Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ভাৰতীয়সকলৰ বাবে ব্যয় হৈছে তিনি হেজাৰ কোটিৰ অধিক

আইপিএল ক্রিকেটাৰ ক্ৰয়ত বিনিয়ােগ ৬১৪৪০০০০০০০ টকা

publisher by publisher
February 22, 2021
in Gaming, India, News
Reading Time: 1 min read
0
ভাৰতীয়সকলৰ বাবে ব্যয় হৈছে তিনি হেজাৰ কোটিৰ অধিক
5
SHARES
48
VIEWS
ShareShareShareShare

RelatedPosts

 বছৰৰ শেষৰটো দেওবাৰত উখলমাখল পৰিবেশ মানাহৰ বনভোজস্থলীত

চাৰধাম যাত্ৰাত অনুমতি প্রদান উত্তৰাখণ্ডৰ উচ্চ ন্যায়ালয়ৰ,তীৰ্থযাত্ৰীসকলে মানিব লাগিব এইসমূহ নিয়ম

আইপিএল নিলামৰ দিন ধাৰ্য্য কৰা হ’ল

আগন্তুক চতুর্দশ ইণ্ডিয়ান প্রিমিয়াৰ লীগ (আই পি এল)ৰ বাবে ক্রিকেটাৰৰ নিলাম সম্পন্ন হ’ল যােৱা ১৮ ফেব্ৰুৱাৰীত। এইবাৰৰ নিলামত খেলুৱৈ ক্রয়ৰ বাবে দলসমূহৰ মুঠ ব্যয় হয় ১৪৫ কোটি ৩০ লাখ টকা। ইয়াৰ ফলত আগৰ ১৩ বাৰকে ধৰি এইবাৰ পর্যন্ত মুঠ ১৪ বাৰৰ নিলামত ক্রিকেটাৰ ক্ৰয়ৰ বাবদ খৰচৰ অংকই মহেজাৰ কোটি টকা অতিক্রম কৰিলে।

ADVERTISEMENT

এইবাৰৰ নিলামৰ অন্তত মুঠ খৰচ হ’লগৈ ৬১৪৪ কোটি টকা। এইবাৰ আঠটা ফ্রেঞ্চাইজিয়ে মুঠ ৫৭জন ক্রিকেটাৰ ক্ৰয় কৰিছে। ইয়াৰ ভিতৰত আছে ২২জন বিদেশী খেলুৱৈ। সকলাে আইপিএল মিলাই এই পর্যন্ত মুঠ ৭৮৯জন ক্রিকেটাৰক ক্রয় কৰা হৈছে। ইয়াৰ ভিতৰত ৫৬.৭ শতাংশ ভাৰতীয় ক্রিকেটাৰ আছে।

স্বাভাৱিকভাৱেই এই ছহেজাৰ ১৪৪ কোটিৰ ভিতৰত অধিকাংশ ধনেই ভাৰতীয় খেলুৱৈক ক্ৰয় কৰাৰ বাবে দলসমূহে ব্যয় কৰিছে। এই তালিকাৰ পাছতে আছে অষ্ট্রেলিয়া ক্রিকেটাৰসকল। তৃতীয় স্থানত আছে দক্ষিণ আফ্রিকা। ১৪বাৰৰ আইপিএল নিলামত বিৰাট কোহলি, মহেন্দ্র সিং ধােনি, যুৱৰাজ সিং, ৰােহিত শর্মা আদিৰ বাবে ফ্রেঞ্চাইজি সমূহৰ ব্যয় হৈছে তিনি হেজাৰ ৪৩৩ কোটি টকা।

ভাৰতীয় ক্রিকেটাৰৰ বাবে ব্যয় হােৱা এই ধনৰ অংকটো সামগ্রিকভাৱে হােৱা ব্যয়ৰ ৫৬.৭ শতাংশ। অর্থাৎ বিশ্বৰ সকলাে দলৰ ক্রিকেটাৰৰ বাবে সন্মিলিতভাৱে ফ্রেঞ্চাইজিসমূহৰ যিমান টকা ব্যয় হৈছে, কেৱল ভাৰতীয়সকলৰ বাবে খৰচ হৈছে তাৰ অর্ধেকৰ বেছি। ভাৰতৰ পাছতে আছে অষ্ট্রেলিয়া ক্রিকেটাৰ। সকলাে আইপিএল মিলাই অষ্ট্রেলিয়াৰ মুঠ ৯৪জন ক্রিকেটাৰে টি-২০ লীগখনত খেলিছে।

ষ্টিভ স্মিথ, ডেভিদ ৱাৰ্ণাৰ, পেট কামিন্স, ৰিকী পন্টিং আদি অষ্ট্রেলিয়াৰ তাৰকাসকলে বিভিন্ন দলৰ পৰা বিভিন্ন সময়ত মুঠ ৯০৫ কোটি ৯০ লাখ টকা লৈ গৈছে। দক্ষিণ আফ্রিকা ক্রিকেটাৰাে এই বিপুল অর্থ সম্বলিত লীগখনৰ পৰা যথেষ্ট লাভৱান হৈছে। এইবাৰৰ নিলামত অলৰাউণ্ডাৰ ক্ৰিছ মৰিচক ১৬ কোটি টকাত ক্রয় কৰিছে ৰাজস্থান ৰয়েলছে। সকলাে আইপিএল মিলাই মৰিচ, এ বি ডে ভিলিয়াছ, ফাফ ডু প্লেছি, কাছিগ’ ৰাবাডা আদিয়ে এই পর্যন্ত ৫৩৯ কোটি টকা আয় কৰিছে।

এই পর্যন্ত দক্ষিণ আফ্রিকাৰ ৫৬জন ক্রিকেটাৰে আইপিএলত খেলিছে। টেষ্ট আৰু এদিনীয়া মেচত ৱেষ্টইণ্ডিজৰ পূৰ্বৰ গৰিমা এতিয়া নাই। অৱশ্যে আইপিএলত কেৰিবিয়ান ক্রিকেটাৰৰ গুৰুত্ব আছে। কিয়নাে টি-২০ ক্রিকেটৰ বাবে কেৰিবিয়ান ক্রিকেটাৰৰ খেলৰ শৈলী অতি উপযােগী। এই পর্যন্ত ৩৩জন কেৰিবিয়ান ক্রিকেটাৰে আইপিএলত খেলিছে।

ক্রিছ গেইল, ডুৱেই ব্রেভ’, কেইৰ’ণ প’লার্ড, ছিমৰণ হিটমেয়াৰ আদিৰ মুঠ আয় ৪৫৮ কোটি ৫৪ লাখ টকা। কেৱল আইপিএলেই নহয়, অন্যান্য দেশৰ টি-২০ লীগতাে কেৰিবিয়ান ক্রিকেটাৰৰ চাহিদা বেছি। আইপিএলক কেন্দ্ৰ কৰি প্ৰথম অৱস্থাত ইংলণ্ড ক্রিকেট ব’র্ড আৰু ইংৰাজ ক্রিকেটাৰসকলৰ বিশেষ। নাছিল। কেভিন পিটাৰছেন, পল কলিংউড, অৱেইছ শ্বাহ আদি মুষ্টিমেয় কেইজনমান ইংলণ্ডৰ ক্রিকেটাৰেহে আইপিএলত খেলিছিল।

কিন্তু তেওঁলােকে বিপুল অর্থৰ লীগখনৰ প্রতি আগ্রহী হ’বলৈ ধৰাত তেওঁলােকৰাে চাহিদা বৃদ্ধি পাইছে। এই পর্যন্ত মুঠ ৩৩জন ইংৰাজ ক্রিকেটাৰে আইপিএল খেলিছে। এৱ ইন মর্গান, বেন স্টোকছু, জ’ছ বাটলাৰ, জ’ফ্রা আর্চাৰ, জনী বেয়াৰষ্ট’ আদি ইংলণ্ডৰ খেলুৱৈসকলে ইতিমধ্যেই আইপিএলৰ পৰা উপার্জন কৰিছে ২৮৫ কোটি ৯৬ লাখ টকা। এইবাৰৰ নিলামত নিউজিলেণ্ডৰ কাইল জেমিছনৰ দাম উঠে ১৫ কোটি টকা।

বিৰাট কোহলিৰ দল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুকে অলৰাউণ্ডাৰজনক ক্রয় কৰে। এইবাৰ সৰ্বাধিক মূল্য লাভৰ তালিকাত তেওঁ দ্বিতীয় স্থান আছে। এই পর্যন্ত নিউজিলেণ্ডৰ মুঠ ৩১জন ক্রিকেটাৰে আইপিএল খেলিছে। ষ্টিফেন ফ্লেমিং, ব্ৰেণ্ডন মেককালাম, কেন উইলিয়ামছন, ডেনিয়েল ভেট্টৰী, ৰছ টেইলৰ, লুকি ফাগুছন আদি কিৱি ক্রিকেটাৰসকলৰ বাবে আইপিএলৰ ফ্রেঞ্চাইজিসমূহে ব্যয় কৰিছে মুঠ ২১১ কোটি ৬০ লাখ টকা।

আইপিএলৰ প্ৰথম অৱস্থাত শ্রীলংকাৰ খেলুৱৈৰ সংখ্যা আছিল বেছি; কিন্তু পাছলৈ শ্রীলংকাৰ খেলুৱৈৰ সংখ্যা হ্রাস পাবলৈ ধৰে। ইয়াৰ প্ৰধান কাৰণ হৈছে পূৰ্বৰ তুলনাত শ্রীলংকাত এতিয়া প্রতিভাৱান ক্রিকেটাৰৰ সংখ্যা বহুলভাৱে কমিছে। এসময়ত কুমাৰ ছাংগাক্কাৰা, লাচিত মালিংগা, মাহেলা জয়বর্ধনে, চামিণ্ডা ভাছ, মুথিয়া মুৰুলিধৰণ, ৰংগনা হেৰাথ, এঞ্জেল’ মেথিউজ আদিয়ে আইপিএলতাে সমানে দক্ষতা দেখুৱাইছিল।

এই পর্যন্ত আইপিএলত অংশ লােৱা শ্রীলংকাৰ ক্রিকেটাৰৰ সংখ্যা হৈছে ২৭জন। তেওঁলােকৰ বাবে মুঠ খৰচ হৈছে ১৯৫ কোটি ৯৩ লাখ টকা। আফগানিস্তানৰ চাৰিজন ক্রিকেটাৰক এই পর্যন্ত আইপিএলত দেখা গৈছে। ইয়াৰ ভিতৰত সবাতােকৈ বেছি দৃষ্টি আকর্ষণ কৰিছে স্পীনাৰ ৰছিদ খানে। আফগান ক্রিকেটাৰৰ বাবে ব্যয় হৈছে এই পর্যন্ত ৫৮ কোটি ৪০ লাখ। বাংলাদেশৰ ছজন ক্রিকেটাৰে এই পর্যন্ত আইপিএলত খেলিছে।

ছকিব আল হাছান, মুস্তাফিজুৰ ৰহমান আদিৰ বাবে ফ্রেঞ্চাইজিসমূহৰ ব্যয় হৈছে ৩৮ কোটি ৭৮ লাখ টকা। প্রথম অৱস্থাত পাকিস্তানৰ খেলুৱৈয়ে আইপিএল খেলাৰ অনুমতি পাইছিল। ছােৱেইব মালিক, ছলমান বাট, আজহাৰ মাহমুদ,ছােৱেইব আখটাৰ আদিয়ে আইপিএলত খেলিছিল। কিন্তু ভাৰত আৰু পাকিস্তানৰ কূটনৈতিক সম্পর্ক একেবাৰে বেয়া হৈ পৰাত পাকিস্তানী ক্রিকেটাৰৰ আইপিএলৰ দ্বাৰ বন্ধ হৈ পৰে।

দেশখনৰ যি ১১জন ক্রিকেটাৰে আইপিএলত খেলিছিল, তেওঁলােকে ইয়াৰ পৰা মুঠ আয় কৰিছে ১২ কোটি ৮৪ টকা। নেদাৰলেণ্ডৰ দুজন আৰু জিম্বাব’ৱেৰ তিনিজন ক্রিকেটাৰেও আইপিএল খেলাৰ সুযােগ পাইছিল। নেদাৰলেণ্ডৰ দুজন খেলুৱৈয়ে পাঁচ কোটি ২৭ লাখ আৰু জিম্বাব’ৱেৰ তিনিজনে এক কোটি টকা উপার্জন কৰিবলৈ সক্ষম হয়। দেখা গৈছে যে ক্রিকেটাৰ ক্ৰয়ৰ ক্ষেত্ৰত বা পাৰিশ্রমিক দিয়াৰ ক্ষেত্ৰত ফ্রেঞ্চাইজিসমূহে বিশেষ কার্পণ্য নকৰে। যি গতিৰে আইপিএল আগুৱাই গৈছে, তাৰ ফলত ক্রিকেটাৰৰ বাবে বিনিয়ােগৰ অংকটোৱে অতি শীঘ্রই ১০ হেজাৰ কোটিৰ সীমা অতিক্রম কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 2021Indian Premier League
publisher

publisher

Related Posts

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

October 1, 2026
Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d