Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

হাউলীত মুখ‍্যমন্ত্ৰীৰ নিৰ্বাচনী সভা

১০ লাখ নিবনুৱা যুৱক-যুৱতীক আগন্তুক দিনত কৰ্মসংস্থাপন দিয়া হ'বঃ সৰ্বানন্দ সোণোৱাল

publisher by publisher
April 4, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
হাউলীত মুখ‍্যমন্ত্ৰীৰ নিৰ্বাচনী সভা
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

ধনু ভঙা পণ লৈ ২৮ বছৰ খালী ভৰিৰে আছিল আঙুৰবালা

বিজেপিৰ কাৰ্যালয়ো গংগাজল চটিয়াই শুদ্ধিকৰণ কৰা হ’ল

হাউলীৰ নৰ্মাল স্কুল খেলপথাৰত আজি বৰপেটা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী গুণীন্দ্ৰ নাথ দাসৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰী সোণোৱালে ভাষণ সন্দৰ্ভত কয় যে, গুণীন্দ্ৰ নাথ দাস এজন ভদ্ৰ লোক, বৰপেটাৰ নিচিনা সমষ্টি যিটোক আমি সকলোৱে এক সমন্বয়ৰ সমষ্টি বুলি কওঁ, আমাৰ এই মিত্ৰজোঁটৰ চৰকাৰখনে বৰাক-ব্ৰহ্মপুত্ৰ ,পাহাৰ-ভৈয়াম সকলোকে মিলি এক সমন্বয়ৰ সেতু গঢ়িব বিচাৰো যিটো ১৫ বছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰেৰে জৰ্জৰিত কংগ্ৰেছৰ শাসন কালত কেতিয়াও সম্ভৱপৰ হৈ উঠা নাছিল। নৰেন্দ্ৰ মোদীৰ সবকা সাথ, বকা বিকাশ, সবকা বিশ্বাস নীতিৰ আধাৰতে আমি আৰু আমাৰ চৰকাৰখনে যোৱা পাঁচটা বছৰে আমি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যুজিবলৈ সক্ষম হৈছো ।’

ADVERTISEMENT

তেওঁ লগতে কয়, ‘আমি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে লোৱা প্ৰতিটো খোজ আমাৰ চৰকাৰখনে নিষ্ঠাৰে পালন কৰি আহিছে । প্ৰত্যেক জনগোষ্ঠীকে আমাৰ চৰকাৰখনে ভাষা , সংস্কৃতিৰ ফালৰ পৰা সম্পূৰ্ণৰূপে স্বাধীনতা প্ৰদান কৰিছোঁ আৰু ফলত জনগোষ্ঠী সমূহৰ স্বভিমান বৃদ্ধি হৈছে। মহিলাসকলৰ স্বাৱলম্বীৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ চৰকাৰখনে আগন্তুক পাঁচ বছৰত ৩০ লক্ষাধিক মহিলাক প্ৰতিমাহে তিনি হেজাৰ টকাকৈ অৰুনোদয় আঁচনিৰে আৰ্থিক অনুদান প্ৰদান কৰা হ’ব ।

ইয়াৰ উপৰিও ১০ লক্ষ নিবনুৱা যুৱক-যুৱতীক আগন্তুক দিনত কৰ্মসংস্থাপন দিয়া হ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । তদুপৰি মুখ্যমন্ত্ৰী গৰাকীয়ে বৰপেটাৰ কথা উল্লেখ কৰি কয় যে, গুৰু দুজনাই সত্ৰ প্ৰতিষ্ঠা কৰি বৰপেটাত অসমীয়া সংস্কৃতি শক্তিশালী কৰিছিল । ইয়াৰ উপৰিও ভাষণৰ শেষত উপস্থিত থাকি ৰাইজক মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰাত ৰাইজে গুণীন্দ্ৰ নাথ দাসক ডেৰ লক্ষ ভোটেৰে বিজয় কৰা কথাৰে চিঞৰে ।

উক্ত নিৰ্বাচনী সভাত অগপৰ সভাপতি অতুল বৰা, অগপৰ কাৰ্যকাৰী সভাপতি তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত , জ্যেষ্ঠ অগপৰ নেতা কুমাৰ দীপক দাস, ন অগপ নেতা তথা প্ৰাক্তন বিধায়ক ডাঃ তাৰাপ্ৰসাদ দাস, অনিল দাস, নিপা কলিতা, হেমন্ত কুমাৰ দেউৰী, দীপক পাঠক, অঞ্জলী চৌধুৰী, উৎপল ভৰালীৰ লগতে বহুসংখ্যক অগপ, বিজেপি আৰু ইউপিপিএলৰ নেতা উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJPSarbananda Sonowal
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d