Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

    Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

    Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

    Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

এই কেইটা কাম কৰক আৰু শালমইনাৰ পৰা দূৰত থাকক

publisher by publisher
February 23, 2021
in Lifestyle
Reading Time: 1 min read
0
এই কেইটা কাম কৰক আৰু শালমইনাৰ পৰা দূৰত থাকক
35
SHARES
347
VIEWS
ShareShareShareShare

★চাফা পানীত দুচামুচ নেমুৰ ৰস মিলাই দিনটোত তিনিবাৰ মুখখন ধুব।

ADVERTISEMENT

★গা ধোঁৱাৰ আগতে মুখত ভাল মুলটানি মাটি আৰু চন্দন মিহলাই লেপন দি ১০ মিনিটৰ পিছত মুখখন ধুই দিব।

RelatedPosts

Lifestyle : আপোনাৰ ওঁঠ ফাটিছে নেকি ? জানক ওঁঠ ফটাৰ পৰা মুক্তি পোৱাৰ সহজ উপায় –

Acne Cure Tips : ব্রণৰ সমস্যাত ভুগিছে ?

★গৰু গাখীৰৰ লগত এচামুচ চন্দন, এচামুচ হালধি গুড়ি মিহলাই মুখত প্ৰলেপ লগাই লাহে লাহে মালিচ কৰি শুই থাকক। পুৱা ভালদৰে মুখখন ধুব।

★যিসকলৰ মুখত শালমইনা পকি থাকে, তেনে লোকে পকা বিলাহীৰ ৰস শালমইনাৰ ওপৰত সানি থ’ব, লাহে লাহে শুকাই যাব।

★শালমইনাৰ দাগ গুচাবলৈ কেঁচা হালধিৰ ৰস, তুলসীৰ ৰস আৰু মৌ একেলগে মিলাই দাগসমূহৰ ওপৰত লগালে দাগ নাইকিয়া হয়।

★পকা অমিতাৰ ৰস মুখত সানিলে শালমইনাৰ দাগ নাইকিয়া হয় আৰু মুখৰ ৰং উজ্জ্বল হয়। মহানিমৰ পাতৰ গুড়ি পানীত মিহলাই শালমইনা ধুলে শালমইনা বহি যায়।

★ছালকুঁৱৰীৰ বীজ শালমইনাত সানিলে ভাল হয়।

★খৰবুজৰ গুটি গৰুৰ গাখীৰৰ স’তে বটি শৰীৰত লগালে শালমইনা(ব্ৰণ) নাইকিয়া হয়।

★পদিনাৰ পাতৰ ৰস সেই ব্ৰণত লগালে ব্ৰণ শুকাই যায়।

★এচামুচ মূলাৰ ৰস আৰু এচামুচ তিয়ঁহৰ ৰস মিহলাই শৰীৰৰ ব্ৰণ হোৱা ঠাইত প্ৰলেপ সানি দিব। এঘন্টাৰ পিছত ঠাণ্ডা

★পানীৰে ইয়াক পৰিষ্কাৰকৈ ধুই দিব। নিয়মিতভাৱে এইদৰে ব্যৱহাৰ কৰিলে ব্ৰণ পৰিষ্কাৰ হয়।

★জামুৰ গুটি শুকুৱাই মিহিকৈ গুড়ি কৰি লওক। এতিয়া এই গুড়িৰ লগত পানী মিহলাই মিশ্ৰণ বনাই লওক। এই পেষ্ট ব্ৰণত লগালে ব্ৰণ শুকাই যায়।

★নিমৰ বীজৰ বাকলি গুচাই ভালদৰে পিচি গুড়ি কৰি লওক। ইয়াত অলপ দৈ মিহলাই শৰীৰত লগাই দিয়ক। ই শালমন বা ব্ৰণ পৰিষ্কাৰ কৰাত সহায় কৰে।

★এক লিটাৰ পানীত এচামুচ জিৰা দি উতলাই ল’ব। পানীখিনি ঠাণ্ডা হোৱাৰ পিছত, সেই পানীৰে শৰীৰটো ধুই দিব। এইদৰে নিয়মিতভাৱে ব্যৱহাৰ কৰিলে ব্ৰণ তথা বলিৰেখা নাইকিয়া হয়।

★এচামুচ বেচন আৰু আধা চামুচ শুকান নিমৰ পাত গুড়ি কৰি কেঁচা গাখীৰৰ স’তে মিহলাই মিশ্ৰণ এটা তৈয়াৰ কৰক। ইয়াক শৰীৰত লগাওক আৰু এঘন্টাৰ পিছত ঠাণ্ডা পানীৰে ধুই পেলাওক।

★আধা চামুচ নেমুৰ ৰসত আধা চামুচ অলিভ অইল মিহলাই পুৱা-গধূলি ব্ৰণত লগাব।

★ব্ৰণ ওলোৱাৰ সময়ত অলপ সময়ৰ বাবে ব্ৰণৰ ওপৰত বৰফ ঘঁহি থাকিব। পিছত অলপমান লঙৰ তেল লগাই দিব। এনে কৰিলে ব্ৰণ ওলোৱা বন্ধ হয়।

★গা-ধোৱাৰ পূৰ্বে প্ৰতিদিনে শৰীৰত ভাপ লগাব লাগে। ভাপ ল’লে নোমৰ গুৰি ভালদৰে মুকলি হয়।সূৰ্যোদয়ৰ কোমল ৰ’দ শৰীৰত পৰিবলৈ দিব। পুৱাৰ সময়ত

★সূৰ্যৰ পৰা ওলোৱা ৰশ্মিয়ে ব্ৰণ দূৰ কৰে। তদুপৰি প্ৰতিদিনে অন্ততঃ ৭ৰ পৰা ৮ গিলাচ পানী খোৱা আৱশ্যক। তেলত ভজা, জলাযুক্ত, মছলা দিয়া মিঠা আঞ্জা বা তৰকাৰী খোৱাৰ পৰা বিৰত থাকক। চাহ, কফি, কোলা, ছফট ড্ৰিংকছ, চকালেট, আইচক্ৰীম, ময়দাৰে প্ৰস্তুত কৰা খাদ্য, মিঠাই, আচাৰ, টেমাত পেকেট কৰা খাদ্য, বাহী আহাৰ আদি খোৱা বন্ধ কৰক।

★তামোল, গুটখা, চাধা, মদ, চিগাৰেট আদি নিচাযুক্ত সামগ্ৰী খোৱা বন্ধ কৰক।

★নিশা শোৱাৰ সময়ত মেকআপ আঁতৰাই পেলাব।

★ব্ৰণত পিন, বেজী অথবা কাঁইট আদিৰে খুচিব নালাগে। ইয়াৰ দ্বাৰা সংক্ৰমণ হোৱাৰ আশংকা থাকে।গৰম পানীত কাপোৰ তিয়াই ব্ৰণৰ ওপৰত সেক লগালে আৰাম পোৱা যায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: pimplesSkin problem
publisher

publisher

Related Posts

আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে
Lifestyle

April 25, 2026
ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল
Lifestyle

ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

April 25, 2026
ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!
Lifestyle

ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

April 24, 2026
ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়
Lifestyle

ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

April 24, 2026
ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়
Lifestyle

ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

April 23, 2026
ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি
Lifestyle

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

April 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d