Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসম চৰকাৰৰ সৰ্ববৃহৎ শিক্ষক নিযুক্তি অনুষ্ঠান অনুষ্ঠিত গুৱাহাটীত

publisher by publisher
February 5, 2021
in Assam, Education, India, News
Reading Time: 1 min read
0
অসম চৰকাৰৰ সৰ্ববৃহৎ শিক্ষক নিযুক্তি অনুষ্ঠান অনুষ্ঠিত গুৱাহাটীত
6
SHARES
61
VIEWS
ShareShareShareShare

আজি গুৱাহাটীত অসম চৰকাৰৰ সৰ্ববৃহৎ শিক্ষক নিযুক্তি অনুষ্ঠান অনুষ্ঠিত হয় । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনুষ্ঠানত উপস্থিত থাকি নিযুক্তি পত্ৰ প্ৰদান কৰে ।

ADVERTISEMENT

অনুষ্ঠানত উপস্থিত সকলোকে সম্বোধন জনাই ধন্যবাদ দি মুখ্যমন্ত্ৰীগৰাকীয়ে বক্তব্যত কয়, ‘ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিতংভাৱে অসম চৰকাৰে যোৱা চাৰে চাৰি বছৰত শিক্ষা বিভাগত কেনেধৰণে যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰি যুৱ প্ৰজন্মক শিক্ষাৰ ক্ষেত্ৰত শক্তিশালী কৰাৰ প্ৰয়াস কৰিছে । সমান্তৰালভাৱে শিক্ষক-শিক্ষয়িত্ৰীৰ মৌলিক সমস্যা আঁতৰ কৰাৰ ক্ষেত্ৰত কেনেধৰণে বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰিছে এই সকলো কথা আপোনালোকক বিতংভাৱে অৱগত কৰিছে ।’

RelatedPosts

khanapara:খানাপাৰা খেলপথাৰত জন আক্রোশ মহিলা সমদল

Guwahati :মহানগৰীত দেহ ব্যৱসায়ৰ ৰমৰমীয়া ‘এছক’ৰ্ট ছাৰ্ভিচ’, ১৮ যুৱতী চিনাক্ত

Artificial Flood:মহানগৰীত এজাক বৰষুণত কৃত্রিম বান ৪৮ ঘণ্টাত কমেও চাৰিজনৰ মৃত্যু

 EtdNbOUXIAADIC9

মুখ্যমন্ত্ৰী সোণোৱালে আনন্দ প্ৰকাশ কৰি কয়, ‘মই আজি এই মুহূৰ্তত এটি কথাত অত্যন্ত আনন্দিত যোৱা বছৰ ১৫ আগষ্টত মই এটি ঘোষণা দিছিলো অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে অসমৰ বৰাক, ব্ৰহ্মপুত্ৰৰ পাহাৰ-ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া সমাজখনৰ বাবে মই এটি বাৰ্তা প্ৰেৰণ কৰিছিলো আগন্তুক দিনত আমি ৫০ হেজাৰ নিযুক্তি প্ৰদান কৰিম । সেয়ে মোৰ সতীৰ্থ ড° শৰ্মাই দিনে-নিশাই নিষ্ঠাৰে পৰিশ্ৰম কৰি মন্ত্ৰী ড° ভৱেশ কলিতা আৰু বিষয়া-কৰ্মচাৰীৰ স’তে মিলি আজিৰ দিনটোক বাস্তৱায়িত ৰূপ দিলে ।’

EtdNb0IWYAA5Vk

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয়, ‘আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ কৰিবৰ হ’লে প্ৰথমে আমি আত্মনিৰ্ভৰ অসম নিৰ্মাণ কৰিব লাগিব । আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ কৰিবৰ বাবে দক্ষতা সম্পন্ন ভৱিষ্যত গঢ় দিব লাগিব । এই দক্ষতা সম্পন্ন ভৱিষ্যত গঢ় দিব শিক্ষকসকলে ।’

EtdNZ bXAAIeRT7

তেওঁ লগতে কয় যে, পূৰ্বতে আন্তৰ্জাতিক পৰ্যায়ত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল‌ বুলি ক’লে হত্যা, হিংসা আদি প্ৰতিচ্ছবি দাঙি ধৰা হৈছিল । এটা ঋণাত্মক প্ৰতিচ্ছবি দাঙি ধৰা হৈছিল । ফলত কোনো‌ বিনিয়োগকাৰীয়ে উদ্যোগ প্ৰতিষ্ঠা কৰিবৰ বাবে আগ্ৰহ প্ৰকাশ কৰা নাছিল । কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ পৰামৰ্শ মৰ্মে গুৱাহাটীত আন্তৰ্জাতিক বিনিয়োগ মেলা অনুষ্ঠিত কৰা হ’ল আৰু ২৪০ খন বুজা-বুজি চুক্তি স্বাক্ষৰ কৰা হ’ল । এই চুক্তিৰ জৰিয়তে আমি ৭৯ হেজাৰ কোটি টকা বিনিয়োগ কৰিবলৈ সক্ষম হ’লো ।

At the ceremonial distribution of appointment letters to teachers at Sarusajai, Guwahati. https://t.co/ZWSBkxFNiR

— Sarbananda Sonowal (Modi Ka Parivar) (@sarbanandsonwal) February 5, 2021

অনুষ্ঠানখনত স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতা, শিক্ষা বিভাগৰ প্ৰধান সচিব কল্যাণ চক্ৰৱৰ্তী, আয়ুক্তা সচিব প্ৰীতম শইকীয়া আদিকে ধৰি বিভিন্ন বিষয়া-কৰ্মচাৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam GovernmentBhabesh KalitaGuwahatiHimanta Biswa SarmaSarbananda Sonowalteacher recruitment program
publisher

publisher

Related Posts

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d