্ৰীগৰাকী বৰ্তমান সম্পূৰ্ণ সুস্থ হৈ উঠিছে ।
ADVERTISEMENT
উল্লেখযোগ্য যে শশীকলাক নিৰন্তৰভাৱে নিৰীক্ষণ কৰা হৈছে আৰু তেওঁক COVID-19 ৰ চিকিৎসা প্ৰটকল অনুসৰি চিকিৎসা কৰা হৈছে।”লগতে বৰ্তমান তেওঁ পুনৰ কাৰাগাৰলৈ যোৱাৰ বাবে সম্পূৰ্ণ সুস্থ হৈ উঠিছে বুলিও সদৰী কৰে ভিক্টোৰিয়া হাস্পতালৰ চিকিৎসকে ।




































