Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

মূল্য বৃদ্ধি কৰি ভাৰতত নিম্নমানৰ অক্সিজেন কনছেনট্ৰেটৰ পঠোৱাৰ অভিযোগ চীনৰ বিৰুদ্ধে

publisher by publisher
May 14, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
মূল্য বৃদ্ধি কৰি ভাৰতত নিম্নমানৰ অক্সিজেন কনছেনট্ৰেটৰ পঠোৱাৰ অভিযোগ চীনৰ বিৰুদ্ধে
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

সাগৰলৈ জাহাজ চলাচল কৰিব পৰাকৈ ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা খান্দিলে চীনে

Former Chinese Defence Ministers Wei Fenghe and Li Shangfu:দুর্নীতি কৰাৰ অভিযোগত চীনৰ দুই প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্রীক মৃত্যুদণ্ড

বিশ্বৰ অন্যান্য দেশসমূহে কৰ’নাৰ বিৰুদ্ধে একজোট হৈ যুঁজ দিয়াৰ সময়ত, চীনে এনে পৰিস্থিতিতো লাভ অৰ্জনৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে । চাহিদা বঢ়াৰ লগে লগে চীনে বিভিন্ন চিকিৎসা সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে । ইয়াৰোপৰি ক’ভিড চিকিৎসাৰ বাবে প্ৰয়োজনীয় সৰঞ্জামসমূহো চীনে নিম্নমানৰ প্ৰেৰণ কৰিছে বুলি অভিযোগ কৰা হৈছে ।

ADVERTISEMENT

তেওঁলোকে অক্সিজেন কনছেনট্ৰেটৰ প্ৰস্তুত কৰিবলৈ ব্যৱহৃত নিৰ্দিষ্ট উপাদানসমূহত পৰিৱৰ্তন আনিছে । মেচিনৰ গুণমানত আপোচ কৰিছে বুলিও অভিযোগ । যিয়ে ভাৰতৰ চিকিৎসা সেৱাত বিপৰ্যয় মাতি আনিব পাৰে বুলি মত প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে ।

পাঁচ লিটাৰ আৰু ১০ লিটাৰৰ অক্সিজেন কনছেনট্ৰেটৰৰ মূল্য কোম্পানী অনুযায়ী ভিন্ন । বিগত সপ্তাহতে কনছেনট্ৰেটৰৰ মূল্য বৃদ্ধি কৰিছে কোম্পানীসমূহে । বেইজিঙে দাবী কৰে যে, তেওঁলোকে মানৱীয়তাৰ বাবে সকলো প্ৰচেষ্টা কৰিছে । কিন্তু ৩০ এপ্ৰিলত থকা সামগ্ৰীৰ মূল্য ১২ মে’ত নাই । কোনো কোনো ক্ষেত্ৰত এশ ডলাৰতকৈও অধিক মূল্য বৃদ্ধি কৰা হৈছে ।

Chinese companies carry forward the spirit of humanitarianism,  focus on saving lives, respond to  wants & needs of the Indian people. That reveals their social responsibilities as well as the goodwill in helping India fight #COVID19. Thumbs-up for what they have done. pic.twitter.com/A3BNVnsZoV

— Embassy of The People's Republic of China in India (@China_Amb_India) May 4, 2021

কৰ’না পৰিস্থিতিত বিভিন্ন বেচৰকাৰী সংস্থাই কেন্দ্ৰক সহায় কৰিছে । সেই সংস্থাসমূহে চিকিৎসা সৰঞ্জাম চীনৰ পৰাই ক্ৰয় কৰিছে । আমেৰিকাই ভাৰত ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ ফ’ৰাম ক’ভিড পৰিত্ৰাণ সহয়তাৰ অংশ হিচাপে ভাৰতত এক লাখ অক্সিজেন কনছেনট্ৰেটৰ প্ৰেৰণ কৰিব বুলি জনাইছে । যাৰ অধিক সংখ্যক সৰঞ্জামেই চীনৰ পৰা ক্ৰয় কৰা হৈছে ।

পৰিত্ৰাণৰ সৰঞ্জামটো চীনে কোনো ৰেহাই দিয়া নাই । এজন ব্যৱসায়ীয়ে জনায়, সীমিত সৰবৰাহৰ বাবে মূল্য বৃদ্ধি হৈছে । পৰিস্থিতিৰ বাবে বহু ক্ৰেতাই অধিক মূল্যৰ প্ৰস্তাৱ দিছে । কেঁচা পণ্য‌ সৰবৰাহকাৰী সংস্থাবোৰে অধিক আয় কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ChinaOxygen Concentrator
publisher

publisher

Related Posts

অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী
India

October 3, 2026
শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন
Assam

শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন

October 3, 2026
সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে
Assam

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

October 3, 2026
তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ
India

তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

October 3, 2026
১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ
India

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

October 3, 2026
মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা
India

মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d