কাউনবাৰী বজাৰত গৌৰীপুৰ আৰক্ষীৰ অভিযান।
ADVERTISEMENT
অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ ।
উপ পৰিদৰ্শক ত্রিলোচন দাসৰ নেতৃত্বত চলিছিল অভিযান।
আৰক্ষীয়ে জব্দ কৰা কাঠ বন বিভাগক চমজাই দিয়া হয়।

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.