Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

গণৰাজ্য দিৱসত কৃষকসকলৰ ট্ৰেক্টৰ ৰেলীৰ হিংসাত্মক ঘটনাৰ ১৫ টা গোচৰ ৰুজু

publisher by publisher
January 27, 2021
in India, News
Reading Time: 1 min read
0
গণৰাজ্য দিৱসত কৃষকসকলৰ ট্ৰেক্টৰ ৰেলীৰ হিংসাত্মক ঘটনাৰ ১৫ টা গোচৰ ৰুজু
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

Two Accused Arrested for Abusing Arunachali Women:অৰুণাচলৰ তিনি যুৱতীক দিল্লীত পুনৰ জাত-পাতত ধৰি অপমান কৰা দুই পুৰুষ-মহিলাক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

IYC President Arrested in Delhi:যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয় ভানু চিবকক গ্ৰেপ্তাৰ

গণৰাজ্য দিৱসত কৃষকসকলৰ ট্ৰেক্টৰ ৰেলীক লৈ দিল্লীত যি হিংসাত্মক ঘটনা সংঘটিত হৈছে সেই সন্দৰ্ভত ১৫ টা গোচৰ ৰুজু কৰা হৈছে । এই ঘটনাত ৮৬ জন আৰক্ষী আহত হৈছে । লগতে আঠখন বাছ আৰু ১৭খন ব্যক্তিগত বাহন ক্ষতিগ্ৰস্ত হৈছে বুলিও জনায় আৰক্ষীয়ে ।

ADVERTISEMENT

কৃষি আইন বাতিলৰ দাবীত বিগত বৰ্ষৰ নৱেম্বৰৰ শেষৰফালৰ পৰাই হেজাৰ হেজাৰ কৃষকে দিল্লী সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰি আছে । ইমান দিনে তেওঁলোকে শান্তিপূৰ্ণ প্ৰতিবাদ কৰি আহিছিল । ৰাজধানীৰ কোন পথেদি ৰেলী যাব সেই বিষয়েও আৰক্ষীৰ স’তে কৃষক সংগঠনৰ নেতাসকলৰ আলোচনা হৈ গৈছিল । ট্ৰেক্টৰ লৈ লালকিল্লা যোৱাৰ অভিপ্ৰায় নাই বুলি পূৰ্বেই জনাইছিল ৰাজনৈতিক নেতাসকলে । কিন্তু গণৰাজ্য দিৱসত ট্ৰেক্টৰ পথত নমাৰ লগে লগেই পৰিস্থিতি পৰিৱৰ্তন হৈ পৰে ।

বিভিন্ন ঠাইত বেৰিকেড ভঙাক লৈ আৰক্ষীৰ স’তে কৃষকসকলৰ সংঘৰ্ষ হয় । প্ৰতিবাদী কৃষকসকলক নিয়ন্ত্ৰণ কৰিবলৈ ক্ৰন্দন গেছ নিক্ষেপ আৰু লাঠি চালনা কৰা হয় । ইয়াৰ পাছতেই প্ৰতিবাদকাৰীসল আক্ৰামণাত্মক হৈ পৰে আৰু প্ৰতিবাদকাৰীৰ এটা দল লালকিল্লাটো উপস্থিত হয় । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হৈ যোৱাৰ বাবে প্ৰতিবাদকাৰীসকলক সীমান্তত উভতি যাবৰ বাবে ৰাজনৈতিক নেতাসকলে বহুবাৰ অনুৰোধ কৰে । পাঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙেও প্ৰতিবাদকাৰীসকলক সংযত হৈ সীমান্তত উভতি যাবৰ বাবে কয় । ভুল আচৰণ কৰি ইমান দিনৰ যুঁজক ব্যৰ্থ নকৰিবলৈ আহ্বান জনায় যোগেন্দ্ৰ যাদৱেও ।

আৰক্ষীয়ে জনায় যে, ট্ৰেক্টৰ ৰেলীত অংশগ্ৰহণ কৰা বহু কৃষকৰ হাতত তলোৱাৰ, কৃপাণৰ দৰে চোকা অস্ত্ৰ আছিল । বেৰিকেড ভঙাৰ সময়ত সেয়া আৰক্ষীলৈ বুলি তোৱাও পৰিলক্ষিত হয় । এই সকলোবোৰ ঘটনাক লৈয়ে ১৫ টা গোচৰ ৰুজু কৰা হৈছে । কালিৰ এই ঘটনাৰ পাছতেই দিল্লীৰ বিভিন্ন অঞ্চলত কটকটীয়া আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে বহুতে দিল্লী আৰক্ষীৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Delhi PoliceFarmers Protestrepublic daytractor rally
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d