Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Gallery

ক’ভিডকালীণ সুখ দুখৰ কথা

চৰ্চাৰ কেন্দ্ৰ বিন্দু ৬০ উৰ্দ্ধৰ দুই ব্যক্তি 

publisher by publisher
June 8, 2021
in Gallery
Reading Time: 1 min read
0
ক’ভিডকালীণ সুখ দুখৰ কথা
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

ক’ভিডৰ দ্বিতীয় লহৰে একাংশ লোকৰ জীৱন আৰু জীবিকাৰ প্ৰতি ভীষণ সমস্যাৰ সৃষ্টি কৰিছে । বহু লোকে এতিয়া এসাঁজ ভাতৰ বাবেও হাঁহাকাৰ কৰিব লগা হৈছে । চৰকাৰৰ এছ অ’ পি অনুসৰি পুৱা বেলাৰ ভিতৰত দোকান পোহৰ আদি খুলিবলৈ অনুমতি দিয়া হৈছে যদিও কম সময়ৰ ভিতৰত ব্যবসায় বানিজ্য ভালদৰে কৰিব নোৱাৰাত একাংশ লোক আৰ্থিক সংকটত পৰিব লগা হৈছে । দিন হাজিৰা কৰা বা উপাসনা স্থলী আদিত কাম কৰা লোক সকলো সমস্যাৰ সন্মুখীন হব লগা হৈছে । এনেদৰে সমস্যাৰ সন্মুখীন হৈ দুজন ৬০ উৰ্দ্ধৰ লোকে ভিক্ষা বৃত্তি অৱলম্বন কৰিব লগা হৈছে । এই লোক দুজন হৈছে – নগাঁও চহৰৰ সমীপৰ শিয়ালমাৰীৰ আমিৰুদ্দিন আৰু আনজন নগাঁও জিলাৰ শিলঘাটৰ কিশোৰ শ্বাহ । এই দুয়োজন ব্যক্তিয়ে নগাঁও চহৰৰ কৃষ্ণশ্ৰম শিৱমন্দিৰৰ  সন্মুখত সামাজিক দুৰত্ব মানি একেলগে ভিক্ষা গ্ৰহন কৰা কাৰ্যই সকলো পথচাৰীৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । প্ৰায় ৭০ বছৰীয়া আমিৰুদ্দিনে জানিবলৈ দিয়ে যে , তেওঁ  এসময়ত দিন হাজিৰা কৰাৰ লগতে ৰিক্সাও চলাইছিল । পৰবৰ্তী সময়ত ঠেলা চলাই জীবিকা নিৰ্বাহ কৰিছিল । পিছলৈ ৰিক্সা আৰু ঠেলাখন নোহোৱা হল ।এনে পৰিস্থিতিৰ মাজতে ক’ভিডৰ দ্বিতীয় লহৰে আমিৰুদ্দিনৰ সন্মূখত আন এক সমস্যাৰ সৃষ্টি কৰিছে । জীৱন আৰু জীবিকাৰ পথ বন্ধ হৈ পৰাত এতিয়া ভিক্ষা বৃত্তিৰ পথ অবলম্বন কৰিব লগা হৈছে । একেই পৰিস্থিতিৰ সন্মুখীন হৈছে প্ৰায় ৬২ বছৰীয়া কিশোৰ শ্বাহেও । এসময়ত মন্দিৰত থকা কিশোৰ শ্বাহে ক’ভিড পৰিস্থিতিৰ বাবে এতিয়া জীবিকাৰ বাবে বিকল্প পথৰ সন্ধান কৰিব লগা হৈছে । ভিক্ষা বৃত্তি গ্ৰহণ কৰা ভিন্ন সম্পদায়ৰ লোক দুজনে ইজনে সিজনে সুখ দুখৰ কথাও পাতিছে । সদাশয় লোক সকলে এই লোক দুজনক যেনেকৈ পাৰে দুই এপইছা ভিক্ষা পাত্ৰত দি সহায় কৰিছে । তাতে তেওঁ লোক সন্তুষ্ট । যি সকলে তেওঁ লোকক সহায় কৰিছে দুইজনেই তেওঁ লোকক কৃতজ্ঞতা জনাইছে ।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

Old Man Has Lost 20 Elections In 53 Years :৫৩ বছৰত ২০টা নিৰ্বাচনত পৰাজয়
India

November 11, 2023
Gallery

হিন্দু জাগৰণ মঞ্চ বাক্সা জিলা সমিতিৰ উদ্যোগত বাক্সাৰ আনন্দ বজাৰত আজি দীপাৱলীৰ লগত সংগতি ৰাখি দহ হাজাৰ বন্তি প্ৰজ্বলন কৰা হয়

October 27, 2019
1
Gallery

October 27, 2019
হৰিনাম ধ্ববনিৰে মুখৰিত ৰামকৃষ্ণ প্ৰাথমিক শাখাৰ নামঘৰ
Gallery

হৰিনাম ধ্ববনিৰে মুখৰিত ৰামকৃষ্ণ প্ৰাথমিক শাখাৰ নামঘৰ

October 20, 2019
Gallery

২০ লাখ মাটিৰ চাকি তৈয়াৰত ব্যস্ত কুলবিল হীৰাপাৰাৰ মৃৎ শিল্পী

October 19, 2019
Gallery

ঘগ্ৰাপাৰৰ-বুৰবুৰীৰ এতিহ‍্যমন্ডিত গৰখীয়া থানাত নোনা নৈৰ বৃহৎ ফাট।

July 23, 2019
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d